Hur Hur Hur Hurai De By Zubeen Garg Assamese Song Lyrics । হুৰ্ হুৰ্ হুৰাই দে

Hur Hur Hurai De Lyrics In Assamese, Hur Hur Hur Hurai De Lyrics, Hur Hur Hur Hurai De Lyrics In Assamese, Hur Hur Hur Lyrics, Assamese Song Lyrics.

Hur Hur Hur Hurai De Lyrics Assamese Song By Zubeen


Assamese Song


গান: হুৰ্ হুৰ্ হুৰ্ হুৰ্ হুৰ্ হুৰ্ হুৰাই দে
গায়ক: জুবিন গাৰ্গ
সংগীত: জুবিন গাৰ্গ

 
   হুৰ্ হুৰ্ হুৰ্ হুৰ্ হুৰ্ হুৰ্ হুৰাই দে
   আপোন পথাৰ খন মোকলাই দে
   হুৰ্ হুৰ্ হুৰ্ হুৰ্ হুৰ্ হুৰ্ হুৰাই দে
   আপোন পথাৰ খন মোকলাই দে
   নমতা আলহী চোতাল ভৰিচে
   ঘৰে পথাৰে তোৰ খোপনি পুতিছে
   থলুৱাৰ পৰিচয় নৰ'বগৈ
   থলুৱাৰ বুলি তোৰ চিনাকী দে
   হুৰ্ হুৰ্ হুৰ্ হুৰ্ হুৰ্ হুৰ্ হুৰাই দে
   আপোন পথাৰ খন মোকলাই দে
   হুৰ্ হুৰ্ হুৰ্ হুৰ্ হুৰ্ হুৰ্ হুৰাই দে
   আপোন পথাৰ খন মোকলাই দে


   কোনবা কোঁচ
   কোনজন ভূঁঞা
   কোন আদিবাসী 
   নে পাহাৰীয়া
   কোনবা কোঁচ
   কোনজন ভূঁঞা
   কোন আদিবাসী 
   নে পাহাৰীয়া
   ধৰি ল' জোৰকৈ
   একেডাল জৰী
   খিলঞ্জীয়া অসমীয়া 
   ৰজাঘৰীয়াকো 
   জনাদেশ লাগে
   ৰাজপাট বিচাৰি
   আলহীক নেৰে
   মাটি ঘৰ পথাৰ তোৰ
   আনে খাই ঐ
   ইহঁতক তোৰ
   ধমকি তো দে
   হুৰ্ হুৰ্ হুৰ্ হুৰ্ হুৰ্ হুৰ্ হুৰাই দে
   আপোন পথাৰ খন মোকলাই দে
   হুৰ্ হুৰ্ হুৰ্ হুৰ্ হুৰ্ হুৰ্ হুৰাই দে
   আপোন পথাৰ খন মোকলাই দে


   চাৰি জন লগে হৈ
   দল এটি গঢ়িছে
   জাতি এক বোলোতা
   সমাজ খন জ্বলিছে
   চাৰি জন লগে হৈ
   দল এটি গঢ়িছে
   জাতি এক বোলোতা
   সমাজ খন জ্বলিছে
   কাৰ কি আহে যায়
   মাঁথো তোৰ মোৰ
   বৈছে তেজ ৰঙাকৈ তেজ
   টুকুৰা টুকুৰকৈ অসমখন ভাঙিছে
   খোৱা কামোৰাক লৈ
   আপোন জন মৰিছে
   বিদেশী শতৰুৱে তাতে চল পায়
   নমতা আলহীক গতিয়াই দে
   হে..হে নেতা পালিনেতাক 
   ধমকি দে...

   হুৰ্ হুৰ্ হুৰ্ হুৰ্ হুৰ্ হুৰ্ হুৰাই দে
   আপোন পথাৰ খন মোকলাই দে
   হুৰ্ হুৰ্ হুৰ্ হুৰ্ হুৰ্ হুৰ্ হুৰাই দে
   আপোন পথাৰ খন মোকলাই দে
   
   হুৰ্ হুৰ্ হুৰ্ হুৰ্ হুৰ্ হুৰ্ হুৰাই দে
   আপোন পথাৰ খন মোকলাই দে
   হুৰ্ হুৰ্ হুৰ্ হুৰ্ হুৰ্ হুৰ্ হুৰাই দে
   আপোন পথাৰ খন মোকলাই দে

   হুৰ্ হুৰ্ হুৰ্ হুৰ্ হুৰ্ হুৰ্ হুৰাই দে
   আপোন পথাৰ খন মোকলাই দে
   হুৰ্ হুৰ্ হুৰ্ হুৰ্ হুৰ্ হুৰ্ হুৰাই দে
   আপোন পথাৰ খন মোকলাই দে


Hur Hur Hur Lyrics


In English Text

Song : Hur Hur Hur Hurai De ♫ 
Album : Golden Collection Of Zubeen Vol - V ♫ 
Singer : Zubeen Garg ♫ 
Music : Zubeen Garg ♫ 
Company : N.K. Production


Hur Hur Hur Hur Hur Hur Hurai De
Apun Pothar Khon Mukolai Ne
Hur Hur Hur Hur Hur Hur Hurai De
Apun Pothar Khon Mukolai Ne
Nomota Alohi Sutal Bhorise
Ghore Pothare Tur Khoponi Putise
Thaluar Porisoy Norabogoi
Thalua Buli Tur Sinaki De
Ehe Hur Hur Hur Hurai De
Apun Pothar Khon Mukolai Ne


Kunba Koch Kunjon Bhuyan
Kun Adibashi Ne Paharia
Kunba Koch Kunjon Bhuyan
Kun Adibashi Ne Paharia
Dhori lo Jurkoi Ekedal Jori
Khilonjia Asomiya
Rojaghoriak ko Janadesh Lage
Raajpat Bisari Alohik Nere
Maati Ghar Pothar Tur
Ane Khai Oi
Ehotok Tur Dhamkitu De
Ehe Hur Hur Hur Hurai De
Apun Pothar Khon Mukolai Ne


Sarijon Loge Hoi Dal Eti Garhise
Jaati Ek Bulata Samaj khon Jolise
Sarijon Loge Hoi Dal Eti Garhise
Jaati Ek Bulata Samaj khon Jolise
Kar Ki Ahe Jai
Mathu Tur Mur Boise Tez
Rongakoi Tez
Tukura Tukure Asom khon Bhangise
Khua Kamorakoi Apunjon Morise
Bedishi Xatarui Tate Chal Pai
Namata Alohik Gotiai De
Neta PaliNetak Dhamaki De
Ehe Hur Hur Hur Hurai De
Apun Pothar Khon Mukolai Ne
Ehe Hur Hur Hur Hurai De
Apun Pothar Khon Mukolai Ne…


বিঃদ্ৰঃ গানৰ কথাত কিবা ভুল থকা দেখিলে comment কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।

No comments:

Post a comment