Tips & Tricks In Assamese (জানিবলগীয়া কথা)। Playstore Secret Settings In Assamese

Tips & Tricks In Assamese (জানিবলগীয়া কথা)। Playstore Secret Settings In Assamese । Assamese Tips For You

Google Playstore ৰ সকলোতকৈ Secret Settings in Assamese, How To Get Correct or Secret Settings in Google Playstore in Assamese Language 

Assamese tips for you


আমি বৰ্তমান technology ৰ যুগত আমাৰ হাতত থকা Mobile টোৰ Playstore প্ৰায় সদায়েই ব্যৱহাৰ কৰো। কিন্ত্ত আমি Playstore ৰ পৰা দৈনিক বিভিন্ন বিষয়ক হাজাৰ হাজাৰ Application Download কৰিয়েই সামৰো। ইয়াৰ বাহিৰেও এই Playstore ত বিভিন্ন ধৰণৰ Secret আৰু Magical Settings আছে, যিবোৰ আমি অনুকৰণ কৰি Playstore ৰ পৰা আৰু অধিক আনন্দ লব পাৰো। 

এই অদ্ভুত Secret Settings সমূহ জানিবলৈ প্ৰথমতে Playstore খোলক ।


Playstore Secret Tips & Tricks (Assamese) / Assamese Tips 1

 Playstore খুলি লোৱাৰ পিছত আপুনি ওপৰৰ বাওঁফালে তিনিডাল সৰু সৰু Line দেখা পাব । তাত Click কৰাৰ পিছত এখন Menu ওলাই আহিব । Menu খনত থকা "Settings" লৈ যাওঁক । তাত "Parental Conrols" বুলি এটা option পাব । তাত আপুনি মনত থকাকৈ এটা Pin দিয়ক । বচ্, এতিয়া আপুনি Secret Settings টো পায় গল । ইয়াত থকা Apps, Movies আৰু Music আদিবোৰ আপুনি বাচনি কৰা বয়সৰ শ্রেণী অনুযায়ীহে আপোনাৰ নিজৰ Playstore ত দেখা পাব।

assamese tips for you


Playstore Secret Tips & Tricks ( Assamese) / Assamese Tips 2

কেতিয়াবা আমি Playstore খুচৰি থাকোতে নিজৰ ভাল লগা কিছু Apps বিচাৰি পাওঁ, কিন্ত্ত কোনো কাৰণ বশত: উক্ত Apps টো আমি Install নকৰাকৈ থাকো । পিছত সময় পালে আকৌ আমি সেই Apps টো বিচাৰিবলৈ ধৰো, কিন্ত্ত আমি তাক বিচাৰি নাপাওঁ। তেনে অৱস্হাত আমি পিছত Install কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা Apps টোৰ কাষত তলফালে ৩টা dots ত Click কৰি "add to wishlist" কৰি থব পাৰো। তাৰ পিছত আমাৰ যেতিয়াই সুবিধা হয় এই Apps বোৰ Install কৰি লব পাৰো । "wishlist" ত add কৰা Apps বোৰ পিছত বিচাৰি উলিয়াবলৈ Playstore ৰ ওপৰৰ বাওঁফালে থকা সৰু সৰু তিনিডাল Line ত Click কৰিলে "wishlist" option টোত পাব।

assamese tips for you


Playstore Secret Tips & Tricks ( Assamese )/ Assamese Tips 3

কোনো Apps আপুনি যদি Playstore লৈ অহাৰ আগতে প্ৰথমতেই Install কৰিব খুজিছে, তেতিয়া হলে Playstore Home Page ত থকা "Early Access" Option লৈ গলেই এনে ধৰণৰ Apps বোৰ দেখিবলৈ পাব । সাধাৰণতে Playstore ত User এ Submit কৰা নতুন Apps বোৰ Review অৱস্হাত থাকে আৰু এই অৱস্হাত Apps বোৰেই আমি "Early Access" Option ত দেখিবলৈ পাওঁ।

Playstore Secret Tips & Tricks (Assamese) / Assamese Tips 4

আপুনি যদি বিচাৰিছে যে, Playstore লৈ অহা একেবাৰে নতুন Apps বোৰ আপুনি নিজৰ Download কৰাতো তেন্তে ইয়াৰ বাবে আপুনি আপোনাৰ Mobile ৰ "Chrome" ব্ৰাউজাৰ Google খোলক আৰু type কৰক  "indie corner" এতিয়া search results ত Playstore সংযুক্ত থকা লিংকটো খুলিলেই সদ্য প্ৰকাশিত Apps সমূহ দেখিবলৈ পাব । Apps বোৰ Install কৰক আৰু উপভোগ কৰক।

(Facebook ত LIKE আৰু SHARE কৰিব)


অন্য বিষয়সমূহ 👉





Comments

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

Assamese Quotes on Life - Assamese Facebook status for Life

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Some Assamese Quotes On Life with Images and Shayari in Assamese

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Fun Fun - Funny Images - in Assamese