2018 Jokes In Assamese - গ্ৰাহক, সমস্যা আৰু পতি পত্নী

2018 Jokes In Assamese - গ্ৰাহক, সমস্যা আৰু পতি পত্নী 

2018 jokes in Assamese

Bank Cahier আৰু Customer Jokes :-


বেংক কেশ্বিয়াৰ্ - পইচা নাই !

গ্ৰাহক - দে আৰু মোডী'ক ভোট, বেংকত কি ঘৰতো পইচা নথকা হৈ যাব ।

বেংক কেশ্বিয়াৰ্ জনে Counter ৰ Hole টোৰে হাত এখন উলিয়াই দি গ্ৰাহক জনৰ গলত চেপি ধৰি ক'লে,

"হাৰামী, তোৰ Account ত পইচা নাই"



English Text >>

Bank Cahier - Poisa Naai !

Customer - Modi'k vote de aaru, Bank ot ki ghoroto poisa nothoka hoi jabo.

Bank or Cahier jone counter or hole tore ekhon haat uliyai di Customer jonor golot sepi dhori kole,

"Harami, tur account ot poisa naai"


2018 jokes in Assamese

সৰু আৰু ডাঙৰ Problem :-


মৰমৰ মাঁ' সৰু সৰু সমস্যাত কামত আহে ।

মৰমৰ দেউতা' ডাঙৰ ডাঙৰ সমস্যাত কামত আহে ।

যেনে পইটাচোৰা এটা দেখিলে, উ মাঁ !

আৰু যদি এটা বাঘ আহি যায়, আই ঔ, বাপ্ ৰে বাপ্ !

English Text >>

Dear Maa' khoru khoru problem ot kamot ahe.

Dear Deuta' dangor dangor problem ot kamot ahe.

Jene cockroach eta dekhile, Uii Maa.

Aary jodi eta tiger aahi jay, Ou, Baap Re Baap !

Veterinary Hospital ৰ সমস্যা :-


জন্ত্ত, জানোৱাৰৰ হস্পিটেলৰ এটা সমস্যা  ।

ইয়াত ৰেজিষ্টাৰ বহীত নাম মালিক'ৰ লিখা হয় আৰু বেমাৰ জন্ত্তৰ ।

নাম - সুপণ্ডি,
বেমাৰ - নেজডালত খজুৱতি !

English Text >>

Veterinary Hospital or eta problem.

Eyat register book ot naam malikor likha hoy aaru bemar jontu'r.

Name - Supondi,
Disease - Nejdalot khojuwoti.

Assamese Jokes টো শেষ হোৱা নাই :-


পতি আৰু পত্নী ডাইভোৰ্চৰ বাবে কোৰ্টলৈ গ'ল ।

বিচাৰক - তোমালোকৰ ৩ টা ল'ৰা-ছোৱালী দুয়োজনে কেনেকৈ ভগাই ল'বা ।

বহু সময় পতি আৰু পত্নীয়ে চিন্তা কৰাৰ পিছত সিদ্ধান্ত ল'লে যে, সিঁহত দুয়োজনে আৰু এটা সন্তান জন্ম দিব আৰু তেতিয়ালৈকে একেলগে থাকিব ।

পিছত আৰু এটা সন্তান জন্ম হ'লে মুঠ ৪ টা  ল'ৰা-ছোৱালী  হব আৰু দুয়োজনে তেতিয়া নিজৰ মাজত দুটিকৈ সন্তান ভগাই লব সুবিধা হব ।

পাঠক সকল, ৰগৰটো এতিয়াও শেষ হোৱা নাই,

কাৰণ ৯ মাহ পিছত পতি-পত্নীৰ যঁজা সন্তানহে জন্ম হ'ল ।

2018 jokes in Assamese
2018 Jokes in Assamese 

English Text >>

Husband aaru wife divorce or babe court loi gol.

Judge - Tumalokor 3 ta lora suwali nijor majot kenekoi bhogai loba ?

Husband aaru wife ye bahu khomoy sinta korar pisot decision lole je khihot duyuye aaru eta khontan jonmo dibo aaru tetiyaloike ekeloge thakibo.

Jokes tu etiyao khekh howa nai.

Karon, After 9 Months, Khihotor twin bachaa he jonmo hol.



Conclusion - পাঠকসকল, এই postত উল্লেখ কৰা ৰগৰ সমূহ পঢ়ি কেনৱকুৱা পালে comment কৰি জনাবলৈ নাপাহৰিব । প্ৰত্যেক বাৰেই মই আপোনালোকলৈ বুলি লৈ আহিবলৈ যত্ন কৰোঁ উৎকৃষ্ট মানদণ্ডৰ বচাঁ বচাঁ ৰগৰ, আৰু সেয়াও অসমীয়া ভাষাত । অনুগ্ৰহ কৰি Like আৰু Share কৰিব । আপোনালোকৰ আগ্ৰহে মোক এই লিখা-মেলাবোৰ কৰিবলৈ বাৰুকৈয়ে উৎসাহ যোগাব । আপোনালোকৰ অকণমান সঁহাৰিয়ে মোক অনুপ্ৰাণিত কৰিব । ধন্যবাদ । 
Viewers, Do you like these "2018 Jokes In Assamese". Kindly expess your thought to our comment section just below to the post. I always try to publish some selected standard Assamese Jokes. These are the best jokes ever in Assamese  only for you viewers. Please Like and Share the post. Your support makes me motivated to do so. I am trying to do the best only for you viewers. Thanks keep visit.


Comments

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Quotes on Life - Assamese Facebook status for Life

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

Some Assamese Quotes On Life with Images and Shayari in Assamese

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Fun Fun - Funny Images - in Assamese