কেইখনমান অসমীয়া জন্মদিনৰ শুভেচ্ছাৰ ফটো - কেইটামান জন্মদিনৰ শুভেচ্ছা বাৰ্তা - Some Assamese Birthday Wishes and Assamese Birthday Status Images - Some Assamese Happy Birth Day Wishes Photo and Birthday Sms in Assamese Language - জন্মদিনৰ শুভেচ্ছা sms অসমীয়া
"এই দিনটো যেন বাৰে বাৰে ওভতি আঁহক, তোমাৰ জীৱনৰ অলেখ সঁপোনে তোমাক আৱৰি ধৰক" Happy Birthday
"তোমাৰ জীৱনৰ প্ৰতিটো দিন হৈ পৰক সুখেৰে ভৰপূৰ, তোমাৰ চাৰিওফালে বিয়পি পৰক আনন্দৰ বন্যা" - জন্মদিনৰ অলেখ শুভকামনা যাঁচিলো
"এই জীৱনেই হৈছে সকলোতকৈ শ্রেষ্ঠ উপহাৰ, তোমাৰ জীৱনৰ প্ৰত্যেকটো কৰ্ম হৈ পৰক সফল আৰু আনন্দময় আৰু জীৱন হৈ পৰক সুখী" তাৰেই কামনাৰে - শুভ জন্মদিন
"তোমাৰ জীৱন যাত্ৰা হওঁক অতিকে সুখৰ আৰু আনন্দময়ী, কেতিয়াওঁ যেন তুমি এই যাত্ৰাত থমকি ৰ'বলগীয়া নহয়"- তাৰেই আঁশাৰে মোৰ ফালৰ পৰা জন্মদিনৰ শুভকামনা যাঁচিলো
"আজিৰ এই শুভ দিনটোত অতীতৰ সুখ আৱদ্ধ হওঁক তোমাৰ হৃদয়ত, অতীতৰ দুখবোৰ হেৰাই যাওঁক, আজিৰ পৰাই আৰম্ভ হওঁক জীৱনৰ কৰ্মৰ নতুন উদ্যম আৰু তুমি হোৱা নিপুণ খনিকৰ" - Happy Birthday To You.
"দূখৰ তিক্ততা আঁতৰি, সুখৰ মিঠা অনুভৱেৰে তোমাৰ মন ৰঙীণ হৈ জীৱন হৈ পৰক সুখময়" - Happy Birthday.
"পোৱা-নোপোৱা সকলো জীৱনৰ খেল, অতীতক পাহৰি আৰম্ভ কৰা নতুন জীৱনৰ মেল, তাতেই তুমি সফল হোৱা"- শুভ জন্মদিন
@#-#-#-#-#-#-#-#-#-#-##-#-#-#@
((*************তোমালৈ***********((
))*************জন্মদিনৰ**********))
//**************শুভেচ্ছা***********//
\\**************থাকিল************\\
@#-#-#-#-#-#-#-#-#-#-##-#-#-#@
মন হৃদয়ৰ আগত,
মৰম প্ৰেমৰ আগত,
সুখ দুখৰ আগত,
বন্ধু বন্ধুত্বৰ আগত,
আৰু
মই সকলোতকৈ আগত,
তোমাক
এই জন্মদিনৰ শুভেচ্ছা বাৰ্তা পঠিয়ালোঁ ।
Wishing You A Day Soft As Silk,
White As Milk,
Sweet As Honey And,
Full Of Money,
May All Your Dreams Come True -
Happy Birthday To You.
"মুখ খুলি ৰাখা , তোমাৰ জন্মদিন উপলক্ষে ৩ কিলো ৰসগোল্লা পঠিয়ালো"-
Happy Birthday
_
। _ ।। _
। _ ।। _ ।
। _ ।। _ ।
। _ ।। _ ।
"A Diary Milk Chocolate Just Delivered To Only For You On The Occasion Of Your Happy Birthday
. Please Don't Mind",
একামোৰ খাই পেলালোঁ, হা !
Hope This Day Wiil Be -
As,
A = Amazing,
B = Blazing,
C = Colourful,
D = Delightful,
E = Entertaining,
F = Fancy,
G = Gorgeous,
H = Holy,
I = Immacukate,
J = Joyful,
K = Klassic,
L = Lasting,
M = Massive,
N = Naughty,
O = Oxyrich,
P = Plush,
Q = Quenchy,
R = Rustic,
S = Sizzling,
T = Temptful,
U = Ultimate,
V = Velvety,
W= Wonderful,
Y = Yankee,
Z = Zappy For You,
Happy Birthday.
@#-#-#-#-#-#-#-#-#-#-##-#-#-#@
««***********Wishing**********»»
((*************You*************))
//************Happy************\\
±±**********Birthday **********±±
@#-#-#-#-#-#-#-#-#-#-##-#-#-#@
"জন্মদিনৰ শুভেচ্ছা জনালোঁ, জেম-জেলি, লুচি-ভাজি ৰেডি কৰি ৰাখিবা - সন্ধিয়া আহি আঁছো"
"ফুলৰ সুগন্ধৰ দৰে তোমাৰ চৌপাশ মুখৰিত হওঁক, মনৰ সুখে তোমাৰ মনৰ পদুলি উপচাই ৰাখক" - তাৰেই কামনাৰে, জন্মদিনৰ শুভেচ্ছা জনাই এই জন্মদিনৰ শুভেচ্ছা বাৰ্তা পঠিয়ালোঁ ।
"তোমাৰ জীৱনৰ এই বিশেষ দিনৰ সোণালী ক্ষণত, তোমাৰ জীৱন ওপচি পৰক অলেখ সুখ আৰু আনন্দৰে" - তাৰেই কামনাৰে Happy Birthday.
"সুখ, সমৃদ্ধি, যশ, আনন্দ, সু-স্বাস্হ্যৰে তোমাৰ অনাগত দিনবোৰ জীপাল আৰু মধুৰ হৈ পৰাৰ কামনাৰে তোমালৈ জন্মদিনৰ অলেখ শুভকামনা যাঁচিলো"
জন্মদিনৰ উপহাৰ >>
চাব পাৰে 👉👉👉
জন্মদিন (Birthday), হৈছে কোনো এক মানুহৰ জন্মগ্ৰহণৰ দিৱস। এজন লোকৰ জন্ম হোৱা তিথি বা দিনটোতে আচলতে জন্মদিন উৎসৱ পালন কৰা হয়।
ইয়াক সাধাৰণতে বছৰৰ এটি নিৰ্দিষ্ট মাহৰ নিৰ্দিষ্ট তাৰিখত বিশেষকৈ শিশুসকলৰ বাবে তেওঁলোকৰ পিতৃ-মাতৃ, আত্মীয়-স্বজন, বন্ধু-বৰ্গ বা অইন ব্যক্তিসকলৰ দ্বাৰা উদজাপন কৰা হয় ।
বছৰৰ নিৰ্দিষ্ট এটা দিনত জন্মগ্ৰহণকাৰী শিশু বা ব্যক্তিৰ জন্ম উপলক্ষে যি আনন্দময় উৎসৱ-আয়োজনৰ পৰিবেশ সৃষ্টি কৰা হয়, সেয়াই আচলতে জন্মদিন নামেৰে জনা যায় ।
সাধাৰণতে শিশুবোৰক কেন্দ্ৰ কৰিয়েই এই অনুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াৰ বাহিৰেও, বিশ্বৰ বিভিন্ন দেশৰ কিশোৰ-কিশোৰী, যুৱক-যুৱতীসহ বৃদ্ধ-বৃদ্ধাসকলেও জন্মদিন পালন কৰে।
জন্মদিন উদযাপনৰ প্ৰধান মাধ্যম শুভেচ্ছা জ্ঞাপন কৰা বা শুভকামনা যঁচা।
মানৱীয় গুণেৰে সমৃদ্ধ মানৱ জাতি আবেগ সম্পন্ন হোৱা হেতুকে বিভিন্ন ধৰণৰ উৎসৱ আয়োজন কৰি নিজৰ সেই আবেগক প্ৰকাশ কৰে । তাৰেই এক অংশ এই জন্মদিনৰ উৎসৱ ।
মাতৃ গৰ্ভৰ পৰা ভূমিষ্ঠ শিশুৰ প্ৰথম এক বছৰ সম্পূৰ্ণ হোৱাৰে পৰাই জন্মদিনৰ উৎসৱ পালন আৰম্ভ হয় ।
সন্তান বা ব্যক্তিৰ তাৰ জন্মদিৱসটিৰ গুৰুত্ব, সামাজিক প্ৰেক্ষাপটত চিহ্নিতকৰণ আৰু লোকসকলৰ লগত পৰিচিত কৰাটো ইয়াৰ অন্যতম উদ্দেশ্য।
আৰু ইয়াৰ আন এক দিশ হিচাপে পিতৃ-মাতৃ সকলৰ অতিকে আদৰৰ শিশুজনৰ সুখ আৰু সন্তোষৰ বাবেওঁ এই উৎসৱ পালন কৰা হয়।
কেতিয়াবা কেতিয়াবা বেচৰকাৰী পৰ্যায়ত কোনো এটা প্ৰতিষ্ঠান আৰম্ভ হোৱা উক্ত দিনটোৰ বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে সেই দিনটোতো প্ৰতিষ্ঠানটোৰ জন্মদিন হিচাপে পালন কৰা দেখা যায় ।
জন্মদিন উৎসৱত মমবাতি (Candle), বেলুন (Ballon) আৰু কেক (Cake) আদি অত্যাৱশ্যকীয় সামগ্ৰী হিচাপে বহুদিনৰে পৰাই ব্যৱহাৰ হৈ আহিছে। অৰ্ডাৰ দি তৈয়াৰ কৰা কেকবোৰত সাধাৰণতে শিশু বা ব্যক্তিজনৰ নাম খোদিত কৰি লোৱা হয় । আৰু ইয়াৰ ওপৰৰ অংশত বয়সৰ লগত সংগতি ৰাখি মমবাতিৰ সংখ্যা নিৰ্ণয় কৰি সঁজাই লোৱা হয় ।
পিছত মমবাতিবোৰ জ্বলাই দি পিছত ছুৰীৰে কেক কাটি শিশু বা ব্যক্তিসকলৰ মুখত দিয়াৰ মাধ্যমেৰে জন্মদিন পৰ্ব আৰম্ভ কৰা হয়। ঠিক এইখিনি সময়তে
বন্ধু-বান্ধৱ, আত্মীয়-স্বজন সকলে উক্ত শিশু বা ব্যক্তিজনৰ নাম অন্তৰ্নিহিত হৈ থকা জন্মদিনৰ গীত ( Birthday Song ) পৰিবেশন কৰে । ই পৰিৱেশটো বেচ্ মধুৰ কৰি তোলে ।
তাৰ পিছত কেকটোৰ কিছু সৰু সৰু অংশ কৰি বন্ধু-বান্ধৱ, আত্মীয়-স্বজন সকলক খোওঁৱা হয় ।
এই জন্মদিন উৎসৱত নিমন্ত্ৰিত অতিথি, বন্ধু-বান্ধৱ, আত্মীয়-স্বজন সকলে উক্ত শিশু বা ব্যক্তিজনক বিভিন্ন উপহাৰ প্ৰদান কৰে ।
আৰু শেষত অতিথি সকলক বিভিন্ন ধৰণৰ খাদ্যৰে সৈতে আপ্যায়িত কৰা হয় । এনেদৰেই এটি মধুৰ উৎসৱৰ সামৰণি পৰে ।
এই লেখাত কিছুমান বিভিন্ন ধৰণৰ অসমীয়া জন্মদিনৰ শুভেচ্ছা (Assamese Happy Birth Day Wishes) আৰু জন্মদিনৰ শুভেচ্ছা sms অসমীয়া ( Birthday sms in Assamese Language ) আদি সংযোজন কৰা হৈছে ।
"এই দিনটো যেন বাৰে বাৰে ওভতি আঁহক, তোমাৰ জীৱনৰ অলেখ সঁপোনে তোমাক আৱৰি ধৰক" Happy Birthday
"তোমাৰ জীৱনৰ প্ৰতিটো দিন হৈ পৰক সুখেৰে ভৰপূৰ, তোমাৰ চাৰিওফালে বিয়পি পৰক আনন্দৰ বন্যা" - জন্মদিনৰ অলেখ শুভকামনা যাঁচিলো
"এই জীৱনেই হৈছে সকলোতকৈ শ্রেষ্ঠ উপহাৰ, তোমাৰ জীৱনৰ প্ৰত্যেকটো কৰ্ম হৈ পৰক সফল আৰু আনন্দময় আৰু জীৱন হৈ পৰক সুখী" তাৰেই কামনাৰে - শুভ জন্মদিন
"তোমাৰ জীৱন যাত্ৰা হওঁক অতিকে সুখৰ আৰু আনন্দময়ী, কেতিয়াওঁ যেন তুমি এই যাত্ৰাত থমকি ৰ'বলগীয়া নহয়"- তাৰেই আঁশাৰে মোৰ ফালৰ পৰা জন্মদিনৰ শুভকামনা যাঁচিলো
"আজিৰ এই শুভ দিনটোত অতীতৰ সুখ আৱদ্ধ হওঁক তোমাৰ হৃদয়ত, অতীতৰ দুখবোৰ হেৰাই যাওঁক, আজিৰ পৰাই আৰম্ভ হওঁক জীৱনৰ কৰ্মৰ নতুন উদ্যম আৰু তুমি হোৱা নিপুণ খনিকৰ" - Happy Birthday To You.
"দূখৰ তিক্ততা আঁতৰি, সুখৰ মিঠা অনুভৱেৰে তোমাৰ মন ৰঙীণ হৈ জীৱন হৈ পৰক সুখময়" - Happy Birthday.
"পোৱা-নোপোৱা সকলো জীৱনৰ খেল, অতীতক পাহৰি আৰম্ভ কৰা নতুন জীৱনৰ মেল, তাতেই তুমি সফল হোৱা"- শুভ জন্মদিন
@#-#-#-#-#-#-#-#-#-#-##-#-#-#@
((*************তোমালৈ***********((
))*************জন্মদিনৰ**********))
//**************শুভেচ্ছা***********//
\\**************থাকিল************\\
@#-#-#-#-#-#-#-#-#-#-##-#-#-#@
মন হৃদয়ৰ আগত,
মৰম প্ৰেমৰ আগত,
সুখ দুখৰ আগত,
বন্ধু বন্ধুত্বৰ আগত,
আৰু
মই সকলোতকৈ আগত,
তোমাক
এই জন্মদিনৰ শুভেচ্ছা বাৰ্তা পঠিয়ালোঁ ।
Wishing You A Day Soft As Silk,
White As Milk,
Sweet As Honey And,
Full Of Money,
May All Your Dreams Come True -
Happy Birthday To You.
"মুখ খুলি ৰাখা , তোমাৰ জন্মদিন উপলক্ষে ৩ কিলো ৰসগোল্লা পঠিয়ালো"-
Happy Birthday
_
। _ ।। _
। _ ।। _ ।
। _ ।। _ ।
। _ ।। _ ।
"A Diary Milk Chocolate Just Delivered To Only For You On The Occasion Of Your Happy Birthday
. Please Don't Mind",
একামোৰ খাই পেলালোঁ, হা !
Hope This Day Wiil Be -
As,
A = Amazing,
B = Blazing,
C = Colourful,
D = Delightful,
E = Entertaining,
F = Fancy,
G = Gorgeous,
H = Holy,
I = Immacukate,
J = Joyful,
K = Klassic,
L = Lasting,
M = Massive,
N = Naughty,
O = Oxyrich,
P = Plush,
Q = Quenchy,
R = Rustic,
S = Sizzling,
T = Temptful,
U = Ultimate,
V = Velvety,
W= Wonderful,
Y = Yankee,
Z = Zappy For You,
Happy Birthday.
@#-#-#-#-#-#-#-#-#-#-##-#-#-#@
««***********Wishing**********»»
((*************You*************))
//************Happy************\\
±±**********Birthday **********±±
@#-#-#-#-#-#-#-#-#-#-##-#-#-#@
"জন্মদিনৰ শুভেচ্ছা জনালোঁ, জেম-জেলি, লুচি-ভাজি ৰেডি কৰি ৰাখিবা - সন্ধিয়া আহি আঁছো"
"ফুলৰ সুগন্ধৰ দৰে তোমাৰ চৌপাশ মুখৰিত হওঁক, মনৰ সুখে তোমাৰ মনৰ পদুলি উপচাই ৰাখক" - তাৰেই কামনাৰে, জন্মদিনৰ শুভেচ্ছা জনাই এই জন্মদিনৰ শুভেচ্ছা বাৰ্তা পঠিয়ালোঁ ।
"তোমাৰ জীৱনৰ এই বিশেষ দিনৰ সোণালী ক্ষণত, তোমাৰ জীৱন ওপচি পৰক অলেখ সুখ আৰু আনন্দৰে" - তাৰেই কামনাৰে Happy Birthday.
"সুখ, সমৃদ্ধি, যশ, আনন্দ, সু-স্বাস্হ্যৰে তোমাৰ অনাগত দিনবোৰ জীপাল আৰু মধুৰ হৈ পৰাৰ কামনাৰে তোমালৈ জন্মদিনৰ অলেখ শুভকামনা যাঁচিলো"
জন্মদিনৰ উপহাৰ >>
চাব পাৰে 👉👉👉
![]() |
Hot ! Hot ! Hot |
0 comments: