Assamese Images - Jokes - Assamese Photo For Facebook - Very Funny

অসমীয়া ৰগৰ ফটো - অসমীয়া কৌতুক ফটো - Assamese Images - Jokes - Assamese Photo -For Facebook & WhatsApp - Very Funny - নাচালে পস্তাব

Some Assamese Photos :-



assamese photo


assamese photo


assamese photo


assamese photo


assamese photo


assamese photo


assamese photo


assamese photo




🏵🏵🏵

Some Assamese Jokes :-

পতি'ৰ পত্নী'লৈ ফোন-


পতি - "মোৰ জীৱনটো সফল কৰি ইমান মৰমৰ, ইমান ধুনীয়া কৰাৰ বাবে তোমাক ধন্যবাদ । আজি মই যি, চব্ একমাত্ৰ তোমাৰ কাৰণে । তুমি মোৰ বাবে ভগৱান হৈ আহিছা । তোমাৰ বাবে মই এই জীৱনত নতুন শক্তি পালোঁ"

পত্নী - মানে আজিও চাৰিটা পেগ্ মাৰি দিলা মানে, ঘৰলৈ আহা, একো নকওঁ

পতি - দৰজাখন খোলা, মানে মই বাহিৰত ৰখি আছো 😂😂😂😂

🏵🏵🏵

বন্ধু ১- মোৰ সকলোতকৈ পচন্দৰ সময় এই লৰাৰ গৰমৰ বন্ধ হোৱা মাহটো

বন্ধু ২ - কিয়?

বন্ধু ১ - মোৰ লৰা আৰু পত্নী মাকৰ ঘৰলৈ যাব আৰু ইফালে মোৰ কলনিৰ বিয়া হৈ যোৱা ছোৱালীবোৰো সিঁহতৰ মাকৰ ঘৰলৈ আহিব 😁😁😁😁😁

🏵🏵🏵


Boyfriend - মই যদি তোমাক এটা চুমা খাওঁ, তুমি কি ক'বা?

Girlfriend - মই ক'ম এটা চোৰ আছিল

Boyfriend - চোৰ ?

Girlfriend - নহয় মানে, এটা চোৰ আছিল, যিয়ে গোটেই গাড়ীখনেই চুৰ কৰি লৈ যাব পাৰিলে হেঁতেন, কিন্ত্ত খালি চকা কেইটাহে লৈ গল😁😁😁😁😁

🏵🏵🏵


Boyfriend - কালি তোমাৰ ঘৰলৈ গৈছিলো, মই তাকেহে চিন্তা কৰি আছো, আমাৰ চাগৈ বিয়া আৰু নহবই

Girlfriend - কিয়? কি হ'ল? মোৰ দেউতাক দেখা কৰিলা নে?

Boyfriend - নহয়হে, তোমাৰ ভন্টিক দেখা পালোঁ.......

কি মস্তহে, তোমাৰ ভন্টি 😄😄😄😄😄

🏵🏵🏵

Boyfriend - বলা আমি অলপ এনেকুৱা ঠাইলৈ ফুৰিব যাওঁ, য'ত কেৱল তুমি আৰু মই থাকিম, আন কোনো নাথাকে!

Girlfriend - আচ্ছা, তালৈ গৈ তুমি কোনো উল্টা-পুল্টা নকৰাতো?

Boyfriend - প্ৰ'মিজ্ কৰিছো, মই কোনো এনে ধৰণৰ কাম নকৰো!

Girlfriend - তেতিয়া হলে, গৈ কি লাভ😁😁😁😁😁

🏵🏵🏵

এগৰাকী শিক্ষয়িত্ৰীৰ ছাত্ৰলৈ প্ৰশ্ন :-

শিক্ষয়িত্ৰী - আচ্ছা, কোৱা, এনে কি বস্ত্ত আছে, যি বেছিভাগ সময় আকাশত উৰি ফুৰে আৰু বাচ্ছা(পোৱালী) দিবলৈ মাটিত আহে

ছাত্ৰ - মেদাম, এয়াৰ হোষ্টেজ্
😇😇😇😇😁😁😁

🏵🏵🏵

Patient - চাৰ্ , চাওঁকচোন মোৰ ওজন দিনক দিনে কেনেকৈ বাঢ়ি গৈ আছে ? আপুনিয়ে কিবা এটা ওজন কমোৱাৰ উপায় দিয়ক আৰু 

Doctor -  ৰাতিপুৱা ২টা ৰুটী, দুপৰীয়া হাফ প্লেট্ ভাত আৰু ৰাতি ১টা ৰুটী ল'ব,চাব, কিছুদিনৰ ভিতৰতে আপোনাৰ ওজন কমি যাব

Patient - চাৰ্, এইকেইটা কি খোৱাৰ আগত নে পিছত খাব লাগিব?😁😁😁

🏵🏵🏵

Patient - চাৰ্, মোৰ ৩দিন ধৰি গাটো কিবা দুৰ্বল লাগি আছে আৰু কালিৰ পৰা পেটটোও বিষাই আছে

Doctor - আচ্ছা, আপোনাৰ পায়খানাটো কেনে?

Patient - চাৰ্, দুখীয়া মানুহৰ পায়খানা আৰু কেনে হব, তিনিওফালে বাঁহৰ বেৰা, সন্মুখত চিমেণ্টৰ বস্তাৰ পৰ্দা 😂😂😂

🏵🏵🏵

Doctor - অ', ক'বচোন আপোনাৰ কি হৈছে?

Patient - চাৰ্, কালি ৰাতি মই সপোনত এটা বহু ডাঙৰ তৰমুজ খাই পেলালো

Doctor - অ', ভাল, ভাল, এতিয়া কি অসুবিধা পাই আছে?

Patient - ৰাতিপুৱা টোপনি ভঙাৰ পিছত দেখিলো মই শুই থকা কোলগাৰুটো নাই 😬😬😬😁😁😁

🏵🏵🏵

দামেৰ পানে এবাৰ এখন পক্ষীবিক্ৰেতাৰ দোকানলৈ ভাটৌ চৰাই কিনিবলৈ গল-

বিক্ৰেতা - বাইদেউ, এইটো ভাটৌ লৈ যাওঁক, চব জানে

দামেৰ পান - এই ভাটৌটোৰ বিশেষত্ব কি?

বিক্ৰেতা - এইটো ভাটৌ আন বোৰতকৈ বেছি বুধিয়ক আৰু টেঙৰ ।

দামেৰ পানে ভাটৌটো পৰীক্ষা কৰি চাবৰ বাবে সুধিলে ,
ঐ, ভাটৌ, ক'চোন, মোক দেখিবলৈ কেনেকুৱা লাগে?

ভাটৌ - তোমাক দেখিলে এনে লাগে যেন, তুমি চৰিত্ৰহীন ।

দামেৰ পান - ধেইত্, এই ভাটৌটো চোন বৰ অভদ্ৰ ।

বিক্ৰেতা - ৰ'ব বাইদেউ !

বিক্ৰেতাজনে ভাটৌটোক ভিতৰলৈ লৈ গৈ বাল্টি এটাত থকা পানীত ডুবুৱাই লৈ আহিল । আৰু ক'লে, বাইদেউ, এইবাৰ সোধক !

দামেৰ পান - আচ্ছা, ঐ ভাটৌ, আমাৰ ঘৰলৈ এজন মতা মানুহ আহিলে, তই কি ভাবিবি ?

ভাটৌ - সেইজন তোমাৰ স্বামীয়ে হব ।

দামেৰ পান - আৰু দুজন আহিলে ?

ভাটৌ - এজন তোমাৰ স্বামী আৰু এজন তোমাৰ ভাই ।

দামেৰ পান - আৰু তিনিজন আহিলে ?

ভাটৌ - তোমাৰ স্বামী, তোমাৰ ভাই আৰু এজন তোমাৰ দেওৰ ।

দামেৰ পান - আৰু যদি তিনিজনতকৈ বেছি আহে ?

ভাটৌ - দাদা, পানীৰ বাল্টিটো লৈ আহক, মই আগতেই কৈছিলো এওঁক চৰিত্ৰহীনৰ নিচিনা লাগে, আজি মই পানীত ডুবি মৰিয়েই যাওঁ !😁😁😁😂😂😂



🏵🏵🏵

ধলু ককায়েকৰ সঁতে বাগিচা চাফা কৰি আছিল ।

হঠাৎ ধলুৱে দেখা পালে এটা কেঁচু গাতৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহি আছে । ধলুৱে লগে লগে কেঁচুডাল ধৰি আনি ককায়েকক কলে, ককা, মই এই কেঁচুডাল আকৌ গাতটোৰ ভিতৰত সুমুৱাই দিব পাৰিম ।

ককা - অসম্ভৱ, তেনে কৰিব পাৰিলে মই তোক ৫০ টকা দিম।

ধলু - হয় নেকি? ৰ'বা তেতিয়া হলে ,মই দেখুৱাই আছো

তাৰ পিছত ধলু ঘৰৰ ভিতৰলৈ গৈ কিবা এটা স্প্ৰে' লৈ আহিল আৰু কেঁচুডালৰ ওপৰত চটিয়াই দিলে । লগে লগে কেঁচুডাল কটকটীয়া টান হৈ পৰিল আৰু ধলুৱে কেঁচুডাল অনায়াসে গাতটোৰ ভিতৰত সুমুৱাই দিলে ।

ককায়েকে এই কাণ্ড দেখি খুচ্ হৈ ধলুক ৫০ টকা দিলে আৰু খৰখেদাকৈ স্প্ৰে'ৰ টেমাটো লৈ ঘৰৰ ভিতৰলৈ সোমাই গল ।

কিছু সময় পিছত ককায়েকে আহি ধলুক আৰু ৫০০ টকা দিলে ।

ধলু (আচৰিত হৈ) - ককা, মোক তুমি আগৰ বাৰ ৫০ টকা দিছাই চোন, আকৌ ৫০০ টকা কিয়?

ককায়েক - এইয়া ৫০০ টকা তোৰ আইতাৰ ফুৰ্টিতে দিছে 😉😉😉

🏵🏵🏵

মুৰ্গীৰ ফাৰ্ম এখনৰ গৰাকী এজন বিয়েৰ বাৰত 👉👉👉

ফাৰ্মৰ গৰাকী - ৱেইটাৰ্, দুটা ফ'ষ্টাৰ বিয়েৰ দিবা আৰু লগত বাদাম পকোৰা।

এই কথা শুনি তেওঁৰ কাষতে বহি থকা  এগৰাকী মহিলাই কলে, কি আচৰিত সংযোগ, মইও দুটা ফ'ষ্টাৰ বিয়েৰ আৰু লগত বাদাম পকোৰা অৰ্ডাৰ কৰিছো

ফাৰ্মৰ গৰাকী - মই আজি অলপ ফুৰ্টিতে চিংগল্ পাৰ্টি কৰিব আহিছো।

মহিলা - কি আচৰিত সংযোগ, মইও !

ফাৰ্মৰ গৰাকী - আপুনি কিহৰ বাবে পাৰ্টি কৰিব আহিছে ?

মহিলা - ৩ বছৰ ধৰি চেষ্টা কৰিও মোৰ স্বামীয়ে মোক মহিলাৰ প্ৰধান সুখ দিব পৰা নাছিল , কিন্ত্ত আজি মই গম পালো যে, মই গৰ্ভৱতী । আপুনি একা ?

ফাৰ্মৰ গৰাকী - কি আচৰিত সংযোগ,
মোৰ ফাৰ্মৰ মুৰ্গীবোৰেও ৩ বছৰ ধৰি কণী পৰা নাছিল , কিন্ত্ত আজি মই গম পালো যে, গোটেই মুৰ্গীবোৰে কণী পাৰিছে ।

মহিলা - এইটো কেনেকৈ সম্ভৱ হ'ল?

ফাৰ্মৰ গৰাকী - বিশেষ একো নাই, কেৱল মুৰ্গীবোৰ বদলি কৰি দিলো ।

মহিলা গৰাকীয়ে অকণমান মিচিকিয়াই হাঁহি ক'লে -
কি আচৰিত সংযোগ, মইওঁ......

🏵🏵🏵

Single হৈ থকাৰ সুবিধা:-

১) ভালকৈ শুব পাৰি 
২) জিঅ' চিম নহলেও চলিব পাৰি
৩) অইন কোম্পানীৰ চিম থকা সকলে কম খৰছ হোৱা voice আৰু sms পেক্ নভৰালেও হয়
৪) মাজৰাতি কোনো মিচ্ কলৰ জামেলা নাথাকে
৫) সকলো ল'ৰা-ছোৱালী বা বন্ধু-বান্ধৱীৰ লগত বিনা সংকোচে কথা পাতিব পাৰি
৬) সময় আৰু পইছা ৰাহি হয়
৭) আৰু অৱশ্যে এই পোষ্টতো Share কৰিব পাৰি ।

🏵🏵🏵

এক ছাত্ৰৰ ভগবানলৈ ধন্যবাদ জ্ঞাপন :-

হে প্ৰভু, "গাখীৰৰ মূল্য ৬০ টকা, ডলাৰৰ মূল্য ৬৭ টকা, পেট্ৰলৰ মূল্য ৭৪ টকা, পিয়াজৰ মূল্য ৮০ টকা আৰু দালিৰ মূল্য ১৩০ টকালৈ উঠাই দিলা"

কিন্ত্ত, পৰীক্ষাৰ পাচিং মাৰ্ক আজিও যে ৩০ তেই ৰাখিছা তাৰ বাবে তোমাক অশেষ ধন্যবাদ, নহলেতো মোৰ অলপ দিগদাৰেই আছিল 😄😄

                                🏵🏵🏵

Some Assamese Photos :-

assamese photo


assamese images


assamese images


assamese images


assamese images


assamese images


assamese images


assamese images


🌷🌷আমাৰ অন্য শিতানসমূহ🌷🌷







(Facebook ত LIKE আৰু SHARE কৰিব)

Comments

Post a Comment

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

Assamese Quotes on Life - Assamese Facebook status for Life

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Some Assamese Quotes On Life with Images and Shayari in Assamese

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Fun Fun - Funny Images - in Assamese