Assamese Comedy Jokes । Assamese Funny ৰগৰ

Assamese Comedy Jokes । Assamese Funny ৰগৰ

Girl & Shopkeeper Jokes In Assamese - Pizza

Assamese Funny ৰগৰ
Assamese Funny ৰগৰ

ছোৱালী (দোকানীক)- এটা পিজা দিবা ।

দোকানী - মেদাম, খাব নে পেকিং কৰি দিম ?

ছোৱালী - অ' অ' খাম, পেকিং কৰি দিয়া !

Assamese Funny ৰগৰ

God Complaint - Assamese Funny Jokes On Watermelon 

এনেইটো ভগবানৰ ওপৰত বিশেষ কোনো ধৰণৰ অভিযোগ দিব লগা নাই....

কিন্ত্ত এটাই মাথো সৰু প্ৰশ্ন,

তৰমুজৰ ভিতৰত গুটিবোৰ চাৰিওফালে সিঁচৰিত হৈ থাকে, কি গুটিবোৰ একেলগে এটা জেগাতে ঠুপ খোৱাই দি দিলে কিবা প্ৰব্লেম্ আছিল নেকি ?




Friends Jokes In Assamese 

বন্ধু ১ - বন্ধু, এটা প্ৰশ্ন মই বহুদিনৰ পৰা ভাবি ভাবি বুজি পোৱা নাই ।

বন্ধু ২ - কি প্ৰশ্ন ?

বন্ধু ১ - "পলকতে চকুৰ পচাৰত এখন হৃদয় কেনেকৈ ঠানবান হৈ যায়" ?

সি লগে লগে মোৰ ওপৰৰ পকেটত থকা ২০০০ টকীয়া নোটখন উলিয়াই ফালি পেলালে !

Assamese Funny

House Owner Jokes In Assamese - চোৰ


এটা ঘৰত সঘনাই চোৰ যোৱা হ'ল ।

গৃহস্হই বহু চেষ্টা কৰিও চোৰ সোমোৱাৰ পৰা ঘৰটো ৰক্ষা কৰিব নোৱাৰিলে ।

অৱশেষত বহু চিন্তা ভাৱনাৰ অন্তত ঘৰটোৰ গৃহস্হই এটা উপায় ভাবি উলিয়ালে ।

উক্ত উপায় অনুযায়ী ঘৰটোৰ আগফালে পদূলিত থকা আধুনিক লোহাৰ গেট্ খনত এখন লিখা দেখা পোৱা গ'ল -

জাননী
"এই ঘৰটোত ইতিমধ্যে তিনিবাৰ চোৰ হ'ল । এতিয়া এই ঘৰটোৰ সমস্ত টকা-পইচা, আ-অলংকাৰ ইত্যাদি বোৰ বেংকৰ ল'কাৰত জমা ৰখা হৈছে । মিচাতে এই ঘৰটোৰ তলা ভাঙি আপোনাৰ বহুমূলীয়া সময় নষ্ট কৰাৰ বৃথা চেষ্টা কৰি লাভ নাই"
- ধন্যবাদ,
ঘৰৰ মালিক

Doctor & Patient Assamese Funny Jokes - মলম


ৰোগী - চাৰ্, আপুনি দিয়া মলমটোৱে কাম কৰা নাই । এয়া চাওঁক মোৰ দুখ পোৱা জেগা ডোখৰ আগৰ নিচিনা হৈয়ে আছে ।

ডাক্তৰ - কি কয়, এইটো এক নম্বৰ মলম । তেনেকুৱাটো হব নালাগে । আপুনি ঠিকমতে মলম বোৰ লগাইছিল নে নাই ।

ৰোগী - অ'তো চাৰ্, মই আপুনি কোৱাৰ দৰেই টেবুল খনত দিনত তিনিবাৰ বঢ়িয়াকৈ মলমটো লগাই আছো ।

ডাক্তৰ - টেবুল, টেবুল আকৌ ক'ৰ পৰা আহিল ?

ৰোগী - চাৰ্, কিয়, আপুনিয়েই কোৱা নাছিল জানো য'ত খুণ্ডা খাইছো তাতেই মলমটো লগাবলে ।




In English Text - Assamese Funny

#1

Girl to Shopkeeper - Eta pizza diba.

Shopkeeper - Madam, khabo ne packing kori dim ?

Girl - O', O', kham packing kori diya !

#2

Eneitu bhogobanor oporot bikhekh kono dhoronor obhijog dibo loga naai...

Kintu etai matho khoru prosno,

Tormujor bhitorot gutibor sariophale khisorito hoi thake, ki gutibor ekeloge eta jegate thup khuwai di dile kiba problem asil neki ?

#3

friend 1 - Bondhu, Eta prosno moi bohudinor pora bhabi bhabi buji puwa naai.

friend 2 - Ki prosno ?

friend 1 - Polokote sokur posarot ekhon hridoy kenekoi than baan hoi jay ?

Khi loge loge mor oporor pocket ot thoka 2000 rs note khon uliyay phali pelale !

Assamese Funny


Conclusion -

 I think you all liked these "Assamese Comedy Jokes" and "Assamese Funny". I am trying to express the best "Assamese Funny Jokes" in this post only for you viewers . You please share the same to your social links. So, do like me and share your thought in the comment box. Thanks, Keep Visiting.

            Do Connect With Facebook >>


Supondi Aaru Konpitou Jokes


Comments

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

Assamese Quotes on Life - Assamese Facebook status for Life

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Some Assamese Quotes On Life with Images and Shayari in Assamese

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Fun Fun - Funny Images - in Assamese