Jokes On Girls And Boys In Assamese । বয়ফ্ৰেইণ্ড গাৰ্লফ্ৰেইণ্ড অসমীয়া জোকচ্

Jokes On Girls And Boys In Assamese । বয়ফ্ৰেইণ্ড গাৰ্লফ্ৰেইণ্ড অসমীয়া জোকচ্

Jokes 1 👉

BF - আজি মোৰ দিল্ খুচ্, তোমাক কি লাগিব কোৱা ! আজি যি খোজা তাকে দিম !

GF - জান, এটা কাম কৰানা তেন্তে ! মোক আকাশৰ পৰা জোনবাইটো আনি দিয়ানা !

BF - তাৰ পিছত জোনবাইটোৰ চাৰিওফালে তোৰ বাপেৰ ঘূৰিব নেকি হা - মৰণ নহেতি !😐😐😐

English Text - 

BF - Aji mor dil khus, tumak ki lagibo kuwa ! Aji ji khuja take dim!

GF - Jaan, eta kaam kora na tente ! Mok akakhor pora jonbai tu ani diyana!

BF - Tar pisot jonbai tur sariofale tor baper ghuribo neki ha, moron naheti.

Jokes On Girls And Boys In Assamese

Jokes 2 👉

চাৰিজনী ছোৱালী আড্ডা মাৰি থাকোতে যদি কোনোবা এজনীৰ ককায়েক আহি ওলায়হি, তেন্তে বাকী কেইজনীয়ে হেলাৰঙে ক'ব পাৰে - "তোৰ দাদাজন কিন্ত্ত মস্ত লাগে দেই, চিনাকি কৰায় দে না"

কিন্ত্ত চাৰিজন ল'ৰা আড্ডা মাৰি থাকোতে যদি কোনোবা এজনৰ ভনীয়েক আহি ওলায়হি, তেতিয়া বাকীকেইজনে কেতিয়াওঁ নকয় - "তোৰ ভনীজনী কিন্ত্ত মস্ত লাগিছে"

ইয়াকে কয় সংস্কাৰ ! আমি ল'ৰাবোৰে আমাৰ বন্ধুৰ ভনীয়েকক নিজৰ ভনী বুলি ভাবো !

English Text - 

Sarijoni suwali adda mari thakote jodi konoba ejonir kokayek ahi olaihi, tente baki keijoniye helaronge kobo pare - "Tor dadajon kintu mast lage dei, sinaki kori de na"

Kintu sarijon lora adda mari thakote jodi konoba ejonor bhoniyek ahi olaihi, tetia baki keijone ketiao nokoy - "Tor bhonijoni kintu mast lagise"

Eyake Koy Sangskar!
Aami lora bure amar bondur bhoniyekok nijor bhoni buli bhabo!

Jokes On Girls And Boys In Assamese

Jokes 3 👉

BF - কালি তোমাৰ বিয়াৰ প্ৰস্ত্ততি কেনে ?

GF - প্ৰস্ত্ততি প্ৰায় সম্পূৰ্ণ ...
Mobile টো Format মাৰিলোঁ,
Memory Card খন Format মাৰিলোঁ,
Facebook Account টো Deactivate কৰিলোঁ,
WhatsApp Account টো Delete কৰিলোঁ,
মাত্ৰ এই তোমাৰ লগত কথা পতা শেষ হ'লেই Sim খন ভাঙি পেলাব আছে, বচ্ !

English Text - 

BF - Kaali tumar biyar prostuti kene?

GF - Prostuti pray sompurno...
Mobile tu format marilo,
Memery Card khon format marilo,
Facebook account tu deactivate korilu,
WhatsApp account tu delete korilo,
Matro tumar logot kotha pota khekh holei Sim khon bhangi pelabo ase, bos.

Jokes On Girls And Boys In Assamese


Jokes 4 👉

CBI তদন্ত দিলেওঁ....

ছোৱালীবোৰৰ কেইজন Boyfriend আছে উলিয়াব নোৱাৰি !

English Text - 

CBI todonto dileo....

Suwaliboror keijon boyfriend aae uliyabo nuwari !

Jokes 5 👉

"ল'ৰাবোৰে ছোৱালীবোৰৰ লগত চিনাকি হ'লেই তাইৰ WhatsApp ৰ নম্বৰ বিচাৰে"

মই এটা কথা বুজি নাপাওঁ,

ল'ৰাবোৰৰ কি এনে কথা থাকে,

যি Facebook ত ক'ব নোৱাৰি,

WhatsApp তহে ক'ব পাৰি !

English Text - 

"Lora bore suwaliboror logot sinaki holei tair WhatsApp number bisare"

Moi eta kotha buji napao,

Loraboror ki ene kotha thake,

Ji Facebook ot kobo nuwari,

WhatsApp ot he kobo pari.

Conclusion : Jokes On Girls And Boys In Assamese - I requested to all my viewers of "Khagori Dot Com", You please Like and Share the Jokes. You can follow "Khagori Dot Com" Facebook Page also.

পাঠকসকল, Khagori ডট্ কম (য়ে) সকলো সময়তে আপোনালোকৰ আনন্দৰ প্ৰতি লক্ষ্য ৰাখি নতুন নতুন ৰগৰ বিচাৰি থাকে, তাকো "অসমীয়া" ভাষাত । আপোনালোক অকণমান মৰম আৰু সঁহাৰিয়ে মোক বাৰুকৈয়ে অনুপ্ৰেৰণা যোগায় । সেয়ে এই পেজত থকা ৰগৰবোৰ Share কৰি থাকিব । নিতৌ Visit কৰি থাকিব । ৰগৰ বোৰ পচন্দ হ'লে অকলে অকলে হাঁহি নাথাকিব , সমনীয়া সকলকো দেখুৱাব । ইচ্ছা কৰিলে আপোনালোকে Khagori ডট্ কমৰ Facebook পেজখন follow কৰিব পাৰিব । চাই থাকিবলৈ নাপাহৰিব ।

Comments

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

Assamese Quotes on Life - Assamese Facebook status for Life

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Some Assamese Quotes On Life with Images and Shayari in Assamese

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Fun Fun - Funny Images - in Assamese