Assamese Puzzle Question Qnswer - Assamese Puzzles

Assamese Puzzle Question Answer - Assamese Puzzles

অসমীয়া সাথৰবোৰৰ উত্তৰ/সমাধান সমূহ চাওঁক :-

The Assamese Puzzles and Their Answers, Solutions of Assamese Puzzle with Answers :-


Assamese Puzzles Image বোৰ চাবলৈ ইয়াত click কৰক  👉👉👉
assamese WhatsApp puzzles
assamese puzzle question answer



(১)
এটা store room প্ৰধান ঘৰৰ একাষৰীয়াকৈ আছিল । তাত সকলো বস্ত্ত কাঠৰ আছিল । ঘৰটোত কিছুমান খৰি আছিল । এখন বিচনা , বিচনা খনৰ ওপৰত এখন টেবুল , টেবুল খনৰ ওপৰত এখন টুল , আৰু টুলখনৰ ওপৰত এটা মুৰ্গী আছিল । মুৰ্গী টোৱে যেতিয়া কণী পাৰিব কণীটো কত পৰিব ?
Eta Store Room Prodhan Ghoror Ekakhoriyakoi Asil. Tat Sokolu Bostu Kathor Asil. Ghirtot Kisuman Khori Asil. Ekhon Bisona, Bisonakhonor Oporot Ekhon Table, Table Khonor Oporot Ekhon Tool, Aaru Tool Khonor Oporot Eta Murgi Asil. Murgitowe Jetia Koni Paribo Konito Kot Poribo?



উত্তৰ - store roomটোত থকা সকলো বস্ত্তয়েই কাঠৰ আছিল । গতিকে মুৰ্গীটোও কাঠৰেই , সেয়ে মুৰ্গীটোৱে কণী পাৰিব নোৱাৰিব ।



(২)
ৰতনৰ বয়স যেতিয়া ২ বছৰ আছিল, তাৰ ভনীয়েকৰ বয়স তাৰ বয়সৰ আধা অছিল । এতিয়া ৰতনৰ বয়স যদি ৬০ বছৰ হয়, তাৰ ভনীয়েকৰ বয়স কিমান হব?
Rotonor Boyokh Jetia 2 Bosor Asil, Tar Bhoniyekor Boyokh Tar Boyokhor Aadha Asil. Etia Rotonor Boyokh Jodi 60 Bosor Hoy, Tar Bhoniyekor Boyokh Kiman Hobo?



উত্তৰ - ৰতনৰ ভনীয়েকৰ বয়স ৫৯ বছৰ , কাৰণ ৰতনৰ বয়স যেতিয়া ২ বছৰ,
ভনীয়েকৰ বয়স তাৰ বয়সৰ আধা অৰ্থাৎ 
ভনীয়েকৰ বয়স ১ বছৰ,
গতিকে বুজা গল এয়ে যে,
ৰতনৰ ভনীয়েকৰ বয়স ৰতনৰ বয়সতকৈ ১ বছৰহে কম ।


(৩)
উত্তৰ- পূৰ্বা্ঞ্চলৰ State আৰু City ৰ নাম  চিনাক্ত কৰক :-

১) Betel-Nut Elephant
২) Snake Land
৩) Three Cornered
৪) Rhino Village
৫) New Village
৬) Dead River
৭) Work Beauty

Guess The State and City Name Of North East From The Following Puzzles:-



Answer (উত্তৰ) - 
১) গুৱাহাটী
২) নাগালেণ্ড
৩) তিনচুকীয়া
৪) গড় গাওঁ 
৫) নগাওঁ
৬) মৰনৈ
৭) কামৰূপ 

(৪)
মেথাত মাল আছে যদি এই অসমীয়া গান দুটা তলত puzzle টোৰ পৰা বাচনি কৰক :-

Guess The Assamese Songs From The Following Puzzles:-

১) 💎+💎+💎+💎+💎+💎+💎+🍯=?

২) 🌄+🔥+🌃+🔥+❤+💓=?


উত্তৰ -
১) হীৰা হীৰা হীৰা হীৰা হীৰা হীৰা হীৰা দৈ
২) দিন জ্বলে ৰাতি জ্বলে বুকু কপে


(৫)
এনেকুৱা কি বস্ত্ত আছে যি পতি'য়ে নিজৰ পত্নী'ক দিয়ে কিন্ত্ত পত্নী'য়ে নিজৰ পতি'ক নিদিয়ে?
Enekua Ki Bostu Ase Ji Potiye Nijor Potnik Diye Kintu Potniye Nijor Potik Nidiye.


উত্তৰ - উপাধি ( surname )


(৬)
এনেকুৱা এটা বস্ত্ত যাৰ জন্ম সাগৰত হয় কিন্ত্ত থাকে ঘৰত? বস্ত্তটো কি?
Enekua Eta Bostu Jar Jonmo Sagorot Hoy Kintu Thake Ghorot? Bostutu Ki?


উত্তৰ - নিমখ ( salt )


(৭)
এনেকুৱা এটা জেগাৰ নাম কোৱা ,যলৈ ১০০ জন মানুহ গলে ৯৯ জন আৰু ৫০ জন মানুহ গলে ৪৯ জনহে ঘুৰি আহে?
Enekua Eta Jegar Name Kowa, Joloi 100 Jon Manuh Gole 99 Jon Aaru 50 Jon Manuh Gole 49 Jonhe Ghuri Ahe?


উত্তৰ - শ্মশান 


(৮)
"8"(eight) সংখ্যাটোক আধা কৰিলে "0" আৰু "4" ৰ বাহিৰে কি উত্তৰ ওলাব?
"8"(eight) Sonkhyatok Aadha Korile 
"0" aaru "4" r Bahire Ki Uttar Olabo?


উত্তৰ - 3 ( three )


(৯)
পাৰা যদি তলৰ puzzle টোৰ পৰা মিঠাইৰ নামবোৰ চিনাক্ত কৰা :-

Guess The Name Of Sweets From The Following Puzzles:-


1)   🌹 🚶🌙
2) 🍷 ⭕ 🅰
3) ⬛ Ⓜ 🐓
4) ⛰👂


Answer (উত্তৰ) - 
1) গোলাপজামুন
2) ৰসগোল্লা
3) লালমোহন
4) কালাকান্দ


(১০)
এজন মানুহে প্ৰত্যেকবাৰ জন্মদিনতে ১০০০ টকাকৈ জমা থৈছিল । কিন্ত্ত ৬০ বছৰ বয়সত তেওঁৰ জমাধন সৰ্বমুঠ ১৫০০০ টকা হে পালেগৈ । কিয় ?
Ejon Manuhe Protyekbar Jonmodinote 1000 Tokakoi Joma Thoisil. Kintu 60 Bosor Boyokhot Teor Jomadhon Sorbomuth 15000 Tokahe Palegoi. Kiyo?


উত্তৰ - কি্য়নো তেওঁৰ জন্মদিন আছিল ফেব্ৰুৱাৰিৰ ২৯ তাৰিখে


(১১)
এটা পুখুৰীৰ পাৰত ৭ জন লৰা খেলি আছিল । সিহঁতে ভাবিলে এতিয়া পুখুৰীটোত নামি(জাঁপ মাৰি) আমি আটাইবোৰে গা ধুই লওঁ । এতিয়া প্ৰশ্নটো হল , পাৰত কেইজন লৰা বাকি থাকিল।
Eta Pukhurir Parot 7 Jon Lora Kheli Asil. Sihote Bhabile Etiya Pukhuritot Nami (jap mari) Aami Ataibore Ga Dhui Lou. Etiya Prosnoto Hol, Parot Keijon Lora Baki Thakil?


উত্তৰ - পাৰত ৭ জন লৰাই থাকিব কিয়নো সিঁহতে ভাবিচেহে এতিয়ালৈকে জাঁপ মৰাই নাই ( কাম এটাৰ কথা ভবা আৰু কামটো কৰাৰ মাজত তফাৎ নিশ্চয় আছে)




(১২)
১ম শাৰী - তেওঁ এজন ভাল ব্যক্তি
২য় শাৰী - ১ম শাৰীটো শুদ্ধ 
৩য় শাৰী - ২য় শাৰীটো অশুদ্ধ যেতিয়া ১ম শাৰীটো শুদ্ধ 
৪ৰ্থ শাৰী - ২য় আৰু ৩য় দুয়োটা শাৰীয়েই শুদ্ধ 
৫ম শাৰী - ৪ৰ্থ শাৰীটো অশুদ্ধ 
৬ষ্ঠ শাৰী - ?????????

1st Line- Teo Ejon Bhal Byokti
2nd Line- 1st Line Right
3rd Line- 2nd Line Wrong Jetia 1st Line Right
4th Line- 2nd Aaru 3rd Duyota Linei Right
5th Line- 4th Line Wrong
6th Line- ???


উত্তৰ -  Confused !!!🤔🤔🤔
Now Confuse Others !!!😁😁😁


(১৩)
মানব শৰীৰৰ সকলো অংগই বয়স অনুপাতে বাঢ়ি গৈ থাকে । কিন্ত্ত এটা  অংগ কেতিয়াও নাবাঢ়ে । অংগটো কি?
Manab Shariror Sokolo Ongoi Boyokh Onupate Barhi Goi Thake. Kintu Eta Ongo Ketiyao Nabarhe. Ongotu Ki?


উত্তৰ - চকু (Eye)


(১৪)
মই ৭টা আখৰৰ শব্দ । মোক সদায় ব্যৱহাৰ কৰি থাকা । মোৰ ৫,৬,৭ স্হানৰ অাখৰকেইটা মিলি হোৱা শব্দটো সদায় বাঢ়ি গৈ থাকে । মোৰ ৩,৪ স্হানৰ অাখৰ দুটা একে । মোৰ ৩,২,৫ স্হানৰ অাখৰকেইটা মিলি হোৱা শব্দটো গোটেই পৃথিবীৰ ৭৫% জুৰি আছে । মই কোন ?
Moi 7ta Akhoror Sobdo. Mok Soday Byobohar Kori Thaka. Mor 5,6,7 Sthanor Aakhorkeita Mili Howa Sobdoto Soday Barhi Goi Thake. Mor 3,4 Sthanor Aakhorkeita Eke. Mor 3,2,5 Sthanor Aakhorkeita Mili Howa Sobdoto Gotei Prithibir 75% Juri Ase. Moi Kon?


উত্তৰ - Message 

(১৫)
এনেকুৱা কি আছে যি, 
পানী খোৱাৰ লগে লগে মৰি যায়?

English -
Enekuwa Ki Ase
Ji Pani Khowar Loge Loge Mori Jay?


উত্তৰ - পিয়াহ (thirst)


(১৬)


assamese WhatsApp puzzles

একো বুজি পোৱা নাই!😇😇😇
Confused 🤔🤔🤔


উত্তৰ - তোমাৰ মোবাইলটোৰ ওপৰৰ ফালটো তললৈ কৰি ফটোখন চোৱা ।

Assamese Puzzles Image বোৰ চাবলৈ ইয়াত click কৰক  👉👉👉

assamese WhatsApp puzzles
assamese puzzle question answer




Facebook ত LIKE আৰু Share কৰিব
 👉👉👉👉

অইন্ মজাৰ ৰগৰ আৰু শিতানবোৰ:-

চুইট্ লভ্

ৰহস্য

WhatsApp ৰগৰ

Love SMS

স্বামী বিবেকানন্দ আধাৰিত গল্প 

কাউৰীৰ দশা 

মজা কৌতুক

ফেচবুক ৰগৰ

নতুন বছৰৰ হাহি

মানষিৰ উত্তৰ

চুইট্ হাৰ্ট

গণিতৰ কিটিপ্










Comments

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

Assamese Quotes on Life - Assamese Facebook status for Life

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Some Assamese Quotes On Life with Images and Shayari in Assamese

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Fun Fun - Funny Images - in Assamese