whatsapp payment assamese : digital payment : whatsapp ৰ নতুন উপহাৰ

whatsapp য়ে ইয়াৰ গ্ৰাহক সকললৈ অতি সোনকালে লৈ আহিব এক নতুন উপহাৰ - whatsapp payment assamese - digital payment





whatsapp য়ে অতি সোনকালে ইয়াৰ গ্ৰাহক সকললৈ এটি উপহাৰ লৈ আহিব । ইয়াত থাকিব এক বিশেষ সুবিধা।



এই সুবিধা অনুসৰি গ্ৰাহক সকলে লাভ কৰিব digital payment, UPI ৰ এক নতুন feature. হয়, whatsapp ৰ গ্ৰাহক সকলে ইয়াৰ পিছত whatsapp ৰ যোগেদি payment ৰ আদান-প্ৰদান কৰিব পাৰিব।

এক উৎসৰ পৰা জানিব পৰা মতে, এই বছৰৰ ফেব্ৰুৱাৰি মাহত whatsapp য়ে এই বিশেষ সুবিধাটো লৈ আহিব বুলি জানিব পৰা গৈছে। প্ৰথম পৰ্যায়ত State Bank Of India, ICICI বেংক, HDFC বেংক আৰু AXIS বেংকৰ গ্ৰাহক সকলে whatsapp ৰ এই সুবিধাটো লাভ কৰিব । আৰু পিছৰ পৰ্যায়ত অন্য বেংক সমূহকো সংযোজন কৰা হব। বেংক সমূহৰ লগত whatsapp য়ে ইতিমধ্যে এই কৌশলৰ testing প্ৰায় সম্পূৰ্ণ কৰিছে। বৰ্তমান ইয়াৰ security checking ৰ প্ৰক্ৰিয়া চলি আছে।



অহা ফেব্ৰুৱাৰি মাহত ইয়াৰ সকলো প্ৰক্ৰিয়া শেষ কৰি whatsapp য়ে গ্ৰাহকৰ মাজলৈ এই সুবিধাটো লৈ আহিব। জানিব পৰা মতে, ভাৰত চৰকাৰৰ লগত ইয়াৰ অনুমোদন প্ৰক্ৰিয়াও সম্পূৰ্ণ হৈছে। ভাৰতত whatsapp ৰ ২০ কৌটিতকৈও গ্ৰাহক থকাকে লক্ষ কৰি, ভাৰতত এই সেৱা অতি শিঘ্ৰে আৰম্ভ কৰাৰ যো-যা চলোৱা হৈছে।


(LIKE and SHARE)



আৰু চাওঁক 👉👉👉

jio data plans

nrc legacy data search

assamese comedy

assamese comedy

assamese comedy

assamese comedy






Comments

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Quotes on Life - Assamese Facebook status for Life

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

Some Assamese Quotes On Life with Images and Shayari in Assamese

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Fun Fun - Funny Images - in Assamese