Assamese Gaja । "সুপন্দিৰ কৰ্মকাণ্ড" অসমীয়া গাজা

Assamese Gaja । "সুপন্দিৰ কৰ্মকাণ্ড" অসমীয়া গাজা

Assamese gaja

"সুপন্দিৰ সঁপোন" Assamese Jokes :-

সুপন্দিয়ে এদিন ৰাতি শুই থাকোতে এটা সঁপোন দেখিলে ।

সঁপোনত তাক কোনোবাই হত্যা কৰি মাৰি পেলালে ।

এনেতে ৰাতি পুৱালত,

সি শুই উঠি বিচনাৰ ওচৰতে থকা টেবুল খনত থৈ দিয়া Bank ৰ Passbook খনত তাৰ চকু পৰিল ।

তাৰ পিছত,

সি তৈয়াৰ হৈ ১০ বজাৰ লগে লগে তাৰ Account  থকা Bank টোত গৈ উপস্হিত হ'ল ।

আৰু উক্ত Bank টোৰ কৰ্মচাৰীক তাৰ Bank Account টো বন্ধ কৰিবলৈ ক'লে ।

কাৰণ,

উক্ত Bank টোৰ Slogan আছিল,

"আপোনাৰ সঁপোন সাৰ্থক কৰে"


"সুপন্দিৰ ঘৰত চোৰ" Assamese Gaja :-

সুপন্দিৰ ঘৰত চোৰ সোমাল ।

সুপন্দি আৰু তাৰ ঘৈণীয়েকে শব্দ শুনি সাৰ পায় দেখিলে,

চোৰে পাকঘৰত সোমায় সুপন্দিৰ পত্নীয়ে ৰাতিপুৱা খাবলৈ বুলি আশাৰে বনাই থোৱা cake টো খাই আছে ।

সুপন্দিয়ে চোৰটোক লগে লগে গবা মাৰি ধৰি ক'লে,

"ক', এতিয়া! মোৰ পত্নীয়ে মোৰ বাবে অতি মৰমেৰে বনাই থোৱা cake টো খাই পেলালি, এতিয়া Police ক মাতিম নে Ambulance ক"


অসমীয়া গাজা আমেৰিকান আৰু ভাৰতীয়ৰ ৰগৰ ফটো :-


Assamese gaja


American and Indian Jokes in Assamese :-

American - আমাৰ দেশত Email ৰে বিয়া হৈ যায় ।

Indian - এ থোৱাহে, আমাৰ ইয়াতটো Femail (Female) ৰে বিয়া হৈ যায় !


"সুপন্দিৰ Misses Pregnant" Assamese Gaja :-

সুপন্দিয়ে Doctor ক Call কৰিলে ।

সুপন্দি - Doctor চাহাব, মোৰ পত্নী pregnant, খুব pain হৈ আছে এতিয়া কি কৰিম ?

Doctor - আচ্ছা ঠিক আছে, এইটো তেওঁৰ প্ৰথম বাচ্ছা নেকি ?

সুপন্দি - Doctor চাহাব, মই তেওঁৰ Husband য়ে কৈ আছো, এতিয়া তেওঁক সুধিব পৰা অৱস্হাত নাই !


"Computer ৰ Customer" Assamese Jokes :-

Computer Shop ত -

Salesman - এইটো computer লওঁক, ইয়াৰ configuration খুব বঢ়িয়া, এইটো ল'লে আপোনাৰ workload 50% কমি
যাব ।

Customer - আচ্ছা, বঢ়িয়া তেন্তে ! মোক same configuration ৰ দুটা দি দিব !

                                 🌺🌺🌺

What Others Are Reading >>





                                 🌺🌺🌺

English Text -

Supondi'r Khapon :-

Supondiye edin rati khui thakote eta khapon dekhile.

Khapon ot tak konobai hotya kori mari pelale.

Enete rati puwalot,

Khi khui uthi tar bisonar osorote thoka table khonot thoi diya Bank or Passbook khonot tar soku poril.

Tar pisot,

Khi toiyar hoi 10 bojar loge loge tar account thoka Bank tot goi uposthit hol.

Aaru ukto Bank tor kormosarik tar Bank Account to bondho koriboloi kole.

Karon,

Ukto Bank tor slogan asil,

"Aponar khapon kharthok kore"


Supondir Ghorot Sor :-

Supondir ghorot sor khomal.

Supondi aaru tar ghoiniyeke khar pai dekhile,

Sore pakghorot khomai supondir potniye ratipua khaboiloi buli akhare bonai thowa cake to khai ase.

Supondiye loge loge sor tok goba mari dhori kole,

Ko, etia! Mor potniye mor babe oti moromere bonai thowa cake to khai pelali, etia Police ok matim ne Ambulance ok.

Conclusion - ৰগৰ কেইটা পঢ়ি কেনেকুৱা পালে এই post ৰ তলত থকা comment section ত comment কৰি জনাব । ভাল লাগিল Like আৰু Share কৰি দিব । আপোনালোকৰ এটা Like আৰু Share এ মোৰ মনোবল বৃদ্ধি কৰিব । তেতিয়া মই আগলৈ আৰু অধিক আপোনালোকৰ মনোগ্ৰাহী post লিখিব পাৰিম । "Assamese Gaja" or "Supondi 'r Kormokando Assamese Jokes" keita pohri kenekuwa pale ei post or comment section ot comment kori jonabo. Bhal lagile Like aaru Share kori dibo. Aaponalokor eta Like aaru Share e mok utkhahito koribo. Aaru agoloi moi aaru odhik aponalokor manograhi post likhibo parim. Keep Visiting. Thanks.

( Khagori.com Facebook Page )


- Assamese Gaja । "সুপন্দিৰ কৰ্মকাণ্ড" অসমীয়া গাজা

Comments

Post a Comment

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Assamese Quotes on Life - Assamese Facebook status for Life

Fun Fun - Funny Images - in Assamese

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Some Assamese Quotes On Life with Images and Shayari in Assamese