অসমীয়া WhatsApp Funny Sms Jokes । WhatsApp Funny Jokes Assamese

কেইটামান অসমীয়া WhatsApp Funny Sms Jokes. লগতে বাচনি কৰি অনা WhatsApp Funny Jokes Assamese আৰু তাতে অসমীয়াত । তেন্তে দেৰি কৰি লাভ নাই । এই Assamese Jokes কেইটালৈ আগবাঢ়ক আৰু পঢ়ি Assamese Comedy Jokes ৰ আনন্দ লওঁক । 

WhatsApp Funny Jokes
Assamese Jokes

নিজেও পঢ়ক আৰু আনেও যাতে এই Assamese Comedy বোৰৰ মজা লব পাৰে তাৰ বাবে সকলোৱে নিজৰ নিজৰ Facebook, Twitter, Pinterest আৰু  WhatsApp profile ত share কৰক ।

WhatsApp Funny Sms


Husband Wife WhatsApp Funny Jokes In Assamese 

পতি পত্নী ৰগৰ,


পত্নী - যদি মই সময় হ'লোহেঁতেন সকলোৱে মোক আদৰ জনালেহেঁতেন !

পতি - মানুহে তোমাক দেখি ভয় খালেহেঁতেন ।

পত্নী - কিয় ??

পতি - মানুহবোৰে ক'লেহেঁতেন, "চোৱা, বেয়া সময় আহি আছে"!!!



Villager and Traffic Police WhatsApp Funny Sms Jokes

গাওঁৰ মানুহ আৰু traffic পুলিচ,


গাওঁৰ মানুহ এজনে ম'হৰ পিঠিত উঠি গৈ থাকোতে এজন traffic পুলিচে তেওঁক ৰখাই সুধিলে,

"আপোনাৰ helmet ক'ত ? আপুনি এতিয়া fine ভৰিব লাগিব !"

গাওঁলীয়া মানুহজনে ক'লে, "অ' চাৰ্, আপোনাৰ চকু দুটা আজি ঘৰতে থৈ আহিলে নে কি?"

"এইখন two wheeler নহয়তো four wheeler হে !!!!"


WhatsApp Funny Assamese Jokes



Survey About Beautiful Girl

অতিপাত ধুনীয়া ছোৱালীৰ সমীক্ষা,

এক সমীক্ষা অনুসৰি অতিপাত ধুনীয়া ছোৱালীবোৰে সাধাৰণতে কম বুদ্ধিৰ ল'ৰা বোৰকহে নিজৰ জীৱন লগৰী হিচাপে  বাচনি কৰি লয় ।

মই সেয়েতো ভাবো, চাল্লা, "মোৰ জীৱনত এতিয়ালৈকে কিয় কোনো ছোৱালী অহা নাই"!!!







Supondi And His Mother WhatsApp Funny Sms Jokes

সুপন্দি আৰু তাৰ মাঁ'ক,

মাঁ - বাবা, কি কৰি আছা ?

সুপন্দি - মাঁ, মই পঢ়ি আছো !

মাঁ - আৰে বাঃ, কি পঢ়ি আছা নো ?

সুপন্দি - আৰু  নক'বা মাঁ, তোমাৰ হ'বলগীয়া বোৱাৰীৰ message বোৰ পঢ়ি আছো ওঁ

120 km per hour speed ৰে এপাত চেণ্ডেল আহি সুপন্দিৰ কাণৰ লটিত !!!

WhatsApp Funny Jokes Assamese
WhatsApp Funny Sms


Todays Faltu Knowledge WhatsApp Funny Jokes In Assamese

আজিৰ ফকটীয়া জ্ঞান,

যদি আপোনাক কোনো এজনী ছোৱালীয়ে পচন্দ কৰে, তেতিয়া আপুনি এজন পতি ।

যদি আপোনাক বহুতো ছোৱালীয়ে পচন্দ কৰে, তেতিয়া আপুনি এজন আদৰ্শ ব্যক্তি ।

যদি আপোনাক হাজাৰ হাজাৰ ছোৱালীয়ে পচন্দ কৰে, তেতিয়া আপুনি এজন নেতা ।

আৰু

যদি আপোনাক চহৰ খনৰ সকলো ছোৱালীয়ে পচন্দ কৰে, তেতিয়া আপুনি এজন ফুচকা বেপাৰী ।



Father And His Son Assamese WhatsApp Funny Jokes 

বাপেক আৰু পুতেক,

ল'ৰা - দেউতা, সচা অৰ্থত পুৰুষ কাক কয় ?

বাপেক - অত্যন্ত শক্তিশালী যিয়ে পুৰা ঘৰ খনত ৰাজত্ব চলাব পাৰে

ল'ৰা - অ' দেউতা তেনেহ'লে মইও ডঙৰ হৈ মাঁৰ নিচিনা পুৰুষ হ'ম !!!

Assamese Comedy Jokes
WhatsApp Funny Jokes

WhatsApp Funny Jokes



Boyfriend And Girlfriend 

বয়ফ্ৰেইণ্ড আৰু গাৰ্লফ্ৰেইণ্ড,

Boyfriend (গুণগুণাই) - "হাঁহিলে তুমি মুকুটা মণি সৰে"

Girlfriend - অ'হ ৰিয়েলি্ (oh! really)?

Boyfriend - তোমাৰ চাল্লা, মুখ খনেই তেনেকুৱা । সেইদিনা তুমি হাঁহি থকা শুনি পোৱাত তোমাৰ পিনে যি চালো, মোৰ পকেটৰ পৰা চেমচুং গেলেক্সী নোট্ ৪(Samsung Galaxy Note 4) টো ওলাই পৰি ডিচপ্লেখনেই ফাটি থাকিল !!!


Supondi And Romen Friendship Jokes

সুপন্দি আৰু ৰমেন,

সুপন্দি - ৰমেন, ক'চোন ৫ টা কণী আছিল, ২ টা বয়ল্ কৰি ললো, ১ টা অ'মলেট বনালো, কেইটা বাকি থাকিল ?

ৰমেন - ২ টা আকৌ, কি যে সোধ' নহয়

সুপন্দি - মুৰ্খ, গোটেই ৫ টায়ে বাকি থাকিব, মই এতিয়ালৈ খোৱা নাই নহয় !!!



Boyfriend And Girlfriend Love WhatsApp Funny Jokes Assamese 

বয়ফ্ৰেইণ্ড আৰু গাৰ্লফ্ৰেইণ্ড প্ৰেমৰ অসমীয়া ৰগৰ,

Girlfriend - তুমি মোৰ মন আকাশৰ জোনটো হ'বলৈ ভাল পাবা নে, জানু

Boyfriend - অ' অ', বহুদিনৰ পৰাই সেই আশাই মনত পুহি ৰাখিছো

Girlfriend - তেনেহ'লে, পৃথিৱীৰ পৰা চন্দ্ৰলৈ যিমান দূৰ, মোৰ জীৱনৰ পৰা সিমান দূৰলৈ পলাই যা !!!



Girl In Medical Store As A Buyer

ছোৱালীবোৰ(Girl) Medical Store ত -

ছোৱালী (Girl) - দাদা, গলৰ বিষৰ টেবলেট্ (tablet) দিবচোন

Pharmacist - এইয়া লওঁক বাইদেউ, খুব ভাল টেবলেট্ (tablet)

ছোৱালী (Girl) - আৰু কিবা ইয়াতকৈ ভাল আছে নেকি? দেখাবচোন

Pharmacist - তেনেহ'লে বাইদেউ, এই টেবলেট্ (tablet)টো লওঁক, glaxo company ৰ, বঢ়িয়া, লগে লগে কাম কৰিব

ছোৱালী (Girl) - অ' এইটো ঠিকেই আছে বাৰু, আচ্ছা দাদা, এই টেবলেট্ (tablet)টোৰ colour variety দেখাবচোন !!!



Supondi At Tv Shop

সুপন্দি টিভিৰ দোকানত,

সুপন্দি - এই টিভিটোৰ দাম কিমান

দোকানী - ৩০,০০০

সুপন্দি - ইমান কম দামৰ নালাগে, অলপ ভাল দেখাবচোন

দোকানী - এইটো লওঁক তেন্তে ৬০,০০০ টকা

সুপন্দি - এইটোৰ ইমান দাম বেছি, অলপ কম দামৰ দেখাওঁক

দোকানী - তেন্তে এইটো লওঁক ৫০,০০০ টকা

সুপন্দি - অ', এইটো চোন দেখাত ৩০,০০০ টকাটোৰ নিচিনা, তেন্তে ইয়াৰ দাম কিয় ইমান বেছি

দোকানী (তেজ গৰম উঠিলত) - এইটো লাইন যোৱাৰ পিছত নিজে নিজে বন্ধ হয়!!!😊😊😊



আৰু অধিক অসমীয়া ৰগৰ উপভোগ কৰক -








0 comments: