What Your Birth Month Means । আপোনাৰ জন্ম মাহটোৱে আপোনাৰ বিষয়ে কি কয়?

What Your Birth Month Means [Assamese]। আপোনাৰ জন্ম মাহটোৱে আপোনাৰ বিষয়ে কি কয়?

What Your Birth Month Says About Your Personality, What Your Birth Month Means, Meaning of Birth Month



What Your Birth Month Means [Assamese]



আপোনাৰ জন্ম মাহটোৱে আপোনাৰ বিষয়ে কি কয়? আপোনাৰ জন্ম মাহটোৰ বাখ্যা কি?



January (জানুৱাৰী)

  • উচ্চাকাংশী আৰু গহীন
  • শিক্ষা আহৰণ আৰু শিক্ষা দানৰ প্ৰতি আগ্ৰহী
  • আনৰ বাবে সমালোচনামূলক
  • কঠিন পৰিশ্রমী আৰু উৎপাদনক্ষম
  • শৃঙ্খলাবদ্ধ আৰু সজ্জিত 
  • সংবেদনশীল
  • অনাহকত উৎসাহিত আৰু চিন্তিত নহয়
  • লাজকুৰীয়া
  • ৰোগ প্ৰতিৰোধ ক্ষমতাসম্পন্ন কিন্ত্ত ঠাণ্ডাৰ প্ৰৱণতাৰ ক্ষেত্ৰত দুৰ্বল
  • ঈৰ্ষাভাবাপন্ন
  • শিশুপ্ৰেমী
  • ঘৰুৱা ব্যক্তি


February (ফেব্ৰুৱাৰী)


  • ভাৱমূলক চিন্তাধাৰাৰে পৰিপূৰ্ণ 
  • বুধিয়ক আৰু সৃষ্টিশীল
  • মেজাজী
  • সৎ আৰু বিশ্বাসী
  • নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰিব জানে
  • স্বাধীন আৰু মুক্ত বিচৰণ ভাল পায়
  • হকা-বধা ভাল নাপায়
  • অত্যন্ত সংবেদনশীল হোৱা বাবে সহজতে কষ্ট পায়
  • সহজতে আবেগিক হয়
  • বন্ধু বনায় ভাল পায়
  • দৃঢ় আৰু দুঃসাহসিক
  • উচ্চাভিলাসী


March (মাৰ্চ)


  • আকৰ্ষিত ব্যক্তিত্বৰ অধিকাৰী
  • দয়ালু, মৰমিয়াল আৰু সহায় কৰিবলৈ ভাল পায়
  • প্ৰাকৃতিকভাৱে সৎ আৰু একাগ্ৰতা ভাৱাপন্ন
  • আনৰ প্ৰয়োজনৰ ক্ষেত্ৰত সংবেদনশীল
  • সহজতে ক্ষোভিত নহয়
  • নিৰ্ভৰযোগ্য
  • কৃতজ্ঞতাক প্ৰশংসাপূৰ্ণভাৱে স্বীকাৰ কৰে
  • পৰ্যবেক্ষণ বা নিৰিক্ষণ কৰি ভাল পায়
  • ভ্ৰমণ কৰিবলৈ ইচ্ছুক 
  • সৌন্দৰ্য বিলাসী

What Your Birth Month Means [Assamese]



April (এপ্ৰিল)


  • সক্ৰিয় আৰু অস্হবিৰ
  • নিৰ্ণায়ক আৰু অনিচ্ছাকৃত
  • মনোযোগ আকৰ্ষিত কৰিব পৰা বিধৰ
  • সুস্হ আৰু শক্তিশালী চিন্তাৰ
  • কূটনৈতিক
  • বন্ধুত্বসূলভ 
  • আনৰ বিষয়বোৰ সমাধা কৰিব খোজে
  • সাহসী আৰু বহিঃমনা
  • মৰমিয়াল
  • আনক বিলায় ভাল পায়
  • দয়ালু আৰু দানী
  • সহজে ঈৰ্ষাণ্বিত হয়


May (মে')


  • দঢ় , জেদী আৰু আঁকোৰগোজ
  • সহজতে আন পিনে ঢাল খায়
  • আনক আকৰ্ষণ কৰিব পাৰে
  • শৰীৰ আকৰ্ষণীয়
  • মনোযোগ ভাৱাপন্ন
  • বুজাশক্তি আছে
  • কল্পনাশক্তি প্ৰৱণতা আছে
  • নিঁখুত যুক্তিত পাৰ্গত
  • সাহিত্য আৰু কলাত ৰুচি আছে
  • আৱদ্ধতা ভাল নাপায়
  • অবিৰাম কৰ্ম কৰি যাব পাৰে
  • সহজতে নাভাগৰে
  • খৰছী


June (জুন)


  • দূৰদৰ্শী
  • নম্ৰ আৰু ভদ্ৰ
  • সংবেদনশীল
  • কৰিবলগীয়া কৰ্মবোৰ পেলাই ৰাখে
  • আটাইতকৈ শ্রেষ্ঠটোহে বাচনি কৰে
  • ৰসিক আৰু ৰগৰ কৰি ভাল পায়
  • দিবাস্বপ্ন দেখোতা
  • সহজতে মনত কষ্ট পায়
  • ঠাণ্ডাৰ প্ৰৱণতা অধিক
  • সাজ-পাৰত গুৰুত্ব দি ভাল পায়
  • সমাজত নিজৰ ছৱি আৰু আসনৰ প্ৰতি সচেতন
  • মনত কষ্ট পালে সহজ হবলৈ সময় লাগে


July (জুলাই)


  • ৰগৰ ভাল পায়
  • বুজিবলৈ টান আৰু বুজাবলৈও টান 
  • অনাহকতে উৎসুক নহয়
  • নিজৰ পক্ষতে থাকি গৌৰৱ অনুভৱ কৰে
  • সৎ আৰু বহল মনৰ অধিকাৰী
  • বন্ধুত্বসুলভ
  • কাষ চাপিবলৈ সহজ হয়
  • অন্ত্যন্ত আৱেগিক
  • কঠিনপৰিশ্রমী
  • আনন্দদায়ক
  • নিঃসঙ্গতা ভাল পায়


August (আগষ্ট)


  • ৰসিকতা কৰি ভাল পায়
  • আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী
  • শিষ্ট আৰু মনোমোহা
  • সাহসী
  • নেতৃত্ব দিব পৰা গুণ আছে
  • আনক পৰিচালনা কৰিব জানে
  • বিশাল হৃদয়ৰ
  • আত্মকেন্দ্ৰিক
  • নিজকে উচ্চ পৰ্যায়ত ৰাখিবলৈ ভাল পায়
  • মনত অসাধাৰণ উদ্যম আছে
  • তীক্ষ্ণদৃষ্টিৰ
  • শৃঙ্খলাবদ্ধ
  • মস্তিষ্কৰে কথাবোৰ নাভাবে
  • আনক বিলায় ভাল পায়
  • সপোন দেখি ভাল পায়


September (চেপ্তেম্বৰ)


  • শান্ত-শিষ্ট 
  • আনক আকৰ্ষিত কৰিব পাৰে
  • সুশৃঙ্খল আৰু শৃঙ্খলাবদ্ধ
  • আনৰ দোষ-ক্ৰটিবোৰ আঙুলিয়াই দি ভাল পায়
  • সমালোচনা কৰি ভাল পায়
  • মসৃণ যোগাযোগকাৰী
  • ধীৰ - সুস্হিৰ 
  • সংবেদনশীল
  • স্বচ্ছ স্মৰণ-শক্তি সম্পন্ন 
  • বুধিয়ক
  • তথ্যভিত্তিক তথ্য উৎঘাটন কৰি ভাল পায়


October (অক্টোবৰ)


  • কথা কৈ ভাল পায়
  • ভাল অন্তৰৰ
  • ধূৰ্ত্ত নহয়
  • সহানুভূতি সম্পন্ন 
  • বন্ধুসূলভ মনেৰে বন্ধু বনায় জনাজাত হব খুজে
  • মনত সহজতে কষ্ট অনুভৱ কৰে কিন্ত্ত সোনকালে সহজ হৈ পৰে
  • দিবাস্বপ্ন দেখি ভাল পায়
  • আৱেগিক
  • সাহিত্য আৰু কলাৰ প্ৰতি আগ্ৰহী
  • ভ্ৰমণ কৰি ভাল পায়
  • বহিঃজগতৰ লগত সম্বন্ধ ৰাখি ভাল পায়
  • খৰছী


November (নৱেম্বৰ)


  • ভৱিষ্যত সময়ৰ চিন্তা কৰে
  • ব্যতিক্ৰমী, অদ্বিতীয় আৰু অগতানুগতিক
  • সকলো বস্ত্তৰে একেবাৰে ঘাই সূত্ৰলৈ যাব পৰা শক্তিৰ
  • শৈল শক্তি সম্পন্ন 
  • শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী
  • কৌতুহলী স্বভাৱৰ
  • সচেতন 
  • চিন্তা কৰি ভাল পায়
  • ধৈৰ্য্যশীল
  • দৃঢ় সংকল্পী
  • নিৰ্জনতা ভাল পায়
  • কঠিন পৰিশ্রমী
  • সৎ আৰু ভৰষাৰ যোগ্য



December (ডিচেম্বৰ)


  • নিষ্ঠাবান
  • দয়ালু আৰু পৰোপকাৰী
  • দেশপ্ৰেমী
  • ব্যাকুল আৰু অধিৰ
  • প্ৰৱৰ্তক
  • মহত্বকাংক্ষী আৰু প্ৰভাৱী
  • ফুৰ্তি কৰি ভাল পায়
  • সামাজিক আৰু সমাজপ্ৰেমী
  • প্ৰশংসা কৰি ভাল পায়
  • আনৰ ওপৰত নিৰ্ভৰশীল
  • অভিমান নাই
  • হকা-বধা ভাল নাপায়
  • আগ্ৰহী চেতনা যুক্ত 


🍂অসমীয়া জন্মদিনৰ বাৰ্তা

🍂আপুনি নজনাকৈ কিছুমান মানুহে আপোনাক বেয়া পায় থাকে নেকি?

 (Facebook ত LIKE আৰু SHARE কৰিব)



- (What Your Birth Month Means । আপোনাৰ জন্ম মাহটোৱে আপোনাৰ বিষয়ে কি কয়?)

Comments

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Quotes on Life - Assamese Facebook status for Life

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

Some Assamese Quotes On Life with Images and Shayari in Assamese

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Fun Fun - Funny Images - in Assamese