Assamese Holi Image - Assamese Holi Wishes

Assamese Holi Image । Assamese Holi Wishes । 

হোলীৰ বিষয়ে ( about holi )/ what is holi festival ( ফাকুৱা উৎসৱ )


আমি হিন্দু ধৰ্ম অনুসৰি পৌৰাণিক কালৰ পৰা চলি অহা "হোলী" পৰ্বক লৈ বহু কাহিনী জৰিত হৈ আছে।

ইয়াৰ ভিতৰত অতিকৈ প্ৰসিদ্ধ কাহিনী হিচাপে "প্ৰহ্লাদ"ৰ কাহিনীটো বিবেচিত হৈছে।

সংক্ষিপ্ত ভাবে কাহিনীটো কবলৈ গলে এনে ধৰণৰ-

প্ৰাচীন কালত হিৰণ্যকশিপু নামেৰে এজন অতিকৈ শক্তিশালী অসুৰ আছিল । তেওঁ ইমানেই শক্তিশালী আছিল যে, তেওঁ কোনো ভগবানক বিশ্বাস নকৰিছিল । আৰু পিছত গৈ তেওঁ নিজকে ভগবান বা ভগবানৰ সমতুল্য হিচাপে ভাবিব লৈছিল। আনকি তেওঁ এনেকুৱা এটা নিয়ম তেওঁৰ ৰাজ্যত বান্ধি দিছিল যে, তেওঁৰ ৰাজ্যত কোনোৱে ভগবানৰ নাম লোৱা আৰু ভগবানৰ পূজা কৰাটো নিষিদ্ধ কৰি দিছিল। কিন্ত্ত স্বয়ং হিৰণ্যকশিপুৰ পুত্ৰ প্ৰহ্লাদ আকৌ আছিল অতিকৈ ভগবান বিশ্বাসী আৰু ভগবানৰ ভক্ত ।

 প্ৰহ্লাদে নিতৌ ভগবানৰ পূজা কৰিছিল। যেতিয়া হিৰণ্যকশিপুয়ে এই কথা জানিব পাৰিলে তেতিয়া তেওঁ ইমান অহংকাৰত মত্ত হৈ পৰিছিল যে, নিজ পুত্ৰ প্ৰহ্লাদক মাৰি পেলাবলৈ বুলি সিদ্ধান্ত লবলৈও কুণ্ঠাবোধ কৰা নাছিল। সেইমতে হিৰণ্যকশিপুয়ে প্ৰহ্লাদক মাৰি পেলাবলৈ বিভিন্ন ধৰণে চেষ্টা চলাইছিল । তাৰ পিছতো প্ৰহ্লাদ ঈশ্বৰ ভক্তি কম হৈ নোযোৱা দেখি , এইবাৰ প্ৰহ্লাদক কঠোৰতম শাস্তি দিব বুলি মনস্হ কৰিলে।

হিৰণ্যকশিপুৰ এজনী ভগ্নী আছিল, তাইৰ নাম আছিল "হোলীকা" । হোলীকাই এটা বৰ লাভ কৰি থোৱা আছিল যে, "তাই অগ্নিত ভষ্ম নহব"। আৰু সেই বৰটোৰ সুযোগ লৈ হিৰণ্যকশিপুয়ে প্ৰহ্লাদক মৃত্যুদণ্ড দিয়াবৰ বাবে "হোলীকা"ক "প্ৰহ্লাদ"ক কোঁচত লৈ জুইৰ ওপৰত বহিবলৈ আদেশ দিলে। এনেকুৱা শাস্তিৰ ফলত ভগবানৰ অশেষ কৃপাত প্ৰহ্লাদৰ একো নহল কিন্ত্ত "হোলীকা" অগ্নিত পুৰি জাহ গল ।

আচলতে ঈশ্বৰ ভক্ত "প্ৰহ্লাদ"ৰ স্মৰণ কৰিবলৈ হিৰণ্যকশিপুৰ ভগ্নী "হোলীকা" দাহ যোৱা দিনটোৰ পৰা "হোলী" পালন কৰা হয় । "প্ৰহ্লাদ" ৰ অৰ্থ হল আনন্দ, সেয়ে "হোলী"ৰ দিনাখন ৰঙেৰে সৈতে আনন্দ- স্ফুৰ্তি কৰা হয়।

কোনো কোনোৰ মতে ভগবান শ্রীকৃষ্ণই পুতনা নামৰ এজনী ৰাক্ষসীক বধ কৰি, সেই দিনটোত কৰা আনন্দ- স্ফুৰ্তিৰ দিনটোয়ে "হোলী" বুলি বিশ্বাস কৰি আহিছে।

বিভিন্ন স্হানত "হোলী" উৎসৱক - ফগুৱা, ফাকুৱা, ধুলেন্দি, দৌল ইত্যাদি নামেৰেও জনা যায়।

Some Assamese Holi Images & Assamese Holi Wishes/ Assamese Holi Sms :-


happy holi in assamese


"সেই আবিৰ'ৰ শীতল আমেজ
সেই দিনৰ উজ্জলতা
সেই হোলীপ্ৰেমি'ৰ হোলী গীত'ৰ কোলাহল
সেই ঘৰে ঘৰে উৰি থকা
বিভিন্ন ৰঙৰ আবিৰ'ৰ চমক
সেই আত্মীয়-কুটুম আৰু লগৰীয়া'ৰ ভালপোৱাৰ আবেগত সাৱতি ধৰা - এয়েই  তাৰমানে হোলী'ৰ আগমনৰ বতৰা"- হোলী হে !


assamese holi sms


assamese holi sms

সেই দিনটো, 
তোমাৰ গোলাপী গাল দুখনি
মোৰ চকুৰ পচাৰত আহি ধৰা দিব,
আৰু মই তোমাক তাতে 
আবিৰ'ৰ মৰমীয়াল ৰঙ সানি
ৰঙীন কৰি দিম তোমাৰ মুখখনি,
তুমিও মোক তোমাৰ 
কোমল হাতৰ পৰশেৰে
মোৰ মুখায়ব ৰঙীন কৰি দিবা- সেয়াই হোলী


assamese holi wishes



happy holi images in assamese


ৰাধা'ৰ আবিৰ আৰু শ্যাম'ৰ ফিচকাৰি,
মৰমৰ ৰঙেৰে ৰঙীন সকলো পুৰুষ-নাৰী,
আবিৰে নাজানে কোনো জাত-পাত'ৰ কুণ্ডলী
শুভেচ্ছা থাকিল তোমালৈ - আনন্দময় হোলী !


happy holi images in assamese



happy holi in assamese


SEE HAPPY DIWALI 2018 PICTURES


হোলী হল এনেকুৱা এক সময়, যিয়ে ইজনে-সিজনৰ ভালপোৱা আৰু বুজাবুজি'ৰ বিকাশ ঘটায়,
হোলী হল এনেকুৱা এক সময়, যিয়ে বন্ধুত্ব আৰু আত্মীয়তাৰ এনাজৰীডাল আৰু অধিক মজবুত কৰে,
হৃদয়ৰ ভালপোৱাৰে তোমাক আৰু তোমাৰ পৰিয়াললৈ "হোলী"ৰ শুভকামনা যাঁচিলো ।


holi wishes in assamese



holi wish images in assamese



Holi Greetings To All My Friends,
Wish You A "Happy Holi" , 
May Your Life Fills With Colours. 


happy holi in assamese



happy holi in assamese



বতাহ'ৰ জৰিয়তে মোৰ ভালপোৱা পঠিয়ালোঁ,
Network ৰ জৰিয়তে এই বাৰ্তা পঠিয়ালোঁ,
সময় থাকিলে পঢ়ি চাবা,
এই "ফাকুৱা উৎসৱ" উপলক্ষে ৰাম-ৰাম পঠিয়ালোঁ,
তোমালৈ "হোলী"ৰ বিশেষ শুভকামনা যাঁচিলো।


happy holi in assamese



assamese holi wishes



ৰঙা ৰং তোমাৰ গালখনিৰ বাবে,
কলা ৰং তোমাৰ চুলিতাৰিৰ বাবে,
নীলা ৰং তোমাৰ চকুজুৰিৰ বাবে,
হালধীয়া ৰং তোমাৰ হাতদুখনিৰ বাবে,
বগা ৰং তোমাৰ মনটোৰ বাবে,
গোলাপী ৰং তোমাৰ সপোনৰ বাবে,
সেউজীয়া ৰং তোমাৰ জীৱনটোৰ বাবে,
"হোলী" ৰ এই সাতোৰঙী শোভাৰে তোমাক আৰু তোমাৰ পৰিয়াললৈ "হোলী" ৰ শুভেচ্ছা জনালোঁ।


assamese holi wishes



assamese holi wishes



assamese holi wishes



assamese holi wishes




Assamese Puzzles Image বোৰ চাবলৈ ইয়াত click কৰক  👉👉👉
assamese WhatsApp puzzles



Facebook ত LIKE আৰু SHARE কৰক

Love Sms

অন্য শিতানবোৰ পঢ়ি চাব পাৰে :-





অইন্ মজাৰ ৰগৰবোৰ:-

চুইট্ লভ্

মজা কৌতুক

ফেচবুক ৰগৰ

নতুন বছৰৰ হাহি

মানষিৰ উত্তৰ

চুইট্ হাৰ্ট

গণিতৰ কিটিপ্

Comments

  1. Borhia..
    This is ultimately good content..

    ReplyDelete
    Replies
    1. you are most welcome to my blog.. keep visit regularly... thanks

      Delete
  2. Holi holi holi holi holi holi holi holi holi holi holi holi holi holi he.... Holi subheshya dilo Khagori.com ok... agoloi aaru vaal post pohriboloi paam buli akha thakil.

    ReplyDelete

Post a Comment

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Quotes on Life - Assamese Facebook status for Life

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

Some Assamese Quotes On Life with Images and Shayari in Assamese

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Fun Fun - Funny Images - in Assamese