[Assamese] What Is VISA Card, RuPay Card, Master Card ? । [Assamese] Different Types Of Debit Cards In India

[Assamese] What Is VISA Card, RuPay Card, Master Card ? । [Assamese] Different Types Of Debit Cards In India

ভিছা, মাষ্টাৰ আৰু ৰুপে' ডেবিট কাৰ্ডবোৰ আচলতে কি ? - [Assamese] Whats Are The Various Types Of Debit Cards Available In India ? ATM Cards in India - How Debit Cards Works? - What is RuPay Card ? - Difference Between VISA Card & MasterCard - Different type of ATM Card

VISA Card !!
RuPay Card !!
Master Card !!

[Assamese] What Is VISA Card, RuPay Card, Master Card

যেতিয়া আপুনি কোনো বেংকত থকা আপোনাৰ account ৰ বাবে Debit Card উলিয়াব খোজে তেতিয়া উক্ত বেংকবোৰে আপোনাক তিনিটা ধৰণৰ বেলেগ বেলেগ  Debit Card দিব পাৰিব । এই তিনি ধৰণৰ Debit Card হ'ল, VISA Card, RuPay Card, Master Card.



কিন্ত্ত অকণমান ৰ'ব । আপুনি এই তিনি ধৰণৰ Debit Card বোৰৰ পাৰ্থক্য জানেনে ? আপুনি জানেনে VISA Card, RuPay Card, Master Card এই Card বোৰ আচলতে কি ? 

আচলতে এই Debit Card বোৰেই বা আমাক কিয় দৰকাৰ হ'ল ? আগতে বেংকবোৰত আমি পইচা উলিয়াবৰ বাবে বেংকলৈ যাব লগীয়াত পৰিছিল । লাহে বেংকত account ৰ সংখ্যা বাঢ়িল আৰু লগতে পইচা উলিয়াবৰ বাবে পাতিব লগীয়া শাৰীও লাহে লাহে দীঘলীয়া হৈ আহিল । পিছত গৈ এনে লাগিব ধৰিল যে, আমি আমাৰ নিজৰ পইচাটো পাবৰ বাবেও শাৰী পাতিব লাগেনে । শেষত এনে এটা অৱস্হা সাম কটোৱাৰ বাবে এই Debit Card ৰ উদ্ভাৱন কৰা হ'ল । আৰু ঠায়ে ঠায়ে ATM Machine বহোৱাৰ ব্যৱস্হা কৰা হ'ল । এই ব্যৱস্হা হোৱাৰ পিছত বেংকবোৰলৈ নোযোৱাকৈ এই ATM Machine ৰ পৰাই Debit Card বোৰৰ সহায়েৰে টকা উলিয়াব পৰা হ'ল । ইয়াৰ ফলত আমি বহুখিনি সকাহো পালোঁ ।

কিন্ত্ত, ইয়াতো এক কিছুমান সমস্যাই দেখা দিলে । ক'ৰবাত কিবা shopping কৰিব লগা হ'লে প্ৰথমতে ATM Machine ৰ পৰাই Debit Card বোৰৰ সহায়েৰে টকা উলিয়াব লাগিব । তাৰ পিছত আকৌ ব্যৱসায় প্ৰতিষ্ঠানলৈ গৈ মূল্য আদায় দি বস্ত্তটো কিনিব লাগিব । তাৰ পিছত ব্যৱসায় প্ৰতিষ্ঠানটোৱে উক্ত পইচাবোৰ আকৌ বেংকত থবলৈ আহিব লাগে । এই গোটেই প্ৰক্ৰিয়াটোৱেই আচলতে এক দীঘলীয়া ব্যৱস্হা ।

ইয়াত আৰু এক সমস্যাৰ সৃষ্টি হৈছিল, উদাহৰণ স্বৰূপে মই এখন SBI ৰ Debit Card লৈ আহিছো, সেইখনেৰে আপোনাৰ account ত পইচা আদায় দিম, কিন্ত্ত আপোনাৰ account State Bank (SBI) ত নাই, আছে Baroda Bank (BOB) ত । গতিকে মই পইচা আদায় দিব নোৱাৰিম । সকলোৰে বেলেগ বেলেগ বেংকত account থাকিব আৰু সেই হিচাপে Debit Card বোৰো হব ভিন ভিন ।

গতিকে, এই গোটেই সমস্যাবোৰ শেষ কৰিবলৈ ভাৰতত দুটা company য়ে পৃথকে পৃথকে দুখন Debit Card উলিয়ালে - এখন হ'ল VISA Card আৰু আনখন হ'ল Master Card. দুয়োটা company য়ে ইজনে সিজনৰ প্ৰতিদ্বন্দ্বী ।

আপোনাক বেলেগ বেলেগ বেংকৰ account লৈ পইচা পঠিয়াব লাগিলে বেলেগ বেলেগ Debit Card ৰ দৰকাৰ হৈছিল । উক্ত company দুয়োটাই এই অসুবিধাৰ সমাধান লৈ আহিল । ইহঁতবোৰ নিজে নিজে একোটা  Payments Network হৈ গ'ল । এই company দুয়োটাই ভাৰতৰ গোটেইবোৰ ভিন ভিন বেংকৰ লগত সংযোগ স্হাপন কৰি নিজা Payments Network হৈ গ'ল । গোটেইবোৰ বেংকৰ পৰা server access লৈ ল'লে । 

আমি যেতিয়া কিবা এটা সামগ্ৰীৰ কিনিবলৈ এই Debit Card ব্যৱহাৰ কৰি Swipe Machine ৰ দ্বাৰা পইচাটো আদায় দিব খোজো, তেতিয়া লগে লগে উক্ত company বোৰৰ তাত সেই তথ্যটো গুছি যায় আৰু তেওঁলোকে লগে লগে সেই Debit Card ৰ লগত সংলগ্ন হৈ থকা বেংক account টো পৰীক্ষা কৰি যদি পৰ্যাপ্ত জমাধন পায় তেন্তে Swipe Machine ৰ লগত সংলগ্ন থকা বেংক account টোলৈ উক্ত পৰিমাণৰ পঠিয়ায় দিয়ে । 

উক্ত VISA আৰু Master Card, company দুটাৰ যিহেতু গোটেইবোৰ বেংকৰ পৰা access লোৱা আছে, গতিকে সিহঁতবোৰে বেংকবোৰৰ লগত যোগাযোগ স্হাপন কৰি যিকোনো বেংক account লৈ ধনৰ আদান-প্ৰদান কৰিব পাৰে ।

(চাওঁক)

একপ্ৰকাৰে কব গলে, এই Card দুখনে আপোনাৰ আৰু বেংকৰ লগত mediator (মধ্যস্হতাকাৰী) হিচাপে কাম কৰে । 


VISA Card আৰু Master Card, এই দুয়োটা company ভাৰতৰ বাহিৰৰ । আৰু ইহঁতবোৰে money transaction ( আৰ্থিক লেন-দেন ) ৰ বাবদ ১% ৰ পৰা ২% লৈ এটা fees লয় । কিন্ত্ত ইয়াতো এটা সমস্যা সৃষ্টি হ'ল, এই money transaction কৰিবলৈ company দুটাই প্ৰায় দুদিন সময় লয় । মানে আপোনাৰ বেংক account ৰ পৰা পইচাখিনি এতিয়াই কটা যাব কিন্ত্ত প্ৰাপ্যজনে এদিন পিছতহে পইচাতো পাব ।

ভাৰতীয় বেংক account ধাৰী সকলে বেছিভাগ আৰ্থিক লেন-দেন দেশৰ ভিতৰতে কৰে । গতিকে এই ক্ষেত্ৰত VISA Card আৰু Master Card ৰ দ্বাৰা money transaction ৰ সময়ত payment আৰু account verification ৰ বাবে প্ৰত্যেকবাৰ তথ্যবোৰ ভাৰতৰ বাহিৰলৈ পঠিওৱা আৰু তাৰ পিছত আকৌ ভাৰতলৈ ঘূৰাই অনা - এই ধৰণৰ আন এক সমস্যাৰ সৃষ্টি হ'ল ।

[Assamese] What Is VISA Card RuPay Card Master Card
Different type of ATM Card in India


গতিকে আমি নিজৰ দেশৰ ভিতৰতে লেন-দেন কৰিবৰ বাবে কিয় বাহিৰৰ company visa আৰু  master card ক নিজৰ দেশৰ money related information যোগান ধৰি থাকিম । 

এইবোৰ সকলো সমস্যাৰ সমাধান মৰ্মে NPCI ( National Payments Corporation Of India ) য়ে লৈ আহিল এক নতুন Debit Card, সি হ'ল RuPay Card. NPCI হ'ল এক প্ৰতিষ্ঠান যি ভাৰতৰ বেংক বোৰক Monitor কৰে । এই প্ৰতিষ্ঠানটোৱে ভাবিলে, আমাৰ নিজৰ দেশত যি বিশাল হাৰত Debit Card ৰ দ্বাৰা বিদেশলৈ money transaction ৰ নামত transaction fee সমূহ গৈ আছে, সেই কামটো আমি নিজেই কৰিব নোৱাৰোনে । তেতিয়াও transaction fee লাগিব কিন্ত্ত VISA আৰু Master Card বোৰৰ সমান নালাগে । ইয়াত fee কম লাগিব আৰু আমাৰ দেশৰ পইচা দেশতে থাকিব । 

তাৰ পিছতে আমাৰ দেশৰ চৰকাৰে RuPay Card অতি ক্ষিপ্ৰতাৰে promotion কৰিব ধৰিলে । আৰু এই RuPay Card অতি সোনকালেই Visa আৰু Master Card ৰ প্ৰতিদ্বন্দ্বী হৈ গ'ল ।

RuPay Card ৰ এনে খোজ দেখি, VISA আৰু Master Card চিন্তিত হৈ পৰিল । ইহঁতবোৰে আগতকৈ অাৰু বেছি বিজ্ঞাপন  আৰু প্ৰচাৰত নামি পৰিল । 



গতিকে আমি থোৰতে কব গলে RuPay Card ভাৰতৰ ভিতৰত ব্যৱহাৰ কৰিবলৈ উত্তম । আৰু এই RuPay Card যিহেতু ভাৰত চৰকাৰৰ, অৰ্থাৎ আমাৰ স্বদেশীয় গতিকে আমি এইখন Card ব্যৱহাৰ কৰি চৰকাৰৰ Digital India আঁচনিখনকো সন্মান জনোৱা হব । 

VISA আৰু Master Card আমি বিদেশতো ব্যৱহাৰ কৰিব পাৰো, কিন্ত্ত RuPay Card আমি বিদেশত ব্যৱহাৰ কৰিব নোৱাৰো (কোনো কোনো ঠাইত অৱশ্যে গ্ৰহণযোগ্য) ।


(Facebook ত Khagori Page)

- [Assamese] What Is VISA Card, RuPay Card, Master Card ? । [Assamese] Different Types Of Debit Cards In India

Comments

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Assamese Quotes on Life - Assamese Facebook status for Life

Fun Fun - Funny Images - in Assamese

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Some Assamese Quotes On Life with Images and Shayari in Assamese