Assamese FB Photo Comment । অসমীয়া ফেচবুক ফটো কমেণ্ট

Assamese FB Photo Comment - অসমীয়া ফেচবুক ফটো কমেণ্ট

Assamese FB Photo Comment কৰিব খুজিছে নেকি? অৰ্থাৎ Facebook Post বোৰত photo comment কৰিব বিচাৰিছে নেকি? তলত এনে ধৰণৰ কিছুমান ফটো বিচাৰি পাব ।

 Facebook কৰি ভাল পায় নেকি? মইও পাওঁ । কিন্ত্ত অইন কিছুমানৰ দৰে দিনৰ দিনটো Facebook ত পাৰ নকৰো আকৌ । সি যি কি হওঁক, Facebook ত বন্ধু - বান্ধৱী, মিতিৰ-কুটুম্ব সকলৰ ফটো চায়, সিঁহতবোৰক সদায় কাষতে পোৱা যেন অনুভৱ হয় । আৰু ইয়াৰ জৰিয়তে বিভিন্ন জ্ঞান আহৰণ কৰিব পৰাৰ লগতে নতুন নতুন বন্ধু - বান্ধৱী বনাবও পাৰি । সেইটো হৈছে এই Facebook ৰ ধনাত্মক দিশ ।



 আজৰি সময় কটাবলৈ ই আধুনিক যুগৰ অন্যতম আহিলা । Facebook ৰ news feed ত সকলোৰে ফটো বা ভিডিঅ'বোৰ চাই কেতিয়াবা এটা comment লিখিবৰ মন যায় । আমি সাধাৰণতে অতিকৈ ভাল লগা Facebook Post বোৰত comment লিখো । কিন্ত্ত এই comment বোৰ যদি ফটো আকাৰত হয় কেনে হ'ব । তাৰ বাবে মই আপোনালোকলৈ কিছুমান assamese fb photo comment লৈ আহিছো । এই ফটোবোৰৰ জৰিয়তে আপোনাৰ অতিকৈ ভাল লগা Facebook Post বোৰত photo comment কৰিব পাৰিব ।



মোৰ হৃদয় তোমাৰ বাবে !
Mor Hridoy Tomar Babe.

Assamese FB Photo Comment


বোম কামোৰ খালো বে !
Bom Kamor Khalo Be.


Assamese FB Photo Comment


হিয়াখন একেবাৰে জুৰ পৰি গ'ল ঐ!
Hiyakhon Ekebare Jur Pori Gol Oi.




"ডিচকো ভণ্টি"ৰ খবৰ কেনে পিছে!
Disco Vonti'r Khabar Kene Pise.


Assamese FB Photo Comment




এ, মজা দেই!
Eh, Moja Dei.




তোমাৰ ফটো চাবলৈ ভৰি কোঁচাই বহি লৈছো!
Tomar Photo Chaboloi Bhori Kosai Bohi Loiso.


Assamese FB Photo Comment


ইমান হাৱা দি নেথাকিবি আকৌ!
Eman Hawa Di Nethakibi Akou.




ও, মা...
Oh, Maa...


Assamese FB Photo Comment


ঠিক ৭টাত ৰেডি হৈ থাকিবি!
Thik 7 Tat Ready Hoi Thakibi.




সকলোৰে এটা সীমা আছে!
Sokolore Eta Khima Aase.


Assamese FB Photo Comment


জন্মদিনৰ কেকটো পঠিয়ালোঁ,
আশা কৰোঁ গ্ৰহণ কৰিবা !


Jonmodinor Cake'to Pathiyalo,
Akha Karo Grahan Koriba.




তোমাৰ বাবে এটা উপহাৰ আছে!
Tomar Babe Eta Upohar Aase.




হব দিয়াহে টেঙাইছে আৰু !
Hobo Diyahe Tengaise Aaru.




জ্বলিলা, পুৰিলা, নিঃশেষ হ'লা, মোৰ প্ৰেমৰ লেলিহান শিখা..
Jwolila, Purila, Nikhekh Hola, Mor Premor Lelihan Sikha..


Assamese FB Photo Comment




(Facebook ত LIKE আৰু SHARE কৰিব)

Assamese FB Photo Comment 

Comments

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

Assamese Quotes on Life - Assamese Facebook status for Life

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Some Assamese Quotes On Life with Images and Shayari in Assamese

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Fun Fun - Funny Images - in Assamese