Monor Nijanot Junak Asile Assamese Song By Zubeen Garg Lyrics । মনৰ নিজানত জোনাক আছিলে

অসমীয়া গানৰ কথা: Monor Nijanot Junak Asile Lyrics, Assamese Song Lyrics, Assamese Song, Zubeen Garg Assamese Song Monor Nijanot Junak Asile Lyrics, Monor Nijanat Jonak Asile, 


Monor Nijanot Junak Asile Lyrics By Zubeen Garg Assamese Song



গান: মনৰ নিজানত জোনাক
আছিলে
গায়ক: জুবিন গাৰ্গ
সংগীত: জুবিন গাৰ্গ




মনৰ নিজানত জোনাক
আছিলে,
তোমাৰ মৰমৰ সুবাস
সাঁনিলৈ ।
হঠাতে শুকালে পোহৰৰ
ফুলনি ।
নীলিমাৰ মাজতো নাথাকা
যে তুমি,
নাহিবা বেদনা হৈ বুকু
ভঁৰাই ।


মনৰ নিজানত জোনাক
আছিলে,
তোমাৰ মৰমৰ সুবাস
সাঁনিলৈ ।


হঠাতে শুকালে পোহৰৰ
ফুলনি ।
নীলিমাৰ মাজতো নাথাকা
যে তুমি,
নাহিবা বেদনা হৈ বুকু
ভঁৰাই ।


হৃদয়ে আৱেগক নোৱাৰে
সহিব
চকুলো বাগৰে নিৰৱে ।
কিমান সাৱটিম নোপোৱাৰ
সঁপোন
বুকুৰ উমেৰে সজোৱা ।
দুখৰ তৰাহৈ নাচাবা
চকুলৈ মোৰ উৰে নিশা ।
মনৰ নিজানত জোনাক
আছিলে,
তোমাৰ মৰমৰ সুবাস
সাঁনিলৈ ।


জীৱন সুৰভী তোমাৰ মাজতে
আছিল অকলে নিৰৱে ।
সঁচা প্ৰেমৰো উশাহ
আছিলে
অকলশৰীয়া বুকুতে ।
মৰুভূৰ মায়াহৈ নাহিবা
বুকুলৈ মোৰ মিছাকৈয়ে ।


মনৰ নিজানত জোনাক
আছিলে,
তোমাৰ মৰমৰ সুবাস
সাঁনিলৈ ।
হঠাতে শুকালে পোহৰৰ
ফুলনি ।
নীলিমাৰ মাজতো নাথাকা
যে তুমি,
নাহিবা বেদনা হৈ বুকু
ভঁৰাই ।


মনৰ নিজানত জোনাক
আছিলে,
তোমাৰ মৰমৰ সুবাস
সাঁনিলৈ ।


In English Text :-

Song : Monor Nijanot Junak Asile ♫ 

Singer : Zubeen Garg ♫ 
Music : Zubeen Garg ♫ 


Monor Nijanot Junak Asile
Tumar Moromor Hubakh Hani Loi
Hothate Hukale Puhoror Phuloni
Nilimar Majotu Nathaka Je Tumi
Nahiba Bedona Hoi Buku Bhorai
Monor Nijanot Junak Asile
Tumar Moromor Hubakh Hani Loi
Hothate Hukale Puhoror Phuloni
Nilimar Majotu Nathaka Je Tumi
Nahiba Bedona Hoi Buku Bhorai


Hridoye Abegok Nuware Hohibo
Sokulu Bagore Nirobe
Kiman Haboti Nupuwar Hopun
Bukur Umere Hojua
Dhukhor Tora Hoi Nasaba Sokule Mur Ore Nikha
Monor Nijanot Junak Asile
Tumar Moromor Hubakh Hani Loi


Jibon Hurobhi Tumar Majote
Asile Okole Nirobe
Hosa Premoru Ukhah Asile
Okolhoriya Bukute
Morubhur Maya Hoi Nahiba Bukule Mur Misakoiye
Monor Nijanot Junak Asile
Tumar Moromor Hubakh Hani Loi
Hothate Hukale Puhoror Phuloni
Nilimar Majotu Nathaka Je Tumi
Nahiba Bedona Hoi Buku Bhorai


Monor Nijanot Junak Asile
Tumar Moromor Hubakh Hani Loi...


বিঃদ্ৰঃ গানৰ কথাত কিবা ভুল থকা দেখিলে comment কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।

No comments:

Post a comment