Whatsapp Jokes in Assamese 2018 : Assamese Whatsapp Jokes

অসমীয়া ৰগৰ Jokes । Whatsapp Jokes in Assamese 2018 । Assamese Whatsapp Jokes 


(১)

ভোট দিবলৈ বয়স হব লাগে ১৮ বছৰ
বিয়া কৰাবলৈ বয়স হব লাগে ২১ বছৰ

কিয়নো দেশ চলোৱাটো সহজ
কিন্ত্ত 

পত্নী'ক চলোৱাটো টান 😁😁😁

(২)

পইতাচোৰাই ভয় খায় নিগনীক
নিগনীয়ে ভয় খায় মেকুৰীক
মেকুৰীয়ে ভয় খায় কুকুৰক
কুকুৰে ভয় খায় মানুহক
মানুহে ভয় খায় নাৰী'ক
কিন্ত্ত 
সেই নাৰীয়েই আকৌ ভয় খায় পইতাচোৰাক 
😄😄😄😄😄




(৩)

assamese whatsapp jokes
Assamese Jokes Whatsapp

Eng. Text-

Golapi Othjuri 👄
Sowalir Beauty

Golapi Othjuri 👄
Sowalir Beauty

Shei Othjurit 👄👄
Suma Khowato
Lora😘 Buror Duty.


(৪)

আজিকালিৰ বাক্যবিলাকৰ অৰ্থবোৰ অকণমান মন কৰিব আকৌ দেই :

অতিকৈ লোভনীয় স্হান - মন্ত্ৰীৰ চকী
এই ওখ এই চাপৰ - ৰাস্তাঘাট
যিলৈ প্ৰেম বেছি - টকা পইচা
অতিশয় ঠুনুকা - প্ৰেম
কথা দি পিচ্ হোহকা - ৰাজনিতীবিদ
যি বস্ত্তৰ মোল কমি আহিছে - শিক্ষা
ক্ৰমে যি হ্ৰাস পাব ধৰিছে - বিবেক
দীৰ্ঘম্যাদী জীৱন - ছাত্ৰজীৱন
যি বস্ত্ত পাবলৈ টান - চাকৰি
যি খাবলৈ বেছি সোৱাদ - ঘুচ্
দ্বন্দ বেছি হোৱা ঠাই - কলেজ
যাৰ কোনো উপায় নাই - জনতা


(৫)

"আজি ৰবিবাৰ" 
এই message টো লগে লগে ১০ জনক পঠিয়াওক

তেতিয়া ৭ দিনৰ ভিতৰত আৰু এটা ৰবিবাৰ পাব

আৰু নপঠিয়ালে পিছদিনাখন ৰাতিপুৱা শুই উঠি দেখিব "সোমবাৰ" হৈ গৈছে 😉😉😉




(৬)

চাকৰিসূত্ৰে বাহিৰত থকা পতি'ৰ পত্নীলৈ message :

"জান, মোৰ এই মাহটো দৰমহা নহল । এই মাহটো ধৰি তিনিমাহ হল । তুমি কোনোমতে আগতে পঠিওৱা পইচা কেইটাৰে চলি থাকা । এইবাৰ মৰমতে তোমালৈ ১০০ টা kiss পঠিয়ালো । উপায় নাই ।"

পত্নী'ৰ পতিলৈ reply message :

"সোণ, আগতে পঠিওৱা পইচা কেইটা শেষ । মই কেনেকে ঘৰ চলাই আছো মইহে জানো ।এইমাহৰ কত কি খৰছ হল তাৰ হিচাপৰ আভাস এটা তলত দিলো,
লাইটৰ বিল - ১৭ টা kiss 💋
মোবাইলৰ বিল - ১০ টা kiss 💋
গাখীৰৰ বিল - ১২ টা kiss 💋
আৰু চিলিণ্ডাৰৰ agecy ৰ মানুহজন বুঢ়া আছিল সেয়ে তাত কাম নহল, আমাৰ ওচৰৰ যে ৰজত, তাক কৈ চিলিণ্ডাৰটো কোনোমতে মেনেজ্ কৰিলো । তাতেই ভালে কেইটা kiss 💋 খৰছ হল । আৰু গেলামালত বহুত বাকী হৈছিল তাত খালি kiss 💋 ৰে কাম নহল আৰু কিবা দিব লগা হল। আশা কৰোঁ, অহা মাহত পইচা পঠাবাই যেনে তেনে।"


(৭)

whatsapp jokes in assamese


(৮)

এজন ভদ্ৰলোক নিজৰ প্ৰেমিকাৰ বাবে উপহাৰ স্বৰূপে কিবা দিবলৈ এখন জুৱেলাৰিৰ দোকানলৈ গল

দোকানী - চাৰ্, কি লব কওক

ভদ্ৰলোক - ধুনীয়া bracelet এডাল লাগিছিল হে

দোকানী - প্ৰেমিকাৰ বাবে লব নেকি চাৰ্

ভদ্ৰলোক - ওঁ , হয় হয়

দোকানী - এয়া লওঁক, এইডাল খুব ধুনীয়া , আপোনাৰ প্ৰেমিকাই পচন্দ কৰিবই

ভদ্ৰলোক - ওঁ , বঢ়িয়া, এইডালে দি দিয়ক

দোকানী - চাৰ্, bracelet ডালত আপোনাৰ প্ৰেমিকাৰ নামটো খোদাই লওঁক

ভদ্ৰলোক - অ', নিশ্চয়, লিখি দিয়ক

দোকানী - আপোনাৰ প্ৰেমিকাৰ নামটো কওঁক

ভদ্ৰলোক -তেওঁৰ নামটো লিখিব নালাগে হে । আপুনি মাত্ৰ লিখি দিয়ক, "You Are My First and Last Love"

দোকানী - চাৰ্, আপুনি কিন্ত্ত বিৰাট ৰোমান্তিক মানুহ

ভদ্ৰলোক - হয়, দিয়ক আপুনি ঠিকেই কৈছে, মই ৰোমান্তিক আৰু লগতে মই বিৰাট practical - মানে যদি কিবা কাৰণত মোৰ প্ৰেমিকাৰ লগত মোৰ এৰা-এৰি হৈ যায়, তেন্তে মই এই bracelet ডাল অইন বেলেগটো ব্যৱহাৰ কৰিব পাৰিম।




(৯)

এজন মানুহে এবাৰ এখন ladies কাপোৰৰ দোকান আৰম্ভ কৰিলে:

এদিন এগৰাকী অতিকৈ সুন্দৰী মহিলা তেওঁৰ দোকানলৈ আহিলত, মানুহজনে খুব ফুৰ্টি পালে। মানুহজনে ভাবিলে, এইৰ লগত অলপ ভাল ধৰণে ব্যৱহাৰ কৰিলে মোৰ regular গ্ৰাহক হৈ যাব আৰু তেতিয়া তেওঁ প্ৰায়ে মোৰ দোকানলৈ আহিব।

সুন্দৰী মহিলা - ভাল dress দেখুৱাওকচোন

দোকানী - এইয়া লওঁক new style, new design , একেবাৰে latest

সুন্দৰী মহিলা -অ' হব, কিমান দিম?

দোকানী - এইযোৰৰ এনেইটো দাম বহুত, বাৰু ১০ টা kiss 💋 দিলেই হব

সুন্দৰী মহিলা - আচ্ছা ঠিক আছে, আৰু এযোৰ partyware দিব

দোকানী - ওঁ , এইযোৰ চাওঁক, আপোনাক ধুনীয়া দেখাব

সুন্দৰী মহিলা - হব বাৰু, দি দিয়ক, এইযোৰত কিমান দিম?

দোকানী - এনেইটো এইযোৰ বহুত costly হয়, এইযোৰ ললে ১৫টা kiss💋 আৰু এবাৰ জোৰেৰে সাৱটি ধৰি দিলেই হব

সুন্দৰী মহিলা (নিজৰ driver ক মাতি) - 
driver, এওঁৰ দোকানত মোৰ কিমান বিল হৈছে, বিলখিনি দি দিয়াচোন!


(১০)

পতি'ৰ মনটো সিমান ভাল নহয়
সেয়ে কি কৰিব কি নকৰিবকৈ পত্নী'কে কিবা এটা কওঁ বুলি:

পতি - তুমিটো মোক তিলমাত্রও ভাল নোপোৱা

পত্নী (কাষত ঠিয় হৈ থকা নিজৰ সন্তান ২ জন লৰা আৰু ২ জনী ছোৱালীৰ ফালে আঙুলি টোৱাই) - এইকেইটা তেতিয়াহলে মই কি google ৰ পৰা download কৰিলো নেকি?


(অনুগ্ৰহ কৰি LIKE আৰু SHARE কৰিব)


অইন্ মজাৰ ৰগৰবোৰ:-


চুইট্ লভ্

মজা কৌতুক

ফেচবুক ৰগৰ

নতুন বছৰৰ হাহি

মানষিৰ উত্তৰ

চুইট্ হাৰ্ট

গণিতৰ কিটিপ্

Comments

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

Assamese Quotes on Life - Assamese Facebook status for Life

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Some Assamese Quotes On Life with Images and Shayari in Assamese

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Fun Fun - Funny Images - in Assamese