অসমীয়া ৰগৰ WhatsApp Funny Jokes । Best WhatsApp Jokes । Assamese Jokes New

কেইটামান WhatsApp Funny Jokes In Assamese আগবঢ়োৱা হ'ল । লগতে পাব বঁচা বঁচা Best WhatsApp Jokes. এই Assamese Jokes আৰু Assamese Comedy কেইটাৰ জৰিয়তে অলপ ৰগৰ কৰিবলৈ চেষ্টা কৰা হৈছে । আশা কৰোঁ আপোনালোকে পঢ়ি ভাল পাব । WhatsApp Funny Jokes কেইটা পঢ়ি নিজৰ নিজৰ social profile ত Share কৰি মোৰ মনোবল বঢ়াই তুলি ভৱিষৎতলৈ আৰু ভাল ভাল Assamese Jokes লিখিবলৈ প্ৰেৰণা দিব বুলি মোৰ বিশ্বাস ।


WhatsApp Funny Jokes


Teacher Students জমনি

ল'ৰা-ছোৱালীহঁত, কচম খোৱা.....


Teacher - ল'ৰা-ছোৱালীহঁত, কচম খোৱা, আজিৰ পৰা গুটকা, চিগাৰেট নাখাবা
Students - কচম খালোঁ, নাখাওঁ
Teacher - ছোৱালী পিছে পিছে নুঘুৰিবা
Students - নুঘুৰো
Teacher - ছোৱালীৰ লগত friendship নকৰিবা
Students - নকৰো
Teacher - দেশৰ বাবে নিজৰ প্ৰাণ বলিদান দিবা
সকলো Students একেলগে - দি দিম আৰুনো কি, এনেকুৱা জীৱন লৈ বাচি থাকি কি লাভ !!!


সুপন্দিৰ উত্তৰ Assamese Jokes New Best WhatsApp Jokes 


ইয়াৰ পৰা শদিয়ালৈ যাওঁতে....


সুপন্দিৰ মা - ইয়াৰ পৰা শদিয়ালৈ যাওঁতে ১০ ঘণ্টা, আৰু ইয়ালৈ ঘুৰি আহোতে ৩০ ঘণ্টা লাগিল কথাতোনো কি?

সুপন্দি - মা, এই গাড়ী বনোৱা company বোৰো যে আৰু, আহোলৈ যাওঁতে ৪ টা gear বনাইছে, reverse gear ৰ বাবে মাথোন এটাহে gear বনাইছে !!!



পাপু আৰু প্ৰেমিকা WhatsApp Funny Jokes In Assamese 


কোৱাচোন জান !! বিয়াৰ পিছত....


প্ৰেমিকা :- " কোৱাচোন জান !! বিয়াৰ পিছত তুমি মোৰ দেউতাৰ পৰা যৌতুক হিচাপে কি বিচাৰিবা " ?

পাপু :- " ৫০'০০০/- বিচাৰিম " ।

প্ৰেমিকা :- " মাত্ৰ ৫০'০০০/- !!! কি কৰিবা সেই পইচাৰে " ?

পাপু :-" এটা বাথৰুম সাজিম । - - -
আৰু বিয়াৰ পিছত আমাৰ মাজত কাজিয়া হ'লেতো তুমি ক'বাই যে ' মনত ৰাখিবা তুমি মোৰ দেউতাৰ পৰা নগদ ৫০'০০০/- টকা আনি থৈছা "।

প্ৰেমিকা :- " অ ' । তাৰপিচত " ??

পাপু:- " তেতিয়া মই সেই বাথৰুমটোত সোমাই তোমাক ক'ম 'এ মই মু্তি  দিওঁ তোমাৰ দেউতাৰ ৫০'০০০/- টোৰ ওপৰত' !!!


Blood Group Assamese Comedy Jokes


ইমান বিলাক Blood‬ Group....


ভগবানে ইমান বিলাক Blood‬ Group কিয় বনালে.....
.
.
.
.
কিয়নো মহবোৰে যাতে different different flavour ৰ মজা ল'ব পাৰে !!!


Assamese WhatsApp Funny Jokes
চবচে ফাল্টু জ্ঞান


বিবাহ হ'ল, কাৰেণ্টৰ....


বিবাহ হ'ল, কাৰেণ্টৰ wire ৰ নিচিনা । Phase - Neutral connection ঠিক থাকিলে গোটেই জীৱন "উজ্জ্বল" আৰু ভুল হ'লে গোটেই জীৱন "অন্ধকাৰ"


সুপন্দি - নিগনি মৰা ঔষধ দিবচোন ।
দোকানী - ঘৰলৈ লৈ যাব ন'?
সুপন্দি - নহয়, নিগনি বোৰ ধৰি লৈ আহিছো বাপ্পেকে, ইয়াতেই খুৱাম !!!


Like আৰু Comment Best WhatsApp Jokes অসমীয়া ৰগৰ


মই তোমাক Like কৰো....


Girlfriend - মই তোমাক Like কৰোঁ ।
Boyfriend - কিন্ত্ত, মইতো তোমাক Like ৰ লগত Comment ও কৰোঁ !!!

****BLOCKED****


"পাপা" আৰু "ডেডি" WhatsApp Funny Jokes Assamese 


আগতে তুমিতো মোক....


নিৰেণ - আগতে তুমিতো মোক "পাপা" বুলি মাতিছিলা, এতিয়া আৰু কিয় "ডেডি" কোৱা কৰিলা?
পিংকি - তাৰ মানে কি জানা ডেডি, "পাপা" বুলি মাতিলে মোৰ লিপষ্টিক বোৰ ওফৰি যায় মানে !!!


Doctor Patient অসমীয়া Best WhatsApp Jokes


তোমাৰ দাঁত উঠাব লাগিব...


Doctor (patient ক) - তোমাৰ দাঁত উঠাব লাগিব ।
Patient - কিমান খৰছ হ'ব, চাৰ্?
Doctor - ২০০ টকা ।
Patient - এই লওঁক ৫০ টকা,...
Doctor - কিন্ত্ত মইতো ২০০....
Patient - ঢিলা কৰো দিয়ক, বাকিখিনি মই নিজে উলিয়াই ল'ম !!!


ঠাণ্ডা আঁতৰি গৰম Assamese Comedy WhatsApp Funny Jokes


প্ৰচণ্ড ঠাণ্ডা আঁতৰি গৰম....


যেতিয়াই ঠিক প্ৰচণ্ড ঠাণ্ডা আঁতৰি লাহে লাহে ধৰালৈ গৰম নামি আহিবলৈ ধৰিলে...

যেতিয়াই জহকালিৰ আগমণ ঘটি ৰ'দৰ আঘাত তীব্ৰ হ'বলৈ আৰম্ভ কৰিলে...

তেতিয়াই লাহে লাহে ক্ষিণ ভৰিৰ ২৫ কিলো লাহি চেহেৰাৰ ওপৰত ৩ কিলো চশমা লগোৱা কুমাৰীবোৰ দৰ্শন দিয়া আৰম্ভ হ'বলৈ ধৰিলে !!!


জন্ম মাহ অনুযায়ী মানুহৰ চৰিত্ৰ 


January সাহসী ,ৰূঢ়
February বিশ্বাসী ,ভাগ্যবান
March উৎপতীয়া , অকৃিত্রম (প্ৰকৃত)
April বলশালী, আনক কেৰেপ কৰা বিধৰ
May মৰমিয়াল, ব্যৱহাৰিক
June ৰোমান্তিক,কৌতুহলী
July দুঃসাহসিক, সৎ
August সক্ৰিয় , কঠিন পৰিশ্রমী
September সংবেদনশীল, ধুনীয়া
October ধুন-পেচ, বন্ধুসুলভ
November প্ৰতিভাসম্পন্ন, সৃষ্টিশীল
December আত্মবিশ্বাসী, স্বাধীন ।


অইন বহুতো ৰগৰৰ মজা লবলৈ চাওঁক 👉

0 comments: