Best Jokes in Assamese । Best Funny Jokes in Assamese

Best Jokes in Assamese । Best Funny Jokes in Assamese । নপঢ়িলে পস্তাব

Best Jokes in Assamese
Best Jokes in Assamese

These are the best funny jokes in assamese and very funny jokes in assamese - এতিয়ালৈ সৰ্বকালৰ আটাইতকৈ উৎকৃষ্ট ৰগৰ Best Jokes in Assamese হিচাপে "ফাৰ্মাচিষ্টৰ মোষ্ট এৱেইটিং গ্ৰাহক" আৰু "NASA" লৈ অসমৰ ল'ৰাৰ সাক্ষাৎকাৰৰ বাবে আমন্ত্ৰণ" এই ৰগৰ দুটা চাব পাৰে ।



ফাৰ্মাচিষ্টৰ মোষ্ট এৱেইটিং গ্ৰাহক - আগতে কেতিয়াও পোৱা নাছিল

এখন ফাৰ্মাচীত খুব ভিৰ হৈ আছে । ই বোলে দাদা এই প্ৰেচক্ৰিপচন্ খনৰ ঔষধবোৰ দিবচোন, সি বোলে অমুক টেবলেটতো দিবচোন । 

সেই ফাৰ্মাচীখনত বহু সময়ৰ পৰা এজনী ধুনীয়া ছোৱালী হাতত এখন কাগজ লৈ ৰখি আছিল ।

Best Funny Jokes in Assamese


অইন মানুহবোৰে এটাৰ পিছত এটাকৈ ঔষধবোৰ লৈ গৈ আছে । ছোৱালী জনীয়ে বাৰে বাৰে তাল লৈ আছে কেনেবাকৈ ফাৰ্মাচিষ্ট জনৰ ওচৰ পায়গৈ নেকি । কিন্ত্ত তাই চেষ্টা কৰিও বাৰে বাৰে বিফল হৈছিল ।

হাজাৰ হওঁক মতা মানুহবোৰ জমা হৈ আছে, আৰু তাই হ'ল এজনী নিমাখিত ছোৱলীহে ।

তাই ভাবিলে, এনেকৈ আৰু নহব । এইবাৰ এই মানুহজনে ঔষধখিনি লৈ শেষ হোৱাৰ লগে লগে অইন কোনোৱে কবলৈ নৌপাওঁতেই মই কব লাগিব ।

ভবামতে,
ছোৱালীজনী - দাদা, মোৰ এইখন চাবচোন ।
ফাৰ্মাচিষ্ট- ৰ'বা ভণ্টি, এওঁলোক তিনিজনৰখিনি চাই লওঁ, এওঁলোকে বহু সময়ৰ পৰা ৰখি আছে, তাৰ পিছত তোমাৰ খিনি দি দিম ।

কথামতে তাই ৰখি থাকিল । উপায়ো নাই ।

কিছু সময় পিছত,
ছোৱালীজনী - দাদা, মোৰতো
ফাৰ্মাচিষ্ট- ৰ'বা, এই হৈছেহে আৰু ।

এনেকৈ আকৌ কিছু সময় পিছত,
ফাৰ্মাচিষ্টজনে পটাপট গ্ৰাহক সকলক বিদায় দি,
ফাৰ্মাচিষ্ট- ভণ্টি, ও, এতিয়া কোৱাচোন তোমাৰ কি আছিল ?

ছোৱালীজনী - দাদা, মোৰ এই কাগজখন মানে চিঠিখন পঢ়ি বুজাই দিবচোন, মানে এইখন মোক মোৰ Doctor Boyfriend এজনে দিলে । কিনো লিখিছে একো ধৰিবই পৰা নাই, সেয়েহে মই ভাবিলোঁ আপুনি ফাৰ্মাচিষ্ট যেতিয়া, Doctor এজনৰ লিখাবোৰ ভালদৰে বুজি পাব ।😂😂


- অসমৰ মোষ্ট টেলেণ্টেড্ ল'ৰা নৰেনক "NASA" লৈ সাক্ষাৎকাৰৰ বাবে আমন্ত্ৰণ - Best Jokes in Assamese -


"NASA" বিজ্ঞানভিত্তিক প্ৰতিষ্ঠানত "Aeronautical Engineer" নিযুক্তিৰ বাবে ভাৰতৰ পৰা প্ৰাৰ্থী বিচৰাত, সকলোৱে হেতা-ওপৰাকৈ Apply কৰিলে ।

অসমৰ পৰা নৰেনেও আবেদন জনাইছিল আৰু তেওঁক কতৃপক্ষই বাচনি কৰি  সাক্ষাৎকাৰৰ বাবে আমন্ত্ৰণ জনাইছিল ।

সাক্ষাৎকাৰ হলত,
"NASA" ৰ ফালৰ পৰা Announcement - যিসকলৰ "Aeronautical Diagram" ৰ ওপৰত knowledge নাই, সেইসকল ৰুমৰ পৰা ওলাই যাওঁক ।

আধা প্ৰাৰ্থী লগে লগে ওলাই গ'ল, কিন্ত্ত 
নৰেন নগল । সি ভাবিলে মই এই বস্ত্তটো  কি নাজানো, তথাপি থাকি গলে মোৰ কি যাব । সি ওলাই নগ'ল ।

তাৰ পিছত আকৌ "NASA" ৰ ফালৰ পৰা Announcement - যিসকলৰ "Aeronautical Behaviour"  ৰ ওপৰত knowledge নাই, সেইসকল ৰুমৰ পৰা ওলাই যাওঁক ।

আকৌ আধা প্ৰাৰ্থী লগে লগে ওলাই গ'ল, কিন্ত্ত নৰেন নগল । সি ভাবিলে মই এই বস্ত্তটো  কি নাজানো, তথাপি থাকি গলে মোৰ কি যাব ।

এইবাৰ আকৌ "NASA" ৰ ফালৰ পৰা Announcement - যিসকলে ফৰাচী ভাষা ( French Language ) নাজানে, সেইসকল ৰুমৰ পৰা ওলাই যাওঁক ।

সকলো প্ৰাৰ্থী লগে লগে ওলাই গ'ল, এইবাৰ মাত্ৰ দু্জন প্ৰাৰ্থীহে থাকিল ।
নৰেন আৰু এজন ।

এইবাৰ "NASA" ৰ ফালৰ পৰা নিৰ্বাচিত প্ৰাৰ্থী সকললৈ সম্ভাষণ জনাই  Announcement - চুড়ান্ত পৰ্যায়ত বাচনি হোৱা প্ৰাৰ্থী সকললৈ স্বাগতম । এতিয়া আপোনালোক দুয়োজনে French Language Testing ৰ বাবে মুখামুখিকৈ বহি যুক্তি যুক্ত কথোপকথন কৰক । তাৰ পিছত আমি নিযুক্তি দিম । ধন্যবাদ ।

লগে লগে নৰেন আৰু আনজন প্ৰাৰ্থীয়ে নিৰ্দেশ মৰ্মে কথোপকথন আৰম্ভ কৰিলে ।

নৰেন - তোমাৰ নাম কি?
***** - তপন গগৈ !

নৰেন - এ, তুমি অসমৰ মানে?
তপন - অ'তো, মোৰ ঘৰ তিনিচুকীয়াত!

নৰেন - মোৰ নলবাৰীত !

*কথোপকথন - French Language Testing এয়াই আৰু !!!

You please share these Best Jokes in Assamese in your social link such as Google+, Twitter, Facebook, WhatsApp and Pinterest etc.


🍡আপোনাৰ Girlfriend য়ে আপোনাক কেনেদৰে অধিক ভাল পাব ?

🍡স্বামী বিবেকানন্দ আধাৰিত গল্প !


🍡অসমীয়া প্ৰেম কাহিনী !



(Facebook ত Khagori Page)
⬇⬇⬇


- Best Jokes in Assamese । Best Funny Jokes in Assamese





Comments

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Assamese Quotes on Life - Assamese Facebook status for Life

Fun Fun - Funny Images - in Assamese

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Some Assamese Quotes On Life with Images and Shayari in Assamese