what is cryptocurrency - cryptocurrency assamese

cryptocurrency ৰ বিষয়ে সবিশেষ : what is cryptocurrency? : Details of cryptocurrency in Assamese


what is cryptocurrency



আমি জানো যে গোটেই পৃথিবীত লেন-দেনৰ বাবে India ত Rupees , America (USA) ত Dollar, Europe ত Euro আদিবোৰ যি ব্যৱহৃত হৈ আছে সেইবোৰ হল কাগজেৰে তৈয়াৰী একো একোটা মূদ্ৰা/টকা/নোটৰ প্ৰকাৰ। ইয়াক আমি হাতেৰে চুব পাৰো। দৈনন্দিন লাগতিয়াল সামগ্ৰী সমূহ ক্ৰয় কৰিব পাৰো। ইয়াক আমি লগত লৈ ফুৰিব পাৰো।


কিন্ত্ত cryptocurrency হল একপ্ৰকাৰৰ dital currency, যাক আমি লগত লৈ ফুৰিব নোৱাৰো। কিন্ত্ত ইয়াৰ জৰিয়তে আমি সকলো বিত্তীয় লেন-দেন কৰি সামগ্ৰী ক্ৰয় কৰিব পাৰো, আৰু অন্য লেন-দেনতো ব্যৱহাৰ কৰিব পাৰো। বিভিন্ন সেৱাৰ বাবেও আমি cryptocurrency ব্যৱহাৰ কৰিব পাৰো। ইয়াৰ বাবে আমি কোনো বেংকৰ সহায় নোলোৱাকৈ ইয়াক নিজে ব্যৱহাৰ কৰিব পাৰো।cryptocurrency ক আমি physically ব্যৱহাৰ কৰিব নোৱাৰো, ইয়াৰ প্ৰয়োগ কৰিবলৈ আমি online অৰ্থাৎ internet ৰ 
ব্যৱহাৰ কৰিব লাগিব ।

cryptocurrency হল peer electronic system যি internet ৰ যোগেদি regular currency ৰ দৰে ব্যৱহাৰ হয়।বাহিৰৰ বিভিন্ন উন্নত  দেশবোৰত cryptocurrency ৰ ব্যৱহাৰ ইতিমধ্যে হৈ আছে। cryptocurrency ৰ সৰ্বমুঠ ১০০০ টা মান প্ৰকাৰ গোটেই পৃথিবীত আছে যেনে bitcoin, ethereum, litecoin, dogecoin, faircoin আদি। cryptocurrency ক Digital Currency,Internet Currency, E-currency, People's Currency, Virtual Currency আদি নামেৰেও বুজা যায়। এই cryptocurrency মূদ্ৰাবোৰৰ মূল্য (value) সাধাৰণতে আমাৰ সাধাৰণ মূদ্ৰা বোৰৰ নিচিনা একে হৈ নাথাকে, ই দিনকদিনে বাঢ়ি গৈ থাকে । আৰু এইটোৱেই ইয়াৰ মূল ধনাত্মক দিশ।

ভাৰতত বৰ্তমান কোনো ধৰণৰ cryptocurrency নাই। "Jio Coin" নামেৰে এক cryptocurrency অলপতে ভাৰতত মুকলি হোৱাৰ কথা সকলোতে চৰ্চা হৈ আছে।

Jio Coin কি? চাওঁক

(অনুগ্ৰহ কৰি LIKE আৰু SHARE কৰিব)

আৰু চাওঁক 👉👉👉

jio data plans

nrc legacy data search

assamese comedy

assamese comedy

assamese comedy

assamese comedy


0 comments: