অসমীয়া Ok Google Jokes । Assamese Jokes And Assamese Comedy

কেইটামান বঁচা বঁচা Ok Google Jokes অসমীয়া ৰগৰ অপোনালোকলৈ বুলি লৈ আহিছো । হাঁহি হাঁহি পঢ়ক, পঢ়ি পঢ়ি হাঁহক । আশাঁ কৰোঁ সকলোৱে ভাল পাব । Assamese Jokes,  Ok Google Jokes কেইটা পঢ়ি ভাল লাগিলে নিজৰ নিজৰ Social Profile যেনে, Facebook, Twitter, WhatsApp, LinkedIn, Pinterest  আদিত Share কৰিবলৈ নাপাহৰিব । 

Ok Google Jokes, Assamese Jokes
Ok Google Jokes

আকবৰ আৰু সেনাপতি, মোৰ পত্নী Google, গুগল্ (Google)ৰ আচল ব্যৱহাৰিতা, ল'ৰা আৰু ছোৱালীৰ গুগল্ কৰাৰ ধৰণ, মই সকলো জানো, এজন ল'ৰাৰ জমনি গুগল্, King Akbor Assamese Jokes, My Wife Google Assamese Comedy Jokes, True Story Ok Google Jokes, Real Uses Of Google Assamese Jokes, How the Boys google and How the Girls google ? Funny Assamese Jokes, I Know Everything - Ok Google Jokes Assamese Comedy, Funny Google Searching Of A Boy - Ok Google Jokes.

Ok Google Jokes


আকবৰ আৰু সেনাপতি -
King Akbor Assamese Jokes


আকবৰে সেনাপতিক সুধিলে - সেনাপতি, আমি কিয় অনাৰকলিক.......

আকবৰে সেনাপতিক সুধিলে - সেনাপতি, আমি কিয় অনাৰকলিক বিচাৰিব পৰা নাই ?

সেনাপতিয়ে উত্তৰ দিলে - মহাৰাজ, কিয়নো আমি মুগল(মোগল) হে গুগল্ (Google) নহয়তো 😁😁😁 !!!


Ok Google Jokes, Assamese Comedy


মোৰ পত্নী Google -
My Wife Is Google Assamese Comedy Jokes


মই গুগল্ (Google) কৰিব.....

মই গুগল্ (Google) কৰিব নালাগে'

মোৰ পত্নী (Wife) য়ে সকলো জানে 😄😄😄!!!



গুগল্ (Google)ৰ আচল ব্যৱহাৰিতা -
True Story Ok Google Jokes, Real Uses Of Google Assamese Jokes


৩০% য়ে গুগল্ (Google) ক .........

৩০% য়ে গুগল্ (Google) ক Search Engine হিচাপে ব্যৱহাৰ কৰে ।

৬০% য়ে গুগল্ (Google) ক Spelling Check কৰিবৰ বাবে ব্যৱহাৰ কৰে ।

আৰু বাকী থকা ১০ % য়ে গুগল্ (Google) ক ইন্টাৰনেট ঠিক মতে চলি আছে নে নাই সেইটো Check কৰিবৰ বাবে ব্যৱহাৰ কৰে 😃😃😃।


Ok-Google-Jokes, Assamese Comedy Jokes


ল'ৰা আৰু ছোৱালীৰ গুগল্ কৰাৰ ধৰণ -
How the Boys google and How the Girls google ? Funny Assamese Jokes


ল'ৰাবোৰৰ গুগল......

ল'ৰাবোৰৰ গুগল্ (Google) কৰাৰ ধৰণ -
My PC overheated solution

ছোৱালীবোৰৰ গুগল্ (Google) কৰাৰ ধৰণ -
My PC overheated how do I get it cool because this PC is my heart 😁😁😁!!!


Assamese Jokes, Ok Google Jokes
Assamese Jokes


মই সকলো জানো - অসমীয়া ৰগৰ -
I Know Everything - Ok Google Jokes Assamese Comedy


Wikipedia - মই সকলো জানো ;

Google - ধুৰ, মই সকলো জানো ;

Facebook - সেই সকলোবোৰক মই জানো ;

Internet - তহঁতে বেছি বক্, মই নহলে যে তহঁত আটাইবোৰ থকা নথকা একেই ;

Electricity - ও, আৰু কিমান পাৰ্ লেক্চাৰ মাৰি থাক, মই যদি....😊😊😊



Ok-Google-Jokes, Assamese Jokes
Ok-Google-Jokes



এজন ল'ৰাৰ জমনি গুগল্ - অসমীয়া ৰগৰ Jokes -
Funny Google Searching Of A Boy - Ok Google Jokes


এজন ল'ৰাই গুগল্ (Google) ক সুধিলে.....

এজন ল'ৰাই গুগল্ (Google) ক সুধিলে,
How do I impress a girl if weak in english (ইংলিছত পাকৈত নোহোৱাকৈ ছোৱালী এজনীক কেনেকৈ পটাব পাৰিম)

গুগল্ (Google) য়ে ০.০০১ চেকেণ্ডত উত্তৰ দিলে - "Behave yourself, Focus on farming, else.... ("নিজে সংযত হ', বেটা ; খেতি-বাতিতে ভালদৰে মন কান দে, ছোৱালী পটোৱাৰ আশা কৰি থকোতে ফচলৰ অভাৱত নাখাই মৰিবি)



0 comments: