Rongali Bihu Wishes (ৰঙালী বিহুৰ শুভেচ্ছা) । Rongali Bihu Images

ৰঙালী বিহু ফটো - Rongali Bihu Wishes - Rongali Bihu Images - Bhogali Bihu Wishes in Assamese Language 


ব’হাগ বিহু বা ৰঙালী বিহু বসন্তৰ আগমণত উদযাপন কৰা অসমৰ মূল বিহু উৎসৱ।বসন্তৰ আগমনত যেতিয়া প্ৰকৃতি নতুন ৰূপৰে জিলিকি উঠে, তেতিয়া সাধাৰণ চহা ৰাইজ জীৱনটো ৰঙীন কৰি উপভোগ কৰিবলৈ আগবাঢ়ি আহে। ব’হাগ বিহু ৰং আৰু ধেমালিৰ উৎসৱ। ৰঙালী বিহু বা বহাগ বিহু যৌবনৰো উৎসৱ ।ৰঙালী বিহু বা বহাগ বিহু যৌবনৰ উৎসৱ হোৱা হেতুকে ডেকা-গাভৰু সকলোৱে মিলি  হুঁচৰি, বিহুনাচ আৰু বিহুনামৰ উপৰিও এই ৰঙালী বিহু / ব’হাগ বিহুত নানান খেল ধেমালি কৰা দেখা যায়। 


rongali bihu images 2018


ব’হাগ বিহু বা ৰঙালী বিহু সাতদিন ধৰি পালন কৰা হয় । আৰু সেয়ে ইয়াক "সাতবিহু" বুলিও কোৱা হয়।

প্ৰথম দিনা "গৰু বিহু"
তাৰ পিছৰ দিনা "মানুহ বিহু"
তৃতীয় দিনা "গোঁসাই বিহু"
চতুৰ্থ দিনা "তাঁতৰ বিহু"
পঞ্চম দিনা "নাঙলৰ বিহু"
ষষ্ঠ দিনাখন "জীয়ৰী বিহু"বা "চেনেহী বিহু"
আৰু শেষৰ দিনা “চেৰা বিহু”


Rongali Bihu Wishes / Rongali Bihu Images -


rongali bihu images 2018


rongali bihu images 2018


rongali bihu images 2018


rongali bihu images 2018


rongali bihu wishes 2018


rongali bihu wishes 2018


rongali bihu wishes 2018


rongali bihu wishes 2018
Rongali Bihu Wishes


rongali bihu sms message / rongali bihu status -

ঢোল, পেপা, গগণাৰ মাত
আকৌ ৰঙালী বিহু লাগিল গাত,
বিহুতলীত,
মই তোমাক বিচাৰিম
তুমি মোক বিচাৰিবা,
তুমি মোৰ লগত
বিহুৰ মজা লবা ।
....

আকৌ বহাগ আহিল,
চৌপাশে কুলিৰ মাত,
বতাহত ভাহি আহিল
ঢোল-পেপাৰ মাত,
অতিকৈ চেনেহৰ 
ৰঙালী বিহুটিত,
দেহা-মন পৰি যায় শাত।


bhogali bihu wishes 2019


bhogali bihu wishes 2018


bhogali bihu wishes 2018

....
“গোহালিত গৰু
পুখুৰীত মাছ
বাৰীত তামোল-পাণ
গৃহস্থৰ কুশলৰ অৰ্থে হৰিবোল”
....
ঐ চেনেহী,
বহাগ আহি পালেহিয়েই,
আশাৰে বাট চাই আছো,
তোৰ আলফুল হাতেৰে
অতি যঁতনেৰে মোলৈ
ব'ই থকা,
বিহুৱান খনিলৈ।
....
ৰঙালী বিহুৰ শুভেচ্ছা যাঁচিলো
...
বহাগ বিহুৰ হিয়াভৰা শুভেচ্ছা যাঁচিলো
...
তোমাক মোৰ ফালৰ পৰা
ৰঙালী বিহুৰ ওলগ যাঁচিলো
....
তোমাক আৰু তোমাৰ পৰিয়াললৈ,
মোৰ তৰফৰ পৰা অতিকৈ চেনেহেৰ
ৰঙালী বিহুটিৰ শুভেচ্ছা যাঁচিলো
.....
"ঢোল, পেপা, গগণাৰ মাত
-আকৌ ৰঙালী বিহু লাগিল গাত"

তোমালৈ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল।


rongali bihu wishes 2018


rongali bihu wishes 2018


rongali bihu status





....

"ৰঙালী বিহুতে ৰঙা ৰঙা মন"

ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা যাঁচিলো
....

"ঢোল, তাল, পেপা, কুলি চৰাই, নাহৰ, গগণা, কপৌফুল, গামখাৰু, জোনবিৰি, কেতেকী, কুঁহি-পাত, গামোচা, মুগা-ৰিহা, চুৰিয়া - ইত্যাদি মানেই ৰঙালী বিহু আক'" 

ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা যাঁচিলো
.....

"আমি অসমীয়া"

আমাক বিহু লাগিবই
....

বহাগ বিহুৰ 
আন্তৰিক শুভেচ্ছা
যাঁচিলো
....

মোৰ তৰফৰ পৰা
তোমাক আৰু 
তোমাৰ পৰিয়াললৈ
ৰঙালী বিহু উপলক্ষে
হিয়াভৰা মৰম আৰু
শুভকামনা থাকিল




rongali bihu status


rongali bihu status


rongali bihu sms message


rongali bihu sms message


rongali bihu sms message


Rongali Bihu Wishes in English Text -

Wishing You For A
Happy And Prosperous
"Rongali Bihu"
....

This is a time of new beginnings & for the celebration of life, that brings to you happy colours – A Rongali Bihu Wishes For You and Your Family
....
Rongali Bihu Wishes Only For You All The Viewers :-

My Wish For You That This Rongali Bihu will bring cheer, prosperity and peace in you and your family.


ৰঙালী বিহুৰ শুভেচ্ছা


ৰঙালী বিহুৰ শুভেচ্ছা


ৰঙালী বিহুৰ শুভেচ্ছা

....
Wishing You For A
Happy And Prosperous
"Bohag Bihu"
.....

"The Sweet Sound Of Dhol, Pepa and Gogona"
"The Sweet Melody Of Kuli and Keteki"
That Signes,
"Rongali Bihu Arrived Again"
- "Rongali Bihu Wishes Just Only For You
.....

Akou Bohag Ahil,
Soupakhe Kulir Mat,
Botahot Bhahi Ahil
Dhol - Pepa'r Mat,
Otikoi Senehor
"Rongali Bihu"tit,
Deha - Mon Pori Jay Shat.
.....

"Gohalit Goru
Pukhurit Mash
Barit Tamol - Pan
Grihosthor Kukholor Orthe Horibol"






(Facebook ত LIKE আৰু SHARE কৰিব)

এতিয়া আৰু আপোনাৰ মোবাইলটো কোনেও চুব নোৱাৰিব


অইন্ মজাৰ ৰগৰবোৰ:-


চুইট্ লভ্

মজা কৌতুক

ফেচবুক ৰগৰ

নতুন বছৰৰ হাহি

মানষিৰ উত্তৰ

চুইট্ হাৰ্ট

গণিতৰ কিটিপ্

Comments

  1. বহাগ বিহুৰ
    আন্তৰিক শুভেচ্ছা
    যাঁচিলো
    ....

    মোৰ তৰফৰ পৰা
    তোমাক আৰু
    তোমাৰ পৰিয়াললৈ
    ৰঙালী বিহু উপলক্ষে
    হিয়াভৰা মৰম আৰু
    শুভকামনা থাকিল
    Otikoi Senehor
    "Rongali Bihu"tit,
    Deha - Mon Pori Jay Shat.
    .....

    "Gohalit Goru
    Pukhurit Mash

    ReplyDelete

Post a Comment

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Assamese Quotes on Life - Assamese Facebook status for Life

Fun Fun - Funny Images - in Assamese

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Some Assamese Quotes On Life with Images and Shayari in Assamese