Diwali Wishes In Assamese । Assamese Diwali 2018, Wishes, Photo, Images

Diwali Wishes In Assamese । Assamese Diwali 2018, Wishes, Photo, Images - শুভ দিপাৱলী 2018

About Diwali In Assamese - 

"দিপাৱলী"(Diwali) হ'ল পোহৰ আৰু উজ্জ্বলতাৰ উৎসৱ । "দিপাৱলী" উৎসৱক "দীপান্বিতা" বুলিও কোৱা হয় । এই দিনটোত চৌপাশ মুখৰিত হয় নানা ৰঙৰ জিকমিক্ light ৰ পোহৰেৰে । প্ৰভুৰ আগমণৰ মনোভাৱ আগত ৰাখি জ্বলোৱা হয় অসংখ্য প্ৰদীপ । ফটকা আৰু ফুলজাৰি পোহৰে দীপান্বিতা উৎসৱৰ মাদকতা দুগুণে বঢ়ায় ।

পৰিয়ালৰ মাজত বিতৰণ হয় Diwali Wishes. সকলোৱে নিজৰ নিজৰ পৰিজন, আত্মীয়-কুটুম্ব, বন্ধু-বৰ্গক Diwali Greetings পঠিয়াই মনৰ আনন্দ প্ৰকাশ কৰে । নিজৰ প্ৰিয়জনৰ বাবে ক্ৰয় কৰা হয় মিঠাই আৰু নানা ধৰণৰ উপহাৰ ।

আজিকালি কাৰিকৰী দিশে চমক দিয়াৰ পিছৰ পৰাই Diwali Wishes পঠোৱাৰ বিনিময় প্ৰথা বৃদ্ধি পাবলৈ ধৰিছে । এই দিপাৱলী উৎসৱৰ শুভ ক্ষণটোত বিশেষকৈ নিজৰ নিজৰ mobile ৰ যোগেদি ইজনে সিজনক শুভেচ্ছা বাৰ্তা এটা নপঠিয়ালে যেন কিবা উকা উকা লাগে ।

মই এই post টোৰ যোগেদি কিছুমান "Diwali Wishes In Assamese" আৰু "Assamese Diwali Photo" আগবঢ়াইছো । আপোনালোকে এই "Assamese Diwali Images" বোৰ সকলোকে share কৰি "দীপান্বিতা উৎসৱ" ৰ আনন্দ লওঁক ।


Happy Diwali In Assamese Language -


💣💥 টিমটিমাই থকা প্ৰদীপৰ পৰা প্ৰস্ফুটিত আভাই এই দিপাৱলীত আপোনাৰ আৰু আপোনাৰ পৰিয়াললৈ কঢ়িয়াই আনক সুস্বাস্হ্য, ভাগ্য আৰু সমৃদ্ধি - শুভ দিপাৱলী !


💣💥 এই দিপাৱলী তোমাৰ বাবে হৈ পৰক ধন-ধানেৰে পৰিপূৰ্ণ, জীৱন হৈ পৰক সুখময়, তাৰেই কামনাৰে - শুভ দীপান্বিতা !


💣💥 প্ৰজ্বলিত চাকিৰ উজ্জ্বল পোহৰত মা' লম্ক্ষীৰ আৱাহনে তোমাৰ আৰু তোমাৰ পৰিয়াললৈ যেন হাঁহি, সুখ আৰু ভাগ্য কঢ়িয়াই আনে - Happy Diwali !


💣💥 দিপাৱলী আহিল,
মাটিৰ প্ৰদীপ, মিঠাতেল,
কলগছ,
ফটকা, ফুলজাৰি,
মিঠাই, পৰমান্ন,
ইত্যাদিৰ সমাহাৰ ঘটিল,
লগ-সমনীয়া, মিতিৰ-কুটুম্ব,
পাহৰি সকলো ক্লেশ,
একেলগে সবে এই উৎসৱত মিলিল -
দিপাৱলীৰ হিয়াভঁৰা শুভকামনা !

💣💥 এই দিপাৱলীত মোৰ কামনা এইয়ে যে, প্ৰত্যেকটো কাৰ্য্যতে যেন তুমি লাভ কৰা সফলতা, সুখ তোমাৰ চাৰিওফালে বিয়পি পৰে আৰু মা' লম্ক্ষীৰ কৃপাই তোমাৰ জীৱন আৱৰি ধৰে - Happy Diwali !


💣💥 সুখ-সম্পদ যেন তোমাৰ জীৱনলৈ আহে,
মা' লম্ক্ষীৰ তোমাৰ ঘৰলৈ আগমন ঘটে,
সুখ সদায় লগত থাকে,
আৰু
দুখ যেন আঁতৰি দূৰলৈ গুছি যায়,
তাৰেই কামনাৰে - দীপান্বিতাৰ শুভেচ্ছা যাঁচিলো !


💣💥 ভগবান শ্রীৰামৰ আশীৰ্বাদে তোমাৰ জীৱনত যেন সুখ চটিয়ায়,
দুখ'ক নাশ কৰে,
প্ৰেম'ৰ ফুলজাৰিয়ে জীৱন আলোকময় কৰি তোলে,
বন্তিগচিৰ উজ্জ্বল পোহৰে তোমাৰ জীৱন আনন্দময় কৰি তোলে - দিপাৱলীৰ শুভকামনা যাঁচিলো !


💣💥 ক্ষণে ক্ষণে জাগি উঠে অনুভৱ,
অনুভৱে জগায় তোলে বিশ্বাস,
বিশ্বাসে তৈয়াৰ কৰে এক সম্বন্ধ,
আৰু
সেই সম্বন্ধই জীৱনলৈ আনি দিয়ে কোনোবা আপোন - Happy Diwali !


💣💥 প্ৰভু কুবেৰৰ ধন,
মা' লম্ক্ষীৰ কৃপা,
আৰু
প্ৰভু ঈশ্বৰ বাবা গণেশ'ৰ আশীৰ্বাদে,
তোমাৰ জীৱন কৰি তোলক মংগলময়,
প্ৰসন্ন আৰু উল্লাসেৰে ভৰি পৰক এই দিপাৱলী - শুভ দীপান্বিতা !


💣💥 আমি আকাশত আতচবাজী জ্বলাই আমাৰ মনৰ সুখ আৰু আনন্দ প্ৰকাশ কৰোঁ,
আহক এইবাৰ দিপাৱলীত আমি সকলোৱে হিংসা, ক্লেশ, বিদ্বেষক জ্বলাই জীৱন উজ্জ্বলাই তোলো আৰু উন্নতিৰ শিখৰত আৰোহন কৰোঁ - শুভ দীপান্বিতা !


💣💥 দিপাৱলী উৎসৱৰ শুভকামনা,
দিপাৱলী'ৰ এই শুভ বেলাত মনৰ অন্ধকাৰ ঢাকি জীৱন মিঠা কৰি তোলো,
প্ৰদীপ আৰু ফটকা জ্বলাই দীপান্বিতা উৎসৱ পালন কৰোঁ - শুভ দিপাৱলী !


💣💥 মৰম, স্নেহ আৰু সুখৰ বৰষা,
বল, বুদ্ধি আৰু শিক্ষাৰ বৃদ্ধি,
এই দিপাৱলীয়ে আপোনাৰ আৰু আপোনাৰ পৰিয়াললৈ এই সকলোবোৰ কঢ়িয়াই লৈ আঁহক তাৰেই কামনাৰে - শুভ দীপান্বিতা !

Assamese Diwali Photo, Wallpaper, Images -


Diwali Wishes In Assamese



Assamese Diwali Photo



Diwali Wishes In Assamese


             Click Here For Diwali Gifts


Assamese Diwali Images



happy diwali in Assamese language



Diwali Wishes In Assamese



Assamese diwali images 2018



Assamese diwali wallpaper



happy diwali wishes in assamese language



happy diwali 2018 wishes in Assamese



diwali wishes in Assamese 2018




diwali images in assamese



diwali wishes in assamese



diwali greetings in assamese

Diwali Greetings Messages English For Diwali 2018 -


💣💥 On this promising celebration of lights, May the sparkle of bliss, Prosperity and satisfaction, Illuminate you life and your home. Wishing you a Happy Diwali 2018.


💣💥 May a huge number of lights enlighten your existence with perpetual joy,prosperity and riches everlastingly … Wishing you and your family an extremely Happy Diwali.


💣💥 May this light of satisfaction, illuminate your life. May this Diwali be the most shining and helping . The sights and sounds topping off your heart with euphoria and bliss. Wishing You And Your Family A Happy Diwali.


💣💥 An event to observe Victory over annihilation, Light finished haziness, Awareness over Ignorance, An Occasion to Celebrate Life - May this favorable event illuminate your existence with Happiness, Joy and Peace - Wishes For Happy Diwali 2018.







diwali 2018 assam


             Click Here For Diwali Gifts





diwali 2018 assam

Conclusion -

আশা কৰোঁ সকলোৱে "Diwali Wishes In Assamese" আৰু "Assamese Diwali Photo, Wallpaper, Images" লেখাটো ভাল পালে । এতিয়া অনুগ্ৰহ কৰি সকলোৱে এই "Assamese Diwali Photo" আৰু "Assamese Diwali Wishes" বোৰ নিজৰ নিজৰ বন্ধু-বৰ্গ, প্ৰেমাস্পদ আৰু আত্মীয়-কুটুম্বৰ মাজত share কৰি "দীপান্বিতা উৎসৱ" ৰ মিঠা অনুভৱ বিলাওঁক । লগতে এই post ৰ তলত থকা "comment box" ত comment কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব বুলি আশা থাকিল । সদৌ শেষত Khagori.com ৰ সমূহ পাঠকলৈ "দীপান্বিতা উৎসৱ" শুভকামনা জ্ঞাপন কৰিলোঁ। ধন্যবাদ । Keep Visiting  Khagori.com !" 




Comments

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

Assamese Quotes on Life - Assamese Facebook status for Life

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Some Assamese Quotes On Life with Images and Shayari in Assamese

Fun Fun - Funny Images - in Assamese