How to find out everything that facebook knows about you (Assamese)

Facebook (ফেচবুক) এ আপোনাৰ বিষয়ে কি কি জানে ? - how to find out everything that facebook knows about you (Assamese) - Facebook knows literally everything about you (Assamese)

Facebook এ আপোনাৰ ব্যক্তিগত তথ্যৰ বিষয়ে কি কি জানে কেনেকৈ বিচাৰি উলিয়াব



how to find out everything that facebook knows about you (Assamese)



Facebook হ'ল বৰ্তমান আটাইতকৈ বহুল ভাবে ব্যৱহাৰ হোৱা social media plateform. য'ত আমি বিভিন্ন ৰাজহুৱা তথা ব্যক্তিগত post আদি সঘনাই কৰি থাকো। কিন্ত্ত এই ব্যক্তিগত post আদি বোৰ Facebook এ কত store কৰি ৰাখে ? ইয়াৰ পৰা অদূৰ ভৱিষ্যতে আমাৰ কিবা বিপদ আহিব পাৰে নেকি? এই লৈ সকলোৱে বৰ্তমান চিন্তা - চৰ্চা কৰি আছে। দৈনন্দিন প্ৰায় ৫ কৌটি মানুহে ব্যৱহাৰ কৰি থকা Facebook ৰ stored data সমূহৰ বাবে mark zukerbarg এ নিজৰ ভুল ইতিমধ্যে স্বীকাৰ কৰিছে। এই Facebook ক লৈ মানুহৰ মনত বহুদিনৰে পৰা এক সংশয় উৎপন্ন হৈ আহিছিল। আৰু এই ভয়ে এতিয়া Facebook ৰ security ক লৈ প্ৰশ্ন উৎখাপন কৰিবলৈ বাধ্য হৈছে । যাৰ পৰিণতিত সকলোৱে এইকেইদিন twitter আৰু instagram ৰ যোগেদি #deletefacebook tag/hastag  সঘনাই কৰি থকা দেখা গৈছে।কিন্ত্ত এই Facebook account টো এজন ব্যক্তিয়ে delete কৰা নকৰাটো সম্পূৰ্ণ নিজৰ ব্যক্তিগত সিদ্ধান্ত ।  

how to find out everything that facebook knows about you (Assamese)


এতিয়া প্ৰধান প্ৰশ্নটো হল, Facebook এ আমাৰ ব্যক্তিগত তথ্যবোৰ কিমানদূৰলৈকে জানে ? সেই সম্পৰ্কে আমি কেনেকৈ জানিব পাৰিম?

এইটো জানিবলৈ দুটা ধৰণ আছে। প্ৰথমটো, সেইবোৰ তথ্য যাৰ আধাৰত Facebook এ আমাক কিছুমান বিজ্ঞাপন দেখুৱায়। আৰু আনটো, আপোনাৰ timeline activities - আপুনি আপোনাৰ Facebook wall ত post কৰা text, image , message আৰু লগতে আপোনাৰ পচন্দ অনুসৰি like কৰা বিভিন্ন বিষয়সমূহৰ তথ্যৰ আধাৰ ।

এইবোৰ জানিবলৈ আপুনি তলত দিয়া ধৰণে ফ'ল' কৰি চাব পাৰে-
> Facebook ল'গ ইন কৰক
> Settings লৈ যাওঁক
> Ads ত click কৰক

> ইয়াত আপুনি "Your Intersts" বিকল্প পাব , য'ত আপুনি 'Hobbies and activities', 'News and entertainment' আদি পেজ্ আৰু apps সমুহ পাব যিবোৰ আপুনি ইতিমধ্যে follow কৰি আহিছে।

> এতিয়া তললৈ sroll কৰিলে "Your Information" বিকল্প দেখিব, তাত এটা profile পাব যি আচলতে Facebook ত আমি সঘনাই দেখি থকা বিজ্ঞাপনৰ লগত জড়িত ।

> ইয়াত এই সকলোবোৰ তথ্য বিচাৰি পাব, আগৰ বাৰ Facebook চলাওতে কি কি কৰিছিল, কি device ব্যৱহাৰ কৰিছিল ইত্যাদি ।

Facebook ত আমি এই সুবিধা এটা পাওঁ, যাতে আমি post কৰা কোনো এটা বিষয় যদি পিছত গৈ অপ্ৰাসংগিক লাগে তেন্তে ইয়াক আমি উঠাই (delete) দিব পাৰো । কিন্ত্ত এই বিষয়টো আমাৰ ভিতৰুৱা profile ৰ পৰা delete হৈ গৈ নে?

এইবোৰটো হল, বিজ্ঞাপন দাতা সকলৰ লগত জড়িত হব পৰা আমাৰ ব্যক্তিগত তথ্যসমূহ, যাক আচলতে Facebook এ ইমানদিনে ব্যৱহাৰ কৰি আহিছে । ইয়াৰ বাহিৰেও বহু এনে আমাৰ ব্যক্তিগত তথ্য আছে যি Facebook এ আমাৰ পৰা সংগ্ৰহ কৰি ব্যৱহাৰ কৰি আহিছে।



Facebook এ আপোনাৰ বিষয়ে ৰাখি থোৱা সকলোবোৰ তথ্য আপুনি download কৰি চাব পাৰে । এইটো কৰিবলৈ ,
> Settings লৈ যাওঁক
> "Download a copy your Facebook  Data" ত click কৰক ( এই option টো  mobile ত full version ত খুলি চালে সুবিধা হয়, আৰু নহলে computer ত খুলি চাব)
> "Start my archive" button ত click কৰক
> password দিয়ক

> ইয়াৰ পিছত Facebook এ আপোনলৈ email এটা পঠিয়াব , য'ত আপোনাৰ archive ৰ download ৰ বিষয়ে জনাব । 

> তাত পোৱা link টো খুলিব

> "download" button ত click কৰিব

> .zip file এটা download হৈ যাব ( এই file টো কিছুমান mobile নোখোলে, তেতিয়া computer ত খুলি চাব) ( সমস্যা হলে .zip file টোত থকা index.htm ত double click কৰি চাব)


how to find out everything that facebook knows about you (Assamese)


আপুনি জানিবলৈ পায় অত্যন্ত আচৰিত হব যে , Facebook এ আপোনাৰ বিষয়ে কিমান কথা জানে, ইমানদিনে Facebook এ আপোনাৰ কি কি তথ্য সংগ্ৰহ কৰি ৰাখি থৈছে, ইমানদিনে Facebook এ আপোনাৰ তথ্যবোৰ নিজ স্বাৰ্থ সিদ্ধিৰ বাবে ব্যৱহাৰ কৰি আহিছে।

মই Facebook delete কৰিবলৈ কোৱা নাই, আৰু ৰাখিবলৈও কোৱা নাই, মই আচলতে জনায় থলো যে ফেচবুকে আপোনাৰ বিষয়ে ৰখা তথ্যবোৰ কেনেকৈ উলিয়াই চাব পাৰিব । তাৰ পিছৰ সিদ্ধান্তটো আপোনাৰ অতিকৈ ব্যক্তিগত । 


( Post টো সকলোকে #Share কৰি উপকৃত কৰিব )
🌼🌼🌼চাওঁক 👉👉👉

অন্য বিষয়সমূহ 👉


Comments

  1. অসমীয়া ভাষা জীয়াই ৰাখিবলৈ হলে, প্ৰত্যেক অসমীয়াই তাৰ বাবে ত্যাগ স্বীকাৰ কৰিব লাগিব

    ReplyDelete

Post a Comment

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

Assamese Quotes on Life - Assamese Facebook status for Life

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Some Assamese Quotes On Life with Images and Shayari in Assamese

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Fun Fun - Funny Images - in Assamese