Independence Day 2018 Wishes In Assamese । 15 August 2018 Wishes In Assamese

Independence Day 2018 Wishes In Assamese । 15 August 2018 Wishes In Assamese । স্বাধীনতা দিৱসৰ শুভেচ্ছা

Hi friends, Today I am going to provide some Independence Day Wishes In Assamese 2018 only for you. Here in this post you will find 15 August 2018 Wishes In Assamese Images, with that you can celebrate "Independence Day" with your friends and relatives  sending the greetings like this to each other. 15th August, at this day India got freedom from the british rule after a very long period. So, we celebrate this day as a freedom. We express our pride by sending the Independence Day Quotes in Assamese , Independence Day Messages in Assamese  and 15  August 2018 Images in Assamese  to our friends and relatives each other. So, here in this post you will get all the answers. 




ভাৰতৰ স্বাধীনতা দিৱসৰ তাৎপৰ্য্যৰ বিষয়ে আমি নতুনকৈ জনাৰ প্ৰয়োজন নাই । সকলো ভাৰতীয় ইয়াক ভালদৰে অনুধাৱন কৰিব পাৰে । ১৫ আগষ্ট, এই দিনটোতে ভাৰতে বহু ত্যাগ আৰু বলিদানৰ পিছত ব্ৰিটিচ্ সকলৰ পৰা মুক্ত হৈছিল । আমি সেই দিনটোতে "স্বাধীনতা দিৱস" হিচাপে উদযাপন কৰোঁ । এই দিনটোত আমি সকলোৱে ইজনে সিজনক স্বাধীনতা দিৱসৰ শুভেচ্ছা বাৰ্তা আৰু স্বাধীনতা দিৱসৰ ফটো ইত্যাদি পঠিয়াই ভাৰতীয় হিচাপে আমাৰ গৌৰৱ প্ৰকাশ কৰোঁ । এই লেখাটোত আপোনালোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা বাৰ্তা, স্বাধীনতা দিৱসৰ wishes 2018 আৰু স্বাধীনতা দিৱসৰ 2018 ফটো এই সকলোবোৰ পাব ।

Independence Day 2018 Wishes In Assamese


🇮🇳 স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ ।


Independence Day 2018 Wishes In Assamese
15 August 2018 Images in Assamese

🇮🇳 স্বাধীনতা দিৱসৰ শুভেচ্ছা যাঁচিলো ।


Independence Day 2018 Wishes In Assamese

🇮🇳 ভাৰতৰ স্বাধীনতা দিৱস উপলক্ষে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।


15 August 2018 Wishes In Assamese

🇮🇳 মোৰ ভাৰত আটাইতকৈ মৰমৰ,
সকলোতকৈ প্ৰিয় হিন্দুস্হান আমাৰ ।


15 August 2018 Wishes In Assamese

🇮🇳 বন্দে মাতৰম্ !
মই য'তেই নাথাকো কিয়,
সদায় ভাৰত মাতা'ক শ্রদ্ধাৰে সোৱৰোঁ ।


15 August 2018 Wishes In Assamese

🇮🇳 ১৫ আগষ্ট ২০১৮ ত
"স্বাধীনতা দিৱস" উপলক্ষে
শুভকামনা যাঁচিলো ।


15 august 2018 images in assamese

Viral WhatsApp Message  !

CLICK BELOW 👇



15 August 2018 Wishes In Assamese

🇮🇳 আকৌ সেই পৰিৱেশ মনত পেলাওঁ,
শ্বহীদৰ বুকুত সোমাই থকা সেই জ্বালা মনত পেলাওঁ,
যিয়ে বোৱাই আনিছিল স্বাধীনতা,
দেশভক্তৰ তেজৰ ধাৰা মনত পেলাওঁ  -
"স্বাধীনতা দিৱস"ৰ শুভেচ্ছা যাঁচিলো ।


15 august 2018 images in assamese

🇮🇳 নুসুধিবা আমাক,
আমাৰ কাহিনী,
আমাৰ পৰিচয় মাথোঁ এটাই,
আমি সকলো হিন্দুস্হানী -
"স্বাধীনতা দিৱস"ৰ শুভেচ্ছা যাঁচিলো ।


15 august 2018 images in assamese

🇮🇳 তেজেৰে ফাকু খেলিম,
যদি প্ৰয়োজন ভাৰতৰ বাবে,
বকুত অগনি জ্বলাম,
যদি প্ৰয়োজন ভাৰতৰ বাবে,
আহক সকলোৱে ভাৰত মাতা'ক জনাওঁ প্ৰণাম,
ভাৰত দেশ মহান - ১৫ আগষ্ট ২০১৮,
"স্বাধীনতা দিৱস"ৰ শুভেচ্ছা যাঁচিলো ।


স্বাধীনতা দিৱস"ৰ শুভেচ্ছা যাঁচিলো

🇮🇳 ভাষা অনেক, ধৰ্ম অনেক,
বিভিন্ন প্ৰান্ত, বিভিন্ন পৰিৱেশ,
কিন্ত্ত সকলোৰে এটাই গৌৰৱ,
ৰাষ্ট্ৰীয় ধ্বজ্ ত্ৰিৰংগা শ্রেষ্ঠ - ১৫ আগষ্ট ২০১৮, "স্বাধীনতা দিৱস"ৰ শুভেচ্ছা যাঁচিলো ।


স্বাধীনতা দিৱসৰ শুভেচ্ছা

🇮🇳 এই কথা বতাহক কৈ থবা,
পোহৰ হ'ব, দীপক জ্বলাই থবা,
ৰক্ত বোৱাই যাৰ সন্মান বচালোঁ,
সেই ৰাষ্ট্ৰীয় ধ্বজ্খনি মনত সজতনে সাঁচি ৰাখিবা - "স্বাধীনতা দিৱস"ৰ শুভেচ্ছা যাঁচিলো ।


Assamese 15 august wishes

🇮🇳 কত জোৱানৰ মৃত্যু হ'ল,
কাৰ জীৱন যৌৱন গ'ল,
সেই মৃত্যু অপৰাজেয়,
প্ৰতি জোৱান ৰক্তৰে বিন্দু,
হ'ল সাহসৰ অনন্ত সিন্ধু -

এই "স্বাধীনতা দিৱস"ৰ ক্ষণত আহক আমি সকলোৱে মিলি আমাৰ ভাৰতীয় জোৱান সকলক একাজলি অঞ্জলি যাঁচো

English Text -

🇮🇳 Bhakha onek, Dhormo onek,
Bivinno pranto, Bivinno poribekh,
Kintu khokolore etay gourab,
Rastriyo dhoj triranga srestho - 15th August 2018 wishes to You and Your family.


Assamese independence day wishes 2018

🇮🇳 Ei kotha botahok koi thoba,
Pohor hobo, dipak jwolai thoba,
Rokto bowai jar khonman bosalo,
Khei rastriyo dhoj'khoni monot khojotone khasi rakhiba - "Swadhinata Diwas" or khubesha jasilo.


Assamese 15 august 2018 wishes





Assamese 15 august 2018 wishes


🇮🇳 On The Occasion Of 15th August 2018 India, I Want To Wish You And Your Family A Very Happy Independence Day.

🇮🇳 Koto jowanor mrityu hol,
Kar jibon joubon gol,
Khei mtrityu oporajeyo,
Proti jowan roktore bindu,

Hol khahokhor ononto khindhu - Ei "Swadhinata Diwas"or khyonot aahok aami khokolowe mili amar bharotiyo jowan khokolok ekajoli onjoli jaso.



Conclusionঅনুগ্ৰহ কৰি Like আৰু Share কৰিব । আপোনালোকৰ আগ্ৰহে মোক এই লিখা-মেলাবোৰ কৰিবলৈ বাৰুকৈয়ে উৎসাহ যোগাব । আপোনালোকৰ অকণমান সঁহাৰিয়ে মোক অনুপ্ৰাণিত কৰিব । ধন্যবাদ - You can share these Happy Independence Day 2018 Wishes In Assamese, 15 August 2018 Wishes In Assamese  and 15 august 2018 images in assamese to your own social link such as Google+, Twitter, Facebook, WhatsApp and Pinterest etc. Your one Like and One Share can be motivated me. Thanks.

Khagori Facebook ত পাব -


Comments

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Quotes on Life - Assamese Facebook status for Life

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

Some Assamese Quotes On Life with Images and Shayari in Assamese

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Fun Fun - Funny Images - in Assamese