Assamese Sms In Love - Assamese Love Status

Assamese Sms In Love । Assamese Love Status 

কেইটামান Heart Touching অসমীয়া Love sms আৰু অসমীয়া Shayari :-




(১)
জীয়াই থাকিবলৈ তাই প্ৰেৰণা যোগালে,
সুখী হৈ থাকিবলৈ তাই প্ৰাৰ্থনা কৰিলে,
হে ভগবান, তুমি তাইক সকলো দিবা,
যিয়ে মোক তাইৰ অন্তৰত ঠাই দিলে।


(২)
Tumi Etiya Aanor,
Hazar Nijok Bujaleo,
Tomar Sobi Onoborote Aahi Mor Hiya Aaguri Thake,
Poth Dekhua Probhu, 

Ojanite Jate Bhul Hoy Najay!


(৩)
assamese love status
assamese love status image


(৪)
মোৰ আকৰ্ষণ বাঢ়িব ধৰিছে,
মোৰ প্ৰেমে আকাশ চুব ধৰিছে,
তুমি মোৰ হৈ যাবলৈ মনে অনুৰোধ কৰিছে,
এবাৰ মাথোঁ মোৰ দুবাহুৰ মাজলৈ আহা,
তোমাক মোৰ কৰাৰ যি হাবিয়াহ,
জানোচা কিছু সময় তুমি দূৰত থাকিলেও মনক বুজাব পাৰো মই ।


(৫)
এবাৰ মাথোঁ মোৰ মনৰ কিতাপখন মেলি চোৱা,
প্ৰথম পৃষ্ঠাৰ পৰা শেষলৈ কেৱল তুমি,তুমি আৰু তোমাৰ নামেই পাবা ।




(৬)
যদি কেনেবাকৈ গম পালোহেঁতেন ৰাতি তুমি আহিবা সংগোপনে মোৰ সপোনলৈ,
মা কচম্,
গোটেই শিতালিত সুগন্ধিৰ গোলাপ সজায় ৰাখিলোহেঁতেন, তোমাৰ বাবে ।


(৭)
মনৰ বজাৰত ধনৰ মূল্য জোখা নহয়,
প্ৰেম হৈ গলে ৰূপৰ মূল্য জোখা নহয়,
মাথোঁ এজনকে সপি দিয়া জীৱনৰ সমস্ত,
কিয়নো পচন্দ হোৱা কোনো বস্ত্তৰ মূল্য জোখা নহয় ।


(৮)
এইমাত্ৰ মোৰ হৃদয়খনত হোৱা কঁপনিৰ বেঠা তোমাক কেনেকৈ দেখুৱাওঁ,
হৃদয় কোনোবা এটা কোণত হোৱা আঘাটৰ চিন তোমাক কেনেকৈ দেখুৱাওঁ,
চকুৰ লোতকত জানো মোৰ হৃদয়ত থকা  তোমাৰ ছবি মঁচ খাই যাব,
অসুস্হ হৃদয়ৰ থৰথৰণিত চকুৰ লোতক নোলাবই বা কিয়,
মোৰ হৃদয়ত তোমাৰ স্হান কি,
তোমাক কেনেকৈ দেখুৱাওঁ?

(৯)
তোমাৰ চুলিতাৰিৰ সুগন্ধত সৰগ দেখা পাওঁ,
তোমাৰ হাঁহিৰ দৰ্শনত দুখ পাহৰি যাওঁ,
মোৰ প্ৰত্যেকটো উশাহত তোমাৰ গোন্ধ পাওঁ,
যদি তোমাক চিৰদিনৰ বাবে পাই যাওঁ,
এনে লাগিব যেন,
মই গোটেই পৃথিৱীখন পাই যাওঁ।


(১০)
সকলোতে তোমাক দেখো,
কিন্ত্ত কি কৰিম।
সকলোতে তোমাৰ মনত পৰে,
কিন্ত্ত কি কৰিম।
মোৰতো গোটেই ৰাতি জাগি থকাৰ অভ্যাস নাই,
তোমাৰ স্মৃতিয়েহে জগায় ৰাখে,
কি কৰিম?


(১১)
মোৰ হৃদয়ত তোমাৰ প্ৰতিচ্ছবি 
দেখুৱাব নোৱাৰিম,
মোৰ হৃদয়ত তোমাৰ স্হান 
দেখুৱাব নোৱাৰিম,
তুমি মোৰ বাবে কি?
ইয়াতকৈ বেছি বুজাব নোৱাৰিম।


(১২)
তাই নাহে, তাইৰ প্ৰমাণ পঠিয়াই দিয়ে,
সপোনৰ কাৰেংঘৰত অতীত পঠিয়াই দিয়ে,
কিমান মিঠা তাইৰ সেই অনুভৱৰ লেখ,
কেতিয়াবা দুচকুত চকুলো পঠিয়াই দিয়ে।


(১৩)
নিৰৱ জীৱনৰ মুহূৰ্তত মোকো মনত পেলাবা কেতিয়াবা,
সংগোপনে অহা সপোনত মোৰো ছবি বনাবা কেতিয়াবা,
মই যেতিয়া সুধিম "তোমাৰ মনৰ খবৰ"ৰ কথা কেতিয়াবা,
তোমাৰ হৃদয়ৰ স্পন্দন 
মোকো শুনাবা কেতিয়াবা ।




(১৪)
জীৱনৰ বাবে প্ৰাণ জৰুৰী,
লাভৰ বাবে আশা জৰুৰী,
মোৰ জীৱনত যিমানেই দুখ নাথাকক,
তোমাৰ মুখত "হাঁহি" থকাতো জৰুৰী ।


(১৫)
জীৱনটো ৰঙীন,
মই উপভোগ কৰিব নাজানো,
সকলোতে নিচা আছে,
মই অনুভৱ কৰিব নাজানো,
মোৰ অবিহনেতো সকলোৱে থাকিব পাৰে,
একমাত্ৰ মইয়ে যি তোমাৰ অবিহনে থাকিব নোৱাৰো।


(১৬)
"Love Card" ত মোৰ নাম লিখি লোৱা,
প্ৰেমবোৰ আগুৱাই লৈ যোৱা,
"Always" ৰ বাবে মোক "Heart" ত লুকুৱাই লোৱা,
আৰু 
মোক তোমাৰ "Boyfriend" বনাই লোৱা।


(১৭)

assamese love status
assamese love image



(১৮)
O' Mor Nisa Hoise,
O' Mor Nisa Hoise,
Kintu Ei Nisa 
Tomar Premor Nisa'
Tente Tumi Bhabisa
Mor Sokujuri Kiyo Tente Saday Ranga Pori Thake,
Janosa Modor Ragit Mataal Jen,
Bhul Nubujiba,
Xeibor Aan Ekoke Nohoy,
Tomar Sobie Gotei Rati Mor Saponot Soday Aahi Aamoni Kore Babe Moi Bhaldore Subo Nuarar Babehe Ene Hoise!


(১৯)
Tomar Prem Aloshuwa,
Nokoriba Ene,
Aloshuwa Bostu Nimikhote Bhagi Jay,
Tumi Jano Bisariba Aamar Prem Oti Sohojote Bhagi Jowato,
Tomar Hridoyot Mor Sobi Spostokoi Aaki Lowa,
Aaru Eneo Mor Hridoyot To Tomar Sobi Ketiyabay Aaki Thoiso,
Etiya Aaru Aamar Prem Sohojote Bhagi Jabo Noware!



(২০)
Mor Hridoykhon Tai Sur Kori Loy Gol,
Mor Hridoykhon Tai Nijor Logot Rakhi Thoi Tolmuahoi Xei Bikhesh Aashonot Bohil,
Moi Kolu, Mor Hridoykhon To Mok Ghurai Diya,
Tai Kole,
Moi Hatot Jetuka Xani Bohi Aasu Dekha Nai!





(২১)
Bihutolit Hothat Oprotyakhito Bhabe Tomar Aaru Mor Dusokur Milon Hol,
Epolokote Tumi Nohowa Hola,
Aaru Mor Bukukhon Ojan Bikhe Hesa Mari Dhorile,
Xeai Nohoy Jano Tomar Proti Mor Thoka Ogadh Prem!



( Facebook ত আমাৰ Page LIKE কৰিব )


অন্য শিতানবোৰ পঢ়ি চাব পাৰে :-



চুইট্ লভ্

মজা কৌতুক



Comments

  1. মোৰ আকৰ্ষণ বাঢ়িব ধৰিছে,
    মোৰ প্ৰেমে আকাশ চুব ধৰিছে,
    তুমি মোৰ হৈ যাবলৈ মনে অনুৰোধ কৰিছে,
    এবাৰ মাথোঁ মোৰ দুবাহুৰ মাজলৈ আহা,
    তোমাক মোৰ কৰাৰ যি হাবিয়াহ,
    জানোচা কিছু সময় তুমি দূৰত থাকিলেও মনক বুজাব পাৰো মই ।


    (৫)
    এবাৰ মাথোঁ মোৰ মনৰ কিতাপখন মেলি চোৱা,
    প্ৰথম পৃষ্ঠাৰ পৰা শেষলৈ কেৱল তুমি,তুমি আৰু তোমাৰ নামেই পাবা ।

    ReplyDelete
    Replies
    1. সুন্দৰ lines, ধন্যবাৈদ এই blog পঢ়াৰ বাবে

      Delete

Post a Comment

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

Assamese Quotes on Life - Assamese Facebook status for Life

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Some Assamese Quotes On Life with Images and Shayari in Assamese

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Fun Fun - Funny Images - in Assamese