অসমীয়া Jokes For Whatsapp । Assamese Jokes New Images

অসমীয়া Jokes For Whatsapp আৰু  Assamese Jokes New Images এই লিখনিত সন্নিবিষ্ট কৰা হৈছে । লগতে পাব Whatsapp Joke In Assamese, Whatsapp Joke Images আৰু বিভিন্ন ধৰণৰ Funny Jokes. আনন্দেৰে ভৰা অসমীয়া জমনি Whatsapp Jokes, Joke Of Today, Whatsapp Joke Download, Assamese Jokes, Jokes New, WhatsApp Status মাত্ৰ আপোনালোকৰ বাবে । চাওঁক আৰু ৰগৰত মতলীয়া হওঁক । লগতে #Share কৰিবলৈ নাপাহৰিব আকৌ ।


Jokes For Whatsapp


Jokes For WhatsApp, Jokes New


Boy -তোমাৰ কোনো Boyfriend নাই নেকি?

Girl - নাই, কিয়নো?

Boy - ওঁহ ! মিচা কথা !

Girl - ইয়ে হয়, মিচা কথা কৈনো কি পাম?

Boy - এজন নতুন Boyfriend আৰুনো কি !!!


Assamese Jokes New Images


Jokes For WhatsApp, Assamese Jokes

Assamese Jokes New


Teacher - যদি তোমাৰ Best Friend আৰু Girlfriend, দুয়োজনে যদি পানীত ডুবিব ধৰে, তুমি সেই মুহূৰ্তত কাক বচাবা?
.
.
.
.
.
.
.
.
Student - ডুবিব দিয়ক চাৰ্, দুয়োজনকে চাল্লা !
দুয়োজনে একেলগে তাতনো কি কৰি মৰি আছিল !!!


Whatsapp Joke In Assamese


ৰাস্তাৰে মেকুৰী পাৰ হ'লে,
মানুহবোৰে এনেকৈ মুখৰ আকৃতি বনাই গাড়ীখন ৰখাই যেন ......
১ কৌটি টকীয়া ঠিকাৰ কাম এটাৰ আৰম্ভণি কৰিবলৈ হে গৈ আছে !

Whatsapp Joke Images


Assamese WhatsApp Image download

Funny Jokes


মোৰ #Standard ৰ কথা নকবি বুইচ্ পাগলী,

যিমান টকাৰে Mobile Recharge (Rs. 399/-) কৰোঁ নহয়,

সেইখিনি টকাৰে এটা Mobile Phone য়েই পোৱা যায় ........ Chinese.


Whatsapp Jokes


আমাৰ ল'ৰা সকলৰ দাবী -

নতুন Budget ত Modi চৰকাৰে গিয়েৰ যুক্ত স্কুটি ওলাওঁক,

আমি ল'ৰাবোৰে Bike খনৰ গিয়েৰ লগাওঁ মানে ছোৱালী বোৰ already ২ কি.মি. মান পলায়গৈ ।

Father - বাবা, এইবাৰ পৰীক্ষাত 90% আনিব লাগিব

Son - নহয় দেউতা, 100% আনিম

Father - কিয় ৰগৰ কৰি আছা

Son - আৰম্ভ কোনে কৰিছে


Joke Of Today


কাশ্মীৰত কেইজনমান উগ্ৰপন্থী ধৰা পৰিলত,

- আমাৰ পাকিস্তানত কাৰেণ্ট নাই, সেয়েহে আমি ২৭ তাৰিখে হ'বলগীয়া India আৰু Pakistan মাজৰ Match খন চাবলৈহে আহিছো !!!



Whatsapp Joke Download


WhatsApp Joke Download, Assamese Jokes

Assamese Jokes


মা'ক - বাবা, তুমি পঢ়া-শুনাত ইমান পাৰ্গত,
তেনেহলে ৰখাৰ দৰকাৰটো কি?


পুতেক - মা', তুমিওতো ঘৰৰ কাম-বন কৰাত পাৰ্গত,
তেনেহলে কাম কৰা বাঈ ৰখাৰ দৰকাৰটো কি?


Jokes New


কিছুমান ছোৱালীয়ে পৰীক্ষা দিবলৈ যাওঁতে ৮-১০ টা ম‍‍ান কলম লৈ যায়,

আৰু যদি তাৰ পৰা এটা কলম তুমি বিচাৰিচা,

তোমাক এনেকৈ বনাব

যেন,

তাইৰ Kidney তোহে খুজিলা!!!


Jokes For Whatsapp


বহুত অধ্যয়ন কৰাৰ অন্তত Helmet পিন্ধাৰ ভালেকেইটা যোগাত্মক দিশ বিচাৰি পোৱা গৈছে, যেনে -

১) সুৰক্ষিত যাত্ৰা
২) পুলিচে অসুবিধা নকৰে
৩) ধাৰ দিয়া সকলে চিনিব নোৱাৰে
৪) Girlfriend ৰ মাক, বাপেক আৰু ভায়েকে চিনিব নোৱাৰে
৫) টকলা মাথাটো ধৰিব নোৱাৰে
৬) ঘৰলৈ আহি Helmet টো ওলোটাকৈ থৈ আলু, পিয়াজ, বিলাহী আদি ৰাখি দিব পাৰি
৭) চশমা বা গগলচ্ পৰিধান কৰাৰ দৰকাৰ নপৰে
৮) কাকো নমস্কাৰ কৰিব লগা নহয়, কৰিলেও চিনি নাপায়
৯) বাটত Bike বেয়া হ'লে Helmet টো চকী বনাই বহিব পাৰি
১০) আৰে বাবা এটা সীমা আছেতো আৰু কিমান ফায়দা ল'বা হে !!!

আজিৰ পৰাই Helmet পিন্ধাৰ অভ্যাস আৰম্ভ কৰি দিয়া

আৰু

- এইখন যিমান পাৰি সিমান #Share কৰি দিবা আকো দেই -


Jokes New Assamese 


মানিলো বাৰু,

বিয়াৰ সময়ত ছোৱালীৰ ঘৰৰ পৰা যৌতুক ইত্যাদি দাবী কৰাটো পাপ্, ঘোৰ পাপ্, অপৰাধ,

কিন্ত্ত

ছোৱালী বিয়া দিবলৈ ওলোৱাৰ সময়ত ছোৱালীৰ ঘৰৰ পৰা ল'ৰা বিচৰাৰ নামত খালি যে Doctor, Engineering, Govt Employee অথবা লাখটকীয়া Package ৰ প্ৰাৰ্থী কিয় বিচৰা হয়....

- "সদৌ অসম দশম অনুত্তীৰ্ণ সংগঠন" ৰ পৰা জনহিতাৰ্থে জাৰী !!!


Jokes For Whatsapp Assamese 


সুপন্দি - মা মোক ১০০ টকা লাগে, অলপ কাম আছে

মা - কিয়? পৰহি দিনাখন টকা ১০০ দিছিলোহে... আগতে তাৰ হিচাপ দিয়া

সুপন্দি - যদি হিচাপ কৰিবই লাগে, আগতে তুমি হিচাপ দিয়া,

মই সৰু থাকোতে মোৰ নামত যে ৫০, ১০০ টকা বোৰ আলহী বোৰে মৰমতে দি থৈ গৈছিল আৰু সেই টকা সোপা তুমি তোমাৰ পাৰ্চত সোমোৱাই ৰাখি দিছিলা

"লগে লগে মাঁকৰ চেণ্ডেল এপাত আহি সুপন্দিৰ গালত"


Latest Jokes For WhatsApp 


মোৰ মনৰ ভাৱ -
কিছুমান ছোৱালীয়ে এনেকৈ এসোপা Makeup কৰি লয়, তথাপি একোদাল নেদেখি....

আৰু ....

কোনোবাজনীয়ে Makeup ৰ নামত মাথোঁ চকুজুৰি কাজল আঁকি লয়,

লগে লগে মোৰ মন বাউলী হৈ পৰে !!!


Jokes For Whatsapp


প্ৰথমতে তাই মোৰ Girlfriend আছিল,
মই কৈছিলোঁ আৰু তাই শুনিছিল,
তাৰ পিছত তাই মোৰ প্ৰেমিকা হ'ল,
তাই কৈছিল আৰু মই শুনিছিলোঁ,
যেতিয়াৰ পৰা তাই মোৰ ঘৈণী হ'ল,
আমি দুয়োজনে কৈছিলোঁ

আৰু

গোটেই চুবুৰিটোৱে শুনে !!!


Assamese Jokes New


Boyfriend - তুমি বহুত ধুনীয়া ।
Girlfriend - হয় নেকি? মোৰ সোণ ।
Boyfriend - তুমি দেখিবলে একদম পৰিজনীৰ দৰে।
Girlfriend - ইহঁ, সঁচাই।
Boyfriend - অ'তো আকৌ।
Girlfriend - আৰু কোৱা, কি কৰি আছানো?
Boyfriend - ধেমালি আকৌ!!!


Jokes For Whatsapp Funny


College ৰ এখন সমাৰোহত -

Professor - এই College খনত পঢ়ি থকা কালত তোমালোকৰ কোনোবাই পোৱা তিক্ত অভিজ্ঞতা বিষয়ে কোৱাচোন

এজন ছাত্ৰই লগে লগে ঠিয় হৈ ক'লে,

"মই আৰু মোৰ Wife এইখন College
তে লগ হৈছিলো"


Funny Jokes For Whatsapp


এজন মদাহীয়ে একে লগৰ বন্ধু বৰ্গৰ লগত এটা Party ৰ আয়োজন কৰিলে ।

আৰু সন্ধীয়া নিজৰ ঘৰৰ পৰাই ছাগলী এটা চোৰ কৰিলে ।

তাৰ পিছত বন্ধু বৰ্গ সকলেৰে মিলি ৰাতি মাংসৰ লগত সোমৰসৰ খুব সোৱাদ ল'লে ।

ৰাতিপুৱা ঘৰত পৰিস্হিতিৰ উমান ল'বলৈ ঘৈণীক সুধিলে, 'হেৰা, আম‍াৰ ছাগলীজনী নেদেখো দেখোন, কি হ'লনো"

ঘৈণীয়ে লগে লগে উত্তৰ দিলে, "ছাগলী কথা বাদ দিয়া, আগতে তুমি কোৱাচোন কালি ৰাতি তুমি চোৰৰ নিচিনাকৈ আমাৰ কুকুৰটো লৈ ক'ত উধাও হৈছিলা"!!!


New Jokes For Whatsapp


Teacher - জেঠী পোকৰ জীৱন সম্পৰ্কে কি জানা কোৱাচোন কোনে পাৰা?

সুপন্দি - 'জেঠী পোক'ৰ জীৱন গৰীব গাথাৰে ভৰা। আচলতে 'জেঠী পোক' হ'ল দুখীয়া ঘৰিয়াল, যিয়ে সৰুৰে পৰা BournVita আৰু Horlicks যুক্ত গাখীৰ ক্ৰয় কৰি পান কৰাৰ সামৰ্থ্য নাছিল আৰু সেয়ে অৱশেষত ই গৈ পুষ্টিহীনতা ৰোগত আক্ৰান্ত হয় আৰু বৰ্তমানৰ স্হিতিত গৈ ইয়াৰ শৰীৰ গঠন স্তব্ধ হৈ ৰয় ।

Teacher বেহুচ চ চ ....


Jokes For Whatsapp Download


মই ভগবানক সুধিলো,

তাই কিয় গোলাপ ফুলক ভাল পায়, যি এদিনতে মৰি যায়,

কিন্ত্ত কিয় তাই মোক ভাল নাপায়, য'ত মই তাইৰ বাবে সদায় মৰোঁ,

ভগবানে আহি ক'লে,

ফাটাফাটি, Facebook ত মাৰ পটাপট্ ।


Jokes New Assamese


WhatsApp গ্ৰুপ্ এটাত কোনোবা এজন প্ৰেমত ফেইল হোৱা দুৰ্ঘোৰ প্ৰেমিক এজনে এনেকুৱা দুখৰ Shayari মাৰি থাকে,

শুনি শুনি মোৰ এনেকুৱা লাগিব ধৰিছে,

এতিয়াতো মইয়ে তাইৰ প্ৰেমিকা গৰাকীক miss কৰিব ধৰিছো আৰু !!!


চাওঁক -


- অসমীয়া Jokes For Whatsapp আৰু  Assamese Jokes New Images এই এই লিখনিত সন্নিবিষ্ট কৰা হৈছে - The latest Jokes For Whatsapp, Jokes New, Whatsapp Joke In Assamese and Whatsapp Joke Images included here in this post. Also with some Funny Jokes, Whatsapp Jokes, Joke Of Today, Whatsapp Joke Download only for the viewers. I think you like these Assamese Jokes and Jokes For Whatsapp.


এবাৰ চাব পাৰে -


Hot ! Hot ! Hot

0 comments: