General Knowledge in Assamese । ১০ টা এনে বস্ত্ত যাৰ বিষয়ে আপুনি নাজানে

[Assamese] আপুনি জানেনে?10 things you don't know about - General Knowledge in Assamese - Assamese gk - ১০ টা এনে বস্ত্ত যাৰ বিষয়ে আপুনি নাজানে - জানিবলগীয়া কথা - অসমীয়া সাধাৰণ জ্ঞান



আপুনি জানেনে



(১)
আমি সাধাৰণতে পিন্ধি থকা Jeans Pant বোৰত সৰু Pocket এটা কিয় থাকে?- Little Pocket In Jeans

জানিবলগীয়া কথা


আমি সাধাৰণতে পিন্ধি থকা Jeans Pant বোৰত থকা সৰু Pocket টো আমি বহুতেই মুদ্ৰা আৰু চাবি ৰখাৰ উদ্দেশ্যেহে বনোৱা বুলি ভাবি আহিছো । আচলতে ই এনে নহয়। বাস্তবত Jeans Pant বোৰত থকা এই সৰু Pocket টো ঘড়ী ৰখাৰ বাবেহে বনোৱা হৈছে। Jeans Pant ৰ আবিস্কাৰ বিশেষকৈ শ্রমিক সকলৰ সুবিধা আগত ৰাখিহে কৰা হৈছিল । এই পেন্ট অত্যধিক মজবুত হোৱা বাবে সহজতে বেয়া নহৈছিল । আৰু ইয়াক
সেইটো সময়তে বনোৱা হৈছিল যেতিয়া হাত ঘড়ীৰ ইমান প্ৰচলন নাছিল আৰু শ্রমিক সকলে সময়ৰ হিচাপ ৰাখিবলৈ pocket watch ব্যৱহাৰ কৰিছিল। এই pocket watch টো ৰাখিবলৈ শ্রমিক সকলে Jeans Pant বোৰত থকা সেই সৰু Pocket টো ব্যৱহাৰ কৰিব পাৰিছিল । আৰু সেই সুবিধাটো কৰি দিবৰ বাবেহে আচলতে ইয়াক বনোৱা হৈছিল।




(২)
কিছুমান জোতা (shoe) ত সৰু সৰু চিদ্ৰ কিয় থাকে?- Small Holes In Shoe


জানিবলগীয়া কথা


আমি সচৰাচৰ পিন্ধা জোতাবোৰত থকা সৰু সৰু ফুটাবোৰ ফিটা মাৰি জোতাজোৰ যাতে সহজতে খুলি নগৈ ভৰিখনত আত খাই ধৰে তাৰ বাবে ব্যৱহাৰ কৰো। কিন্ত্ত কেতিয়াবা আমি জোতাবোৰৰ অলপ তলৰ ফালে কাষত আৰু দুটা চিদ্ৰ থকা দেখা পাওঁ। কিছু লোকৰ মতে এই চিদ্ৰ কেইটাৰ কাম জোতাপাত ventilate কৰি ৰখা আৰু আন একাংশৰ মতে basketball খেলোতে অধিক জপিয়াব লগা হোৱাৰ বাবে এই চিদ্ৰবোৰত extra ফিটা মাৰি জোতাজোৰ যাতে সোলোক-ধোলোক নোহোৱাকৈ ৰাখিব পাৰি, তাৰ বাবেহে এই চিদ্ৰবোৰ থকা বুলি কয়।

(৩)
কলমৰ মুখা(সোপা)টোৰ আগটো কিয় ফুটা কৰা থাকে?- Hole In The Pen Caps


 জানিবলগীয়া কথা


আমি সৰু-ডাঙৰ সকলোৱে বিভিন্ন কাম-কাজৰ বাবে কলম ব্যৱহাৰ কৰো। কিছুমানে আকৌ লিখি থকা অৱস্হাত কলমৰ সোপাটো চোবাই থাকে ।  এই কলমবোৰত বিশেষকৈ ইয়াৰ ঢাকনি খনৰ আগটোত ফুটা (hole) কৰা থাকে । আৰু
এই ফুটাটো থকাৰ কাৰণ এইটো নহয় আচলতে যি আমি ভাবো। আমি বহুতে এই ফুটাটো কলমৰ চিয়াহী খিনি ভাৰসাম্যতাত থাকি যাতে শুকাই নাযায় সেইবাবে থকা বুলি ভাবে। বাস্তবত ই তেনেকুৱা নহয়। কলমৰ ঢাকনিখনত থকা এই চিদ্ৰটো আচলতে সুৰক্ষাৰ ফালৰ পৰাহে দিয়া হৈছে। যদি কোনোবাই হঠাৎ এই ঢাকনিখন গিলি পেলায়, তেতিয়া ঢাকনিখনত থকা এই চিদ্ৰটোৰ জৰিয়তে তেওঁ যাতে নিজৰ জীৱন ৰক্ষা কৰি নিৰন্তৰ উশাহ লৈ থাকিব পাৰে তাৰ বাবেহে এই চিদ্ৰটো কলমৰ ঢাকনিত দিয়া হৈছে।


(৪)
আমি দৈনিক ৰন্ধা-বঢ়াৰ বাবে পাকঘৰত ব্যৱহাৰ কৰি থকা Kitchen Pot বোৰৰ ঠেনু (handle) ডালত কিয় ফুটা কৰা থাকে - Hole In Kitchen Pot


General Knowledge in Assamese


যদি আপুনি ব্যৱহাৰ কৰি থকা Kitchen Pot বোৰৰ ঠেনু (handle) ডালত কিয় ফুটা কৰা আছে তেতিয়া হলে আপুনি খাদ্য তৈয়াৰ কৰি থকা অৱস্হাত আপোনাৰ চামুচ বা হেতাখন থবলৈ জেগা বিচাৰি থাকিব নালাগে । আপুনি মাত্ৰ Kitchen Pot ত থকা ঠেনু (handle) ডালৰ ফুটাটোত আপোনাৰ চামুচ বা হেতাখনৰ পিছৰ অংশটো সুমুৱাই দিয়ক আৰু ওপৰৰ অংশ ওলমি থাকিব দিয়ক । হয়, Kitchen Pot ত থকা ঠেনু (handle) ডালৰ ফুটাটোৰ কাম এইটোৱেই।




(৫)
আমাৰ দৈনন্দিন ব্যৱহাৰত লাগি থকা তলাবোৰত থকা সৰু ফুটাটোৰ কাম কি?-
 Lock Small Hole


General Knowledge in Assamese


আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি থকা তলাবোৰ বিভিন্ন সৰু ডাঙৰ প্ৰকাৰ বা ৰঙত দেখিবলৈ পাওঁ। এই তলাবোৰৰ কাম হল, আমাৰ নিজৰ সম্পত্তি আৰু বস্ত্তবোৰ সুৰক্ষিত কৰি ৰখা। আপুনি এই তলাবোৰত ভালকৈ চালে দেখিবলৈ পাব যে, আমি য'ত চাবিটো সুমুৱাও তাৰ কাষত একাষৰীয়াকৈ এটা সৰু চিদ্ৰ থাকে। এই চিদ্ৰটোৰ কাম হল, তলাটোৰ ভিতৰত সুমাই থকা ধুলি আৰু পানীবোৰ বাহিৰ কৰি উলিয়াই দিয়া। বাহিৰত ব্যৱহাৰ কৰা তলাবোৰৰ ভিতৰত পানী সহজেই প্ৰৱেশ কৰে আৰু বহুদিন বন্ধ হৈ থকা তলা কেতিয়াবা খুলিবলৈ কঠিন হৈ পৰে। এনে অৱস্হাত আমি উক্ত চিদ্ৰটোৰে তলাটো oiling কৰি কাৰ্য্যক্ষম কৰি তুলিব পাৰো।

(৬)
সাধাৰণতে সৰু সৰু লৰা-ছোৱালী বোৰে ভাল পোৱা Tic Tac Mouth Freshner ৰ সৰু সৰু টেমাবোৰৰ ঢাকনিখন খুলিলে খোল খোৱাৰ পিছত ঢাকনিখনত অলপ oval কৰা থাকে, সেইটো আচলতে কি?-Tic Tac Lids


generel knowledge in assamese


আমি ব্যৱহাৰ কৰা এই tic tac Mouth Freshner টো পাৰদৰ্শী প্লাষ্টিকৰ টেমাত বিক্ৰী কৰা হয়। য'ত এখন লুটিয়াই (flip) দিব পৰাকৈ ঢাকনি (lids) থাকে। আপুনি যদি ভালদৰে লক্ষ্য কৰি চায়, এই tic tac ৰ ঢাকনি (lids)খন flip কৰি খোলাৰ পিছত  দেখিব ঢাকনিখনত অলপ ডিম্বাকৃতি (oval) ৰ দৰে কৰা আছে । যদি আমি ভালদৰে এই ঢাকনিখন খুলি tic tac ৰ টেমাটো অকনমান হেলনীয়া কৰি দিও তেতিয়াহলে এই ডিম্বাকৃতি (oval) অংশটোৰে মাত্ৰ এটা tic tac tablet ওলাই আহিব । এইটোৱে ইয়াৰ কাম যাক আমি সকলোৱে ইমানদিনে উপেক্ষা কৰি আহিছো।

(৭)
Computer ৰ Keyboard ৰ কিছুমান Button ৰ ঠিক তলতে এডাল সৰু আঁচ ওফন্দি অহাকৈ কিয় থাকে?- Bump In Computer Keyboard 


General Knowledge in Assamese


আমাৰ দৈনন্দিন বিভিন্ন কাম-কাজৰ বাবে আজিকালি আমি computer ৰ সহায় লওঁ । ই আধুনিক জগতৰ বাবে বৰদান স্বৰূপ । গতিকে এই computer ৰ লগত সংলগ্ন থকা keyboard খন computer ৰ প্ৰধান আৰু অতিকে গুৰুত্বপূৰ্ণ অংগ । আমি এই computer ৰ keyboard খনত কিছুমান আখৰ বিশেষকৈ "F" আৰু "J" আখৰটোৰ তলৰ ফালে এডাল সৰু আঁচ ওফন্দি অহাকৈ দেখা পাওঁ। এইটো আচলতে কোনো ধৰণৰ manufacture problem ৰ বাবে বা অন্ধ লোক সকলৰ সুবিধাৰ্থে দিয়া হোৱা নাই। এইটো আচলতে ব্যৱহাৰকাৰী(users) সকলৰ সুবিধাৰ্থেহে দিয়া হৈছে। যাতে, ইয়াৰ  ব্যৱহাৰকাৰী(users) সকলে keyboard খন নোচোৱাকৈ নিজৰ আঙুলিবোৰ keyboard খনত position কৰিব পাৰে আৰু তাৎক্ষণিক ভাবে সুচাৰুৰূপে কাৰ্য্য সম্পাদন কৰিব পাৰে। 
  



(৮) 
আমি সকলোৱে বিশেষকৈ ৰাতিপুৱা শুই উঠি ব্যৱহাৰ কৰা টুটপেষ্ট টিউবটোৰ শেষৰ অংশটোৰ ফালে কিছুমান colour mark/colour code দেখিবলৈ পাওঁ, সেই colour mark বা colour code টোৱে আচলতে কি সুচায়? ইয়াৰ কাম কি?Colour Mark In Toothpaste Tube


অসমীয়া সাধাৰণ জ্ঞান


Toothpaste বোৰ বহু প্ৰকাৰ আৰু বিভিন্ন flavour ত তৈয়াৰ কৰা হয়। আৰু সেই গতিকে এইটো চিনাক্ত কৰা কঠিন হৈ পৰে যে, কোনটো কি প্ৰকাৰৰ। আমি ব্যৱহাৰ কৰা সকলো প্ৰকাৰৰ Toothpaste তে টিউবটোৰ শেষৰ অংশটোৰ ফালে কিছুমান colour mark/colour code দেখিবলৈ পাওঁ । আমি বহুতে এই colour mark/colour code বোৰে আচলতে Toothpaste টোৰ ভিতৰত থকা অংশখিনিৰ ধৰণ(প্ৰকাৰ) সূচোৱা বুলি ভাবো। ই আচলতে তেনকুৱা নহয়। Toothpaste টোৰ colour mark/colour code বোৰ আচলতে manufacture ত সহায় হোৱাৰ উদ্দেশ্যৰেহে দিয়া হয়। বিভিন্ন size ত বনোৱা এই Toothpaste ৰ tube বোৰত বিভিন্ন colour mark বোৰ সাধাৰণতে manufacture machine ৰ optical scanner বোৰে detect কৰি tube টো যথাযুক্ত pressure দি বন্ধ কৰি যাতে ভালকৈ seal কৰিব পাৰে তাৰ বাবেহে দিয়া হয়।

(৯)
আমি ব্যৱহাৰ কৰা Headphone Jack ৰ পিনটোত ২/৩ ডাল Line বনোৱা থাকে কিয়? Two Lines On Headphone Jack


অসমীয়া সাধাৰণ জ্ঞান


আমি সচৰাচৰ ব্যৱহাৰ কৰা (বিশেষকৈ মোবাইলত) Earphone বা Headphone Jack ৰ পিনটোত ২/৩ ডাল Line বনোৱা থাকে । ইয়াৰ কাম হল, এই Headphone Jack ৰ সংযোগ কৰা দুয়োফালৰ speaker বা mike বোৰত সমান্তৰাল গতিত current pass কৰা। দৰাচলতে এই Line বোৰ plastic ৰে বনোৱা থাকে যিয়ে অন্তৰক (insulator)ৰ কাম কৰে। এই Line বোৰ নাথাকিলে যিকোনো এটা ফালৰ speaker বা mike হে কাম কৰিব ধৰিব।


(১০) 
অন্য বিষয়সমূহ 👉





Comments

  1. চোবাই থাকে । এই কলমবোৰত বিশেষকৈ ইয়াৰ ঢাকনি খনৰ আগটোত ফুটা (hole) কৰা থাকে । আৰু
    এই ফুটাটো থকাৰ কাৰণ এইটো নহয় আচলতে যি আমি ভাবো। আমি বহুতে এই ফুটাটো কলমৰ চিয়াহী খিনি ভাৰসাম্যতাত থাকি যাতে

    ReplyDelete
  2. Hi, I am pleased to follow your website and get these all useful posts. Thank you so much and for you all the best. That is a great job.
    fmovies

    ReplyDelete
    Replies
    1. Thanks for your complement Mr. Malhotra, Keep visit the Website and bless me for success

      Delete

Post a Comment

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Assamese Quotes on Life - Assamese Facebook status for Life

Fun Fun - Funny Images - in Assamese

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Some Assamese Quotes On Life with Images and Shayari in Assamese