New Assamese Jokes । Husband Wife । Boyfriend Girlfriend

New Assamese Jokes । Husband Wife । Boyfriend Girlfriend 

নতুন অসমীয়া ৰগৰ, পতি পত্নী আৰু প্ৰেমিক প্ৰেমিকা -

new assamese jokes husband wife

😇😇😇পত্নী - তোমাৰ চোলাটোত এয়া lipstick ৰ দাগ ক'ৰ পৰা আহিল, হা ?
পতি - অ', সেইটোৱে মইও confuse ! lipstick ৰ দাগটো কেনেকৈ আহিল বা ? সেইখিনি সময়ত মই চোলাটোতো খুলি থৈছিলোঁ !



😇😇😇 এটা সৰু ল'ৰা school লৈ যাবলৈ ৰাস্তালৈ ওলাইছেহে , এনেতে সি ৰাস্তাত এহাল যুৱক-যুৱতীয়ে kiss কৰি থকা দেখা পায়, চিঞৰিলে - অ' মা, মা, চোৱাচোন সেই বুৰ্বুক দুটাই মাত্ৰ এটা sewing gum ৰ কাৰণে কেনেকৈ কাজিয়া লাগিব ধৰিছে !


😇😇😇 নৰেনৰ বাপেকৰ বয়স ৬০ বছৰ ।
ৰাতি ২টা বজাত নৰেনৰ বাপেকৰ mobile ত ফোন - hello, মিচ্ ৰতি ডেকা' ইয়াত আছে নেকি ?
নৰেনৰ বাপেক - হেৰৌ, কটা নিধক, ক'ৰ পৰা এই মাজৰাতিখন মৰি থাক হঁত ! এই দোভাগ নিশা মোৰ লগত যদি মিচ্ ৰতি থাকিলেহেঁতেন মোৰ বুঢ়া দেহটো ডেকা হৈ জাগি নুঠিলেহেঁতেন নেকি ঐ ?


😇😇😇 Boyfriend - তুমি জানা ! মই তোমাৰ প্ৰেমত বলিয়া হৈ গলো, বৰ্বাদ হৈ গলো, খাব শোৱ নোৱাৰা হৈ গলো ! এতিয়া মাথো বাকি নিচাসক্ত trazedy poem writer হ'বলৈ !
Girlfriend - তাতেনো কিডাল হ'ল ! মইনো কোন এনে একেবাৰে bank manager হ'লো !


😇😇😇 ছোৱালী - পাপা, আপোনাক এটা জৰুৰী কথা ক'ব লগা আছিল  ।
পাপা - কোৱা মাজনী, কি কথা ।
ছোৱালী - মই এজন ল'ৰাক ভাল পাওঁ আৰু তেওঁ America ত থাকে ।
পাপা - ক'ত লগ পালা তেওঁক তুমি মাজনী ?
ছোৱালী - Google Plus ত আমাৰ চিনাকি, Facebook ত আমাৰ বন্ধুত্ব গভীৰ হ'ল, Gtalk ত মোক I Love You ক'লে, আৰু WhatsApp ৰ জৰিয়তে আমি ৩ মাহ ধৰি প্ৰেম কৰি আছো !
পাপা - Oh ! Really ! এতিয়া তেন্তে Twitter ত বিয়াখন পাতি ল', Make My Trip ত হনিমুন নে কি সেইটো কৰি ল', Flipkart ৰ পৰা পোৱালী অৰ্ডাৰ কৰ আৰু Gmail ৰে receive কৰি ল', আৰু  তাৰ পিছত finally যদি তোৰ পতি পচন্দ নোহোৱা হৈ যায় তেন্তে olx ত বেচি পেলা ! কথা ক'বলৈ আহিছ' !



Comments

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Quotes on Life - Assamese Facebook status for Life

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

Some Assamese Quotes On Life with Images and Shayari in Assamese

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Fun Fun - Funny Images - in Assamese