অসমীয়া Mobile Jokes । Mobile Phone Jokes For WhatsApp And Facebook । Assamese Jokes 2019

অসমীয়া Mobile Jokes । Mobile Phone Jokes For WhatsApp And Facebook । Assamese Jokes 2019

Mobile Jokes Temple Bord


Mobile Jokes, Mobile Phone Jokes

Mobile Jokes


(মন্দিৰৰ জাননী)

১০ বছৰ আগত মন্দিৰলৈ যাওঁতে এখন বোৰ্ড আঁৰি থোৱা দেখা পোৱা গৈছিল -
“Mobile Phones Prohibited “

৫ বছৰ পিছত, ই সলনি হৈ পৰিছিল -
“Keep your mobile switched off”

যোৱা বছৰৰ পৰা আকৌ ই সলনি হৈ পৰিছিল -
“Keep your mobile in Silent mode”

যোৱা সপ্তাহত গৈ যি দেখিলো, সেয়া দেখি মোৰ মূৰটো কিবা আচন্দ্ৰাই উঠিল । তাত আঁৰি থোৱা নতুন বোৰ্ডখনত লিখা আছিল -
“Selfie with the Lord, Rs.51/-“


*****

Mobile Jokes Mobile Made In Assam


(মোবাইল ফোন অসম)

Mobile Phone অসমত বনোৱা হলে, এই ধৰণৰ Message Template থাকিলহেঁতেন -

১) পিছত ফোন কৰ্
২) মুখত কে.পি. আছে পিছত ফোন কৰি আছো
৩) এটা হাফ্ লৈ আহ
৪) ২০০ টকা এটা হ'ব নি
৫) ধলপুৱাতে মেথাটো নোচোবাবি বুইচ্
৬) মালটোৰ লগত পাৰ্কত বহি আছো
৭) চুঙা টান্ যদি আহি যা

Mobile Jokes, Mobile Phone Jokes


Mobile Phone Jokes

(সুপন্দিৰ সাক্ষাৎকাৰ)

Mobile Jokes Interview Of Supondi


সুপন্দিয়ে Mobile Company এটাত সাক্ষাৎকাৰ দিব গ'ল ।

বোৰ্ডে কৰা প্ৰশ্নৰ সুপন্দিয়ে দিয়া উত্তৰ শুনি তাক Mobile Company এ উলিয়াই দিলে ।

বোৰ্ডৰ প্ৰশ্নটো আছিল - সকলোতকৈ ডাঙৰ Network কি?

সুপন্দিৰ উত্তৰটো আছিল -
"Cartoon Network"


*****

Mobile Jokes Girlfriend Boyfriend 


(প্ৰেমিক প্ৰেমিকা মোবাইল অসমীয়া ৰগৰ)

Girlfriend - মোৰ হৃদয়খন যদি Mobile হয়, তুমি তাৰ Sim Card হোৱা ।

Boyfriend - বাঃ, কি ধুনীয়া কথা ক'লাহে, অন্তৰখন একেবাৰে জুৰ পৰি গ'ল ।

Girlfriend - হ'ব, হ'ব, বেছি ফুৰ্টি কৰিব নালাগে । ভাল Offer পালে Sim Card খন বদলি কৰি ল'ম !


*****

Mobile Jokes Group Of Supondi


(সুপন্দিৰ গ্ৰুপ্)

সুপন্দি Doctor ৰ তালৈ গ'ল ।

Doctor - আচ্ছা, কোৱাচোন তোমাৰ কোনটো হয়, জানা যদি?

সুপন্দি - জানো জানো, দিনটো সেইটোৰ লগতে থাকো, "Road Bikers"

Doctor - Blood Group সুধিচো, WhatsApp Group নহয়, WhatsApp ৰ ভুত !


*****

Mobile Jokes Supondi And Pejeng


(সুপন্দি আৰু পেজেং)

সুপন্দিয়ে পেজেং ক ক'লে - তোৰ লগতো Mobile আৰু মোৰ লগতো Mobile  থকাৰ পিছতো তই কিয় মোক Later(Letter) পঠালি ।

পেজেং - তোক মই কৰি আছিলো, বাইদেউ এজনীয়ে Phone টো উঠাই ক'লে, "Please Try Later(Letter)"


Mobile Jokes, Mobile Phone Jokes
Mobile Jokes

Mobile Jokes Exercise Of Supondi


(সুপন্দিৰ ব্যায়াম)

Doctor - সুসাস্হ্যৰ কাৰণে সদায় ব্যায়াম কৰা আৰম্ভ কৰা ।

সুপন্দি - মইটো সদায় Cricket আৰু Football খেলোঁ ।

Doctor - কিমান সময় খেলা ?

সুপন্দি - যেতিয়ালৈ Mobile ৰ Battery শেষ হৈ নাযায় !


Hot ! Hot ! Hot

0 comments: