Assamese Funny Poem । Modern Assamese Poem Funny

Assamese Funny Poem । Modern Assamese Poem Funny । ব্যংগ কবিতা

In this post you will see some Assamese Funny Poem, Modern Assamese Kobita and Funny Assamese Poetry. I think you will enjoy with these Modern Assamese Poem Funny, Assamese Jokes Poem So, here let's start !



আপোনালোকে এই লেখাটোৰ জৰিয়তে কেইটামান অসমীয়া ব্যংগ কবিতা, অসমীয়া খুহুটীয়া কবিতা আৰু লগতে অসমীয়া জমনি কবিতা পঢ়িবলৈ পাব । এই কবিতাবোৰ আচলতে কবিতা ঠিক নহয়, অকবিতা হে ! অকণমান ধেমালিৰ আঁত ধৰি মই আপোনালোকলৈ বুলি এনে ধৰণৰ অকবিতা বা খুহুটীয়া, ব্যংগ কবিতা (যি বুলিয়েই নকওক) আগবঢ়াইছো । আশা কৰোঁ সকলোৱে আদৰি ল'ব । 


assamese funny poem
Assamese Funny Poem

অ আ ই ঈ..

ক, খ, গ, ঘ, ঙ,
ভাত খাই উঠি ঘুম' ।
অ, আ, ই, ঈ,
মাই মোক ভাত দি ।

Class ৰ Monitor


যিজন class ৰ monitor,
তাৰ লেবেল্ বৰ বৰ ।
          কাৰোবাৰ কিবা আহে নে যায়,
          আমাৰ ওপৰত ৰজা ৰজা দেখায় ।
যেতিয়া class ত teacher নাথাকে,
সিয়ে যেন teacher এনে ভাৱ দেখায় থাকে ।
          copy আৰু pencil লৈ,
          মাথোন নামবোৰ লিখিবলৈ লয় ।
নিজে অনবৰতে বক্ বক্ কৰি থাকে,
কিন্ত্ত আমাক চুপ্ কৰি ৰাখে।
          নিজৰ ভুল চব্ মাফ হয়,
          কেৱল আমাক বলিৰ পঠা সজায় ।
class টো চম্ভালিব নোৱাৰে,
সকলো সময়তে খালি চিঞৰিব ধৰে।
          হে ভগৱান আমাক বচোৱা, 
          পাৰা যদি monitor ৰ সান্নিধ্যৰ পৰা আমাক দূৰলৈ লৈ যোৱা ।

পৰুৱাৰ বিয়া


পৰুৱা আৰু miss পৰুৱাৰ
যিদিনা আছিল বিয়া,
miss পৰুৱা আছিল কইনা সাঁজত
বাজি উঠিছিল বেণ্ডপাৰ্টী, কঁপি উঠিছিল হিয়া ।
          ইফালে পৰুৱা হাতীৰ পিঠিত
          দৰা সাজত সাজি,
          আগে আগে ৰঙা পৰুৱাৰ শাৰী
          পিছে পিছে পৰুৱাৰ সা-সমনীয়াৰ     
          লানি ।
মাজত আছিল ক'লা পৰুৱা
দলত নাচি বাগি,
শেষৰ পিনে বুঢ়া পৰুৱা
উঠিছিল মদৰ ৰাগি ।
         miss পৰুৱাৰ ঘৰত
         কেঁচু-কুমটিৰ দল,
         সকলোৱে গানৰ তালত
         নাচি নাচি মচগুল ।
এনেতে miss পৰুৱা
হাজিৰ বৰমালা লৈ,
শেষ কৰিলে ব্যাহকৰ্ম
পৰুৱাৰ ডিঙিত থৈ ।

assamese funny poem
Assamese Funny Poem

শহুৰেক আৰু আধুনিকা বোৱাৰী


এদিন পিছত
"বোৱাৰী"ৰ কথা মনত পৰিল ।
আৰে, কালি শহুৰৰ শ্রাদ্ধ আছিল,
"বোৱাৰী" আহিবলে সময় মিলাব নোৱাৰিলে,
আধুনিকা বোৱাৰীয়ে কি কৰিলে....
Dominos ত call কৰিলে,
আৰু এটা pizza শ্রাদ্ধ কৰ্ম কৰিবলে পঠিয়াই দিলে,
ব্ৰহ্মভোজনৰ নামত পঠিয়ালে এটা coke.
বোলো হয়নে ?
ব্ৰহ্মভোজনৰ হেনো সেইটো modern style.
ৰাতি শহুৰেক বোৱাৰীৰ সপোনত আহি ওলাল,
ক'লে, পৰম আনন্দ পালোঁ হেৰা,
মৃত্যুৰ পিছতে যেনিবা
মনতটো পেলালা,
pizza টো তৃপ্তিদায়ক আছিল,
যদিওবা পাওঁতে অলপ late হ'ল,
মই ৰম্ভা আৰু মেনকাৰ লগত একেলগে বহি খালোঁ,
সিহঁত দুজনীক একামোৰকৈ দিলো বাৰু,
ৰম্ভা-মেনকাৰো খুব পচন্দ ।
বোৱাৰীয়েকে ক'লে,
"আমি ইয়াত ইমান কষ্ট খাই মৰিছো আৰু আপুনি তাত অপেস্বৰী বোৰৰ লগত খেলা কৰি আছে মানে ! ইয়াত বস্ত্ত বোৰৰ ইমান দাম বেছি, এটা pizza ৰ দামো 400 rupees জানে !"
শহুৰেকে ক'লে,
জানো জানো সকলো জানো,
যদিওবা দূৰত থাকো,
কিন্ত্ত বোৱাৰী pizza টো ঠাণ্ডা আছিল, late কৈ delivery দিলে Dominos য়ে হেনো pizza free তে দি থৈ যায়হি !



English Text -


Edin pisot,
Bowari'r kotha monot poril
Aare kali khohuror sradhyo asil
Bowari ahibole khomoy milabo nuarile,
Aadhunika bowariye ki korile...
Dominos ot call korile,
Aaru eta pizza sradhyo kormo koribole pothiyay dile,
Brohmobhojon or namot pothiyale eta coke.
Bolo hoyne ?
Brohmobhojon or heno kheito modern style.
Raati khohurek bowarir khaponot aahi olal,
Kole, Param aanondo palo hera,
Mrityur pisote jeniba
Monot to pelala,
Pizza to triptidayok asil,
Jodio'ba paote olop late hol,
Moi rombha aaru menokar logot ekeloge bohi khalo,
Khihot dujonik ekamorkoi dilo baru,
Rombha-Menokaro khub posondo.
Bowariyeke kole,
Aami eyat eman kosto khai moriso aaru aapuni tat opeswori boror logot khela kori ase mane. Eyat bostu boror eman daam, eta pizza r daamo eyat 400 rupees jane.
Khohureke kole,
Jano jano khokolo jano,
Jodio'ba durot thako,
Kintu bowari pizza to thanda asil,
Late koi delivery dile dominos ye heno pizza free te di thoi jayhi !

Conclusion -

I think you all liked "Assamese Funny Poem" and "Modern Assamese Poem Funny". Do comment your thought to comment box just below to the post. And do like and share the post to your own social links. Thanks.

আশা কৰোঁ আপোনালোক সকলোৱে এই লেখাটো পঢ়ি নিশ্চয় ভাল পালে । এই লিখনিৰ তলত থকা কমেণ্ট বাকচত আপোনালোকৰ মনৰ ভাৱ বোৰ লিখিবলৈ নাপাহৰিব । আৰু লগতে সকলোৱে এই লিখনিটো Like আৰু  Share কৰি মোক উৎসাহিত কৰিব বুলি আশা থাকিল । ধন্যবাদ ।

চাওঁক >>

Comments

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

Assamese Quotes on Life - Assamese Facebook status for Life

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Some Assamese Quotes On Life with Images and Shayari in Assamese

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Fun Fun - Funny Images - in Assamese