Assamese Photo - Assamese Picture - অসমীয়া ফটো

অসমীয়া ফটো । Assamese Photo । Assamese Picture । Assamese Photo Download




Assamese Photo


Assamese photo
Famous Tea plantation of Assam, India / Tea Garden / Tea Leaf

                                  🏵🏵🏵

জীৱনে দ্বিতীয় সুযোগ নিশ্চয় দিয়ে !

🏵🏵🏵

আপুনি আজি কৰি থকা কৰ্মৰ ওপৰতে আপোনাৰ ভৱিষৎ নিৰ্ভৰ কৰে!

🏵🏵🏵

বন্ধুত্ব, সম্পৰ্ক আৰু ব্যৱহাৰ ২০০০ টকীয়া নোটৰ দৰে হৈ গৈছে, 
ভয় লাগে জানোচা নকলি হয়!

🏵🏵🏵

Assamese Photo

🏵🏵🏵

দুখৰ নিশাত টোপনী নাহে,
সুখৰ নিশাত কোনে শোৱে!

🏵🏵🏵

জীৱন দুটি ক্ষণৰ,
জীৱন কটোৱাৰ দুটি ধৰণ,
থাকিব পাৰা,
ফুলৰ দৰে
আৰু 
সিঁচৰিত হলে সুগন্ধীৰ দৰে!

🏵🏵🏵

কাৰো পৰা একো আশা নকৰাই শ্রেয়,
কাৰণ আশাই সদায় দুখ দিয়ে!



🏵🏵🏵

Assamese Photo

🏵🏵🏵

মই শক্তিশালী,
কাৰণ মই মোৰ দুৰ্বলতা জানো ।
মই ধুনীয়া,
কাৰণ মই মোৰ দোষৰ বাবে সদায় সতৰ্ক থাকো।
মই নিৰ্ভীক,
কাৰণ মই প্ৰকৃত ভ্ৰমবোৰ চিনাক্ত কৰি শিকি লৈছো।
মই জ্ঞানী,
কাৰণ মই ভুলৰ পৰা শিকিছো।
মই প্ৰেমিক,
কাৰণ মই আগতে প্ৰেমত অসফল হৈছো।

🏵🏵🏵

এই আঠ শ্রেণীৰ মানুহে কেতিয়াও আনৰ দুখ নুবুজে -

১) ৰজা 
 ২) বেশ্যা 
 ৩) বালক
৪) অগ্নি 
৫) চোৰ
৬) যম
     ৭) ভিক্ষাৰী
              ৮) কৰ সংগ্ৰাহক 

🏵🏵🏵

Assamese Photo
অসমীয়া ফটো


Assamese Photo

🏵🏵🏵

"সময়" আৰু "শিক্ষক" দুয়োটাই শিকায় -
পাৰ্থক্য মাথো এয়ে যে, শিক্ষকে শিকোৱাৰ পিছত পৰীক্ষা লয় আৰু সময়ে পৰীক্ষা লোৱাৰ পিছত শিকায়।

🏵🏵🏵

জীৱন আঘাটেৰে ভৰা,
সময়ৰ মলম লগাবলৈ শিকি লোৱা।
মৃত্যুৰ ওচৰত হাৰ মানিবই লাগিব,
আগতে জীৱনটো জীয়াই থাকিবলৈ শিকি লোৱা।

🏵🏵🏵

প্ৰদৰ্শনে চিনাকি দিয়ে,
চিনাকিয়ে সন্মান দিয়ে,
সন্মানে শক্তি দিয়ে,
সেই শক্তি লাভ কৰাৰ পিছত 
বিনম্ৰতা আৰু অনুগ্ৰহৰ ভাব ৰাখিব লাগে।

🏵🏵🏵


🏵🏵🏵


Assamese Photo
অসমীয়া ফটো


Assamese Photo Download


Assamese Photo Download


Assamese Photo Download


🏵🏵🏵

"হীৰা" ৰ বিশুদ্ধতা চাবলৈ আন্ধাৰৰ অপেক্ষা কৰা,
দিনৰ পোহৰতটো ফটা কাঁচৰ টুকুৰাও জিলিকি থাকে।

🏵🏵🏵

পানীত সাতুৰি থকাজনহে ডুবিব পাৰে,
পাৰত থকাজন নহয়,
পাৰত থকাজনে আকৌ সাতুৰিব নাজানে।

🏵🏵🏵

"মৰম" মানে নহয় দুখৰ কাৰেংঘৰ,
সুখৰ পঁজাতে থাকিম দুয়ো জনমে জনমে।

🏵🏵🏵

Assamese Picture
অসমীয়া ফটো


Assamese Picture


Assamese Picture


Assamese Picture

🏵🏵🏵


🏵🏵🏵

মানিলো মই ধনবান নহয়,
এই কথা সঁচা,
কিন্ত্ত কোনোবাই মোক 
আপোন কৰি লব বিচাৰিলে,
তেওঁৰ গোটেই দুখ
কিনি লোৱাৰ 
ক্ষমতা মোৰ আছে।

🏵🏵🏵

অচিনাকী ওঁঠত সেয়া চিনাকী গীত,
কালিলৈকেতো পৰ আছিল,
জন্ম-জন্মান্তৰৰ কোনটো ক্ষণত
কি হয়, কোনেও নাজানে।

🏵🏵🏵

Jibone Ditiyo Khujug Nissoy Diye.

🏵🏵🏵

Apuni Aji Kori Thoka Kormor Oporote Aaponar Bhabishyot Nirbhor Kore.

🏵🏵🏵

Dukhor Nikhat Tuponi Nahe,
Sukhor Nikhat Kone Khuwe.

🏵🏵🏵

Karo Pora Eko Nibisoray Shreyo,
Karon Akhay Soday Dukh Diye.

🏵🏵🏵

"Morom" Mane Nohoy Dukhor Kareng Ghor,
Sukhor Pojate Thakim Duyo Janame Janame.

🏵🏵🏵

Jibon Aaghatere Bhora,
Somoyor Molom Logaboloi Shiki Lowa,
Mrityur Osorot Haar Maniboi Lagibo,
Agote Jibontu Jiyai Thakiboloi Shiki Lowa.

🏵🏵🏵

Tumar Obihone Moi Bor Okolkhoriya.



🏵🏵🏵

Assamese Photo Download

Assamese photo
অসমীয়া জাপি


Assamese photo
অসমৰ চাহবাগান / চাহবাগিচা


Assamese Picture
অসমীয়া ফটো


(Facebook ত LIKE আৰু SHARE কৰিব)



Comments

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

Assamese Quotes on Life - Assamese Facebook status for Life

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Some Assamese Quotes On Life with Images and Shayari in Assamese

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Fun Fun - Funny Images - in Assamese