অসমীয়া Latest Joke For WhatsApp And Joke Messages For WhatsApp Assamese Jokes । Assamese Comedy

Latest Joke For WhatsApp

I Love You Latest Joke For WhatsApp, মই তোমাক ভাল পাওঁ -


ধেমালিতে ছোৱালী এজনীক I Love You বুলি কলোং,

তাই চাল্লা, এতিয়া এটাৰ পিছত আনটো Video Call কৰি আছে,

মই এতিয়া ক'ত মৰং ?

Latest Joke For WhatsApp, Joke Messages For WhatsApp
Latest Joke For WhatsApp

Maa মা' , Joke Messages For WhatsApp -


কোনোবা এজনে মা'কৰ কান্ধত মূৰ থৈ সুধিলে, "মা' তোমাৰ কান্ধত মোক কেতিয়ালৈ মূৰ থৈ শুৱলৈ দিবা?"

মা'কে ক'লে, "যেতিয়ালৈ মোক আনে কান্ধত তুলি লৈ নাযায় !"


Joke Messages For WhatsApp


ছোৱালী আৰু ফুচকা বেপাৰী , Girl Latest Joke For WhatsApp -

Girl - তুমি শৌচালয়ৰ পৰা আহি ভালকৈ হাত-পাত ধুৱানে ?

ফুচকা বেপাৰী - বাইদেউ, আমাৰ এই কামত দিনৰ দিনটো তেল, নিমখ, জলকীয়া আৰু মচলাৰ লগতেই যায়, সেয়ে আমি শৌচালয়ৰ পৰা অহাৰ পিছতটো নহয়, শৌচালয়লৈ যোৱাৰ আগতেহে ভালকৈ হাত-পাত ধুওঁ 😜😜😏😏


Latest Joke For WhatsApp, Joke Messages For WhatsApp
Latest Joke For WhatsApp


Assamese Medium, অসমীয়া মাধ্যম, Joke Messages For WhatsApp  -

অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণ কৰা সকলৰ বাবে চাকৰিৰ ক্ষেত্ৰত ৭০% সংৰক্ষণৰ ব্যৱস্হা থাকিলে, অসমীয়া ভাষাৰ বাবে আন্দোলন কৰাৰ প্ৰয়োজনীতা নাথাকিল হেঁতেন ।

Latest Joke For WhatsApp, Joke Messages For WhatsApp
Joke Messages For WhatsApp

পেজেঙ, পেজেঙৰ ঘৈণীয়েক (wife)  আৰু লুডু খেল (ludu game) Latest Joke For WhatsApp -

অফিছ বন্ধ হোৱা হেতুকে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ ঠিক পিছতে পেজেঙৰ ঘৈণীয়েকে (wife) লুডু (ludu) আৰু লুডু দান মৰা গুটি কেইটা লৈ পেজেঙৰ কাষ চাপিলহি ।

পেজেঙ - কি হ'ল, আজি ভাত খোৱাৰ লগে লগেই লুডু লৈ উপস্হিত যে, খেল আৰম্ভ কৰিবাই মানে !

পেজেঙৰ Wife - ওঁ, এয়া লোৱা গুটিবোৰ আৰু আৰম্ভ কৰা, 1, 2, 3, 4 আৰু 5 উঠিলে তুমি আজি মোক shopping কৰিবলৈ নিব লাগিব !

পেজেঙে ভাবিলে এওঁ accountant, হিচাপত এওঁৰ লগত নোৱাৰি, বেয়া ফচিলো যেন লাগিছে, মনে মনে probability ৰ অংক কৰি দেখিলে এওঁক shopping কৰিবলৈ নিয়াৰ সম্ভাৱনা 83%,

তথাপি 17% বচাৰ সম্ভাৱনা মনত ৰাখি সুধিলে,

আৰু যদি 6 উঠে ?

পেজেঙৰ Wife - অ' সোণটো, লুডু খেলি পোৱা নাই নি, 6 উঠিলে আকৌ এবাৰ মাৰিবলৈ সুবিধা পাবা !!!😀😀😀😇😇


Latest Joke For WhatsApp, Joke Messages For WhatsApp
Assamese Jokes

চাওঁক -

- অসমীয়া Latest Joke For WhatsApp And Joke Messages For WhatsApp Assamese Jokes । Assamese Comedy.
Hot ! Hot ! Hot

0 comments: