Stephen Hawking black hole and event horizon

Black Hole আচলতে কি । What Is Black Hole । stephen hawking black hole and event horizon । ষ্টিফেন হকিং ৰ কৃষ্ণ গহ্বৰ



stephen hawking black whole



পঢ়ক


আমাৰ বিশ্ব ব্ৰহ্মাণ্ড খনত কিমান যে ৰহস্য আছে তাক এটাৰ পিছত আন এটা উৎঘাটন কৰিবলৈ মানৱ জন্ম হোৱাৰ পিছৰে পৰা ইয়াৰ অধ্যয়ণ কৰি থকা হৈছে । কিছুমান এনে ধৰণৰ ৰহস্য আছে যত আমাৰ বিচাৰ আৰু কল্পনাই কেতিয়াও ঢুকিয়ে নাপায় । আমাৰ পৃথিৱীখনত এনে ধৰণৰ কিছু মহান লোক আছে যিয়ে এনে ধৰণত অদ্ভুত ৰহস্যবোৰ আবিস্কাৰ কৰিবলৈ যোগ্যতা ৰাখে । সেই মহান ব্যক্তি সকলৰ ভিতৰত অন্যতম এজন হল, stephen hawking.

Black Hole (কৃষ্ণ গহ্বৰ) আচলতে কি?

Black Hole (কৃষ্ণ গহ্বৰ), ই আমাৰ space ত থকা এনেকুৱা এটা ঠাই য'ত বৰ্তমানৰ বিজ্ঞানৰ কোনো ধৰণৰ নিয়ম আৰু উন্নত প্ৰযুক্তিয়ে কাম নকৰে। ইয়াৰ গুৰুত্বাকৰ্ষণ অন্ত্যন্ত শক্তিশালী।

ইয়াৰ আকৰ্ষণৰ পৰা কোনোয়েই সাৰি যাব নোৱাৰে। আনকি প্ৰকাশ বা পোহৰো যদি এই Black Hole (কৃষ্ণ গহ্বৰ)ৰ ভিতৰলৈ প্ৰৱেশ কৰে, ই বাহিৰলৈ ওলাব নোৱাৰে অৰ্থাৎ প্ৰকাশ বা পোহৰৰ যি নিজস্ব কৰ্মক্ষমতা সেইটো বিকল হৈ পৰে।ইয়াৰ যিমানে ওচৰলৈ চপা যায় সময়ৰ প্ৰভাব সিমানে কম হৈ হৈ গৈ থাকে।


what is black whole


পঢ়ক

আপুনি যদি এই Black Hole (কৃষ্ণ গহ্বৰ) সোমাই তেতিয়া কি হব?



আচলতে তেতিয়া আপোনাৰ লগত দুটা কথা হব পাৰে। এটা হল আপুনি মুহূৰ্ততে জ্বলি চাই হৈ যাব আৰু নহলে আপোনাৰ দেহৰ কোনো ক্ষতি নোহোৱাকৈ আপুনি সেই Black Hole (কৃষ্ণ গহ্বৰ)টোত ফঁচি যাব পাৰে।

যেতিয়া কোনো এক বিশাল তৰা বা তৰামণ্ডল নিজৰ অন্তলৈ গৈ পায় তেতিয়া ইয়েই অৱশেষত গৈ Black Hole (কৃষ্ণ গহ্বৰ)ৰ অংশ হৈ পৰে। বিশিষ্ট বৈজ্ঞানিক stephen hawking ৰ মতে এই গহ্বৰৰ বাহিৰৰ অংশটোক event horizon বুলি কোৱা হয়। stephen hawking ৰ আবিস্কাৰ অনুসৰি, Black Hole ৰ কেন্দ্ৰটো অপৰিসীম ঘূৰ্ণীয়মান আৰু সেই অংশটোৰ প্ৰভাবৰ বাবে তাত time আৰু  space অৰ্থহীন হৈ পৰে, ভৌতিক বিজ্ঞানৰ সকলো নিয়মে কাৰ্য্যক্ষমতা হেৰাই পেলায়। 

Stephen Hawking :-

সম্পূৰ্ণ নাম/Full Name: Stephen William Hawking
জন্মস্হান / Born Place: Oxford, England
জন্ম তাৰিখ / Birth Place: 4 Jan' 1942
মৃত্যু / Death : 14 Mar' 2018




(Facebook ত LIKE আৰু SHARE কৰিব)


অন্য বিষয়সমূহ 👉





চাওঁক মজাৰ ৰগৰবোৰ:-

চুইট্ লভ্

মজা কৌতুক

ফেচবুক ৰগৰ

নতুন বছৰৰ হাহি

মানষিৰ উত্তৰ

0 comments: