Best Assamese Funny Jokes 2018 । Assamese Jokes

Best Assamese Funny Jokes 2018 । Assamese Jokes । ছাতি, যুৱতী, নৰেন আৰু পতি পত্নী ৰগৰ

Individuals are checking arbitrary sites for some extremely Funny Jokes in Assamese. Khagori.com is made to give you the full rundown of most entertaining jokes on the web. Read and snicker so anyone might hear with the Assamese humour. You can look at our more classes (অসমীয়া জমনি/ অসমীয়া কৌতুক) in this site. This site is devoted to give funny jokes in assamese dialect and in Assamese text styles. Most sites giving this substance are not refreshed in prolonged stretch of time or does not give you what is need. While, we do refresh Khagori.com consistently to give you crisp jokes ordinary. Any proposals are constantly welcome. Present your own jokes as well, which will enable this site to develop. This most recent Assamese Jokes accumulation you can simply read and snicker yourself. These regard read Best Assamese Funny Jokes 2018 for understudies and grown-ups too. 

assamese funny jokes

You like Assamese Koutuk, husband wife jokes, woman jokes, girls jokes, teacher students  jokes in our site is for everybody. It would be ideal if you like our page on Facebook, Google + and Twitter, and let your companions think about this site.

Like and Share With Facebook -


#১


best Assamese funny jokes 2018


শিক্ষক - ক'চোন " I Love You" এই কথাষাৰী কোন দেশে আৱিস্কাৰ কৰিছিল ?
ছাত্ৰ - চাৰ্, China !
শিক্ষক - কেনেকৈ ?
ছাত্ৰ - চাৰ্, এই কথাষাৰীৰ কোনো guarantee ও নাই কোনো quality ও নাই । টিকিলে গোটেই জীৱন চলি যায় আৰু নিটিকিলে দুদিনমানো নচলে ।

#২

পত্নী - কি কৰি আছা ?
পতি - আৰু নক'বা বুজিছা, এই নতুন company টোত join কৰাৰ পিছত কামৰ pressure বাঢ়িচেহে !
পত্নী - কি ক'বা আৰু, মই বাবাটোৰ লগত KFC ত বহি অাছো, ঠিক তোমাৰ পিছফালৰ table খনত । আৰু বাবাটোয়ে সুধিয়ে আছে দেউতাৰ লগত একেলগে বহি থকা aunty গৰাকী কোন !

#৩

পৃথিৱীৰ আটাইতকৈ শক্তিশালী network দুটা কি ক'ব পাৰিবনে ?
নোৱাৰে যদি কৈ দিছো শুনক,
সেই দুটা network হৈছে -
Email আৰু Female.
এই দুয়োটা network য়ে অতি ক্ষিপ্ৰতাৰে খবৰবোৰ মুহূৰ্ততে চাৰিওফালে বিয়পায় দিয়ে !

#৪


best Assamese funny jokes 2018

প্ৰিয় Mr. Das,
যোৱা ৰবিবাৰে আপুনি আমাৰ ঘৰলৈ আহি যাবৰ সময়ত খুব বৰষুণ দিওঁতে আপোনাক আমাৰ ওচৰ-চুবুৰিয়া Mr. Sarma হঁতৰ ঘৰৰ পৰা আনি দিয়া ছাতিটো বিচাৰি Sarma আজি আমাৰ ঘৰলৈ আহিছিল । Mr. Sarma ই ক'লে, ছাতিটো হেনো তেওঁৰ অফিছৰ বড়বাবুৰ পৰা আনিছিল আৰু বড়বাবুৰ ভায়েকে হেনো ছাতিটো বিচাৰি বড়বাবুক খুব pressure দি আছে । কাৰণ, বড়বাবুৰ ভায়েকে তাৰ বন্ধুৰ পৰা সেই ছাতিটো আনিছিল যে । সেই বন্ধু জনৰ মোমায়েকে আৰু তাক লগ পালেই ছাতিটোৰ কথা কয় বোলে । ছাতিটো বোলে আকৌ মোমায়েকৰো নহয়, মোমায়েকৰ শহুৰৰ হে । গতিকে, Mr. Sarma ৰ অফিছৰ বড়বাবুৰ ভায়েকৰ বন্ধুৰ মোমায়েকৰ শহুৰেকে ছাতিটো immediate বিচাৰি আছে । আপুনি অতি সোনকালে আজিৰ ভিতৰতেই উক্ত ছাতিটো ওভতাই দিয়ে যেন !
- ইতি,
Mr. G. Barman.

#৫


Assamese funny jokes


শাৰী পৰিহিতা যুৱতী এগৰাকীয়ে দলং এখনৰ পৰা নদীত জাঁপ দিবলৈ চেষ্টা কৰি আছে ।

তাকে দেখি নৰেনে তাইক বাধা দি সুধিলে, তুমি কি আত্মহত্যা কৰিব খুজিছা নেকি ?

যুৱতী গৰাকীয়ে ক'লে, অ' মই মৰিব খুজো !

নৰেনে ক'লে - আচ্ছা, সেইটো তোমাৰ নিজৰ কথা তাত মোৰ ক'ব লগা নাই । কিন্ত্ত তুমি যিহেতু আত্মহত্যা কৰিবাই, গতিকে মই তোমাক কি এটা kiss খাব পৰোঁ নে ?

যুৱতী গৰাকীয়ে ক'লে - অ' খোৱ‍া, মোৰ কোনো আপত্তি নাই !

নৰেনে লগে লগে যুৱতী গৰাকীক kiss খালে আৰু সুধিলে, বাৰু জানিব পাৰিমনে তুমি কিয় আত্মহত্যা কৰিব খুজিছা ?

যুৱতী - আচ্ছা, ল'ৰা হ'লো বুলি কি মই শাৰী পিন্ধিব নোৱাৰো নেকি ? মোক ঘৰৰ পৰা শাৰী পিন্ধিলেই গালি শপনি পাৰে আৰু পিটে ! তেনে জীৱন মোক নালাগে, সেয়ে মই মৃত্যু বিচাৰো ।

এই কথা শুনি যুৱতী গৰাকী নদীত জাঁপ দিয়াৰ আগতে নৰেনে নদীত জপিয়াই দিলে ।

#৬

এগৰাকী গৃহিনীয়ে gas dealer ক ফোন কৰিবলৈ গৈ ভুল বঃশত gynae doctor ক ফোন লগালে ।

আচ্ছা, কওঁকচোন delivery ৰ কিমান দিন পিছত আকৌ book কৰিব পাৰি ?

Doctor - মোটা-মুটি ৭-৮ মাহ মান আগতটো নোৱ‍াৰিব ।

গৃহিনী - ইস্ ৰাম, ইমান দিন খাম কি ?

Doctor - Oral pill আৰু কি !

#৭

ৰমেন(ফোনত) - আৰে নৰেন, ইমান দিন পিছত, খবৰ ভালনে ?

নৰেন - অ' ভালেই !

ৰমেন - এতিয়া কি কৰি আছা ?

নৰেন - নাই মই আৰু মোৰ মিচেচ দুয়োজনে just dinner কৰি উঠিলো  আৰু এতিয়া স্কচ্ উলিয়াচোহে আৰু !

ৰমেন - অ', বাঃ, কি কোৱা ? Black Label নে Red Label ?

নৰেন - নহয় ও, মানে স্কচ্ brite ৰে বাচন মাজিব ওলাইছো !

Conclusion - 

আপোনালোকে "Best Assamese Funny Jokes 2018" ৰ "Assamese Jokes" সমূহ পঢ়ি কেনে পালে এই post ৰ তলত থকা Comment Box ত comment কৰি জনাবলৈ নাপাহৰিব । মই আগলৈ আৰু ভাল ভাল অসমীয়া Jokes লৈ আহিবলৈ চেষ্টা কৰিম ।

You Can See Also -



Comments

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

Assamese Quotes on Life - Assamese Facebook status for Life

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Some Assamese Quotes On Life with Images and Shayari in Assamese

Fun Fun - Funny Images - in Assamese