nrc legacy data search - nrc assam

NRC, Assam সদ্য প্ৰকাশিত প্ৰথম খচৰা খনত আপোনাৰ নামটো আছে নে ? - চাওঁক কেনেকৈ nrc legacy data search কৰিব পাৰি ?

অসম চৰকাৰে বহু জল্পনা-কল্পনাৰ মাজত অৱশেষত NRC, Assam ( ৰাষ্ট্ৰীয় নাগৰিক পণ্জী, অসম ) ৰ প্ৰথম draft খন প্ৰকাশ কৰি অসমৰ জনসাধাৰণক একপ্ৰকাৰ নতুন বছৰৰ উপহাৰ দিলে ।


এই NRC, Assam ( ৰাষ্ট্ৰীয় নাগৰিক পণ্জী, অসম ) draft খনত প্ৰথমতে ১.৯ কৌটি মানুহক সা‍ঙুৰি ভাৰতৰ বৈধ নাগৰিক হিচাপে ঘোষণা কৰিছে । যাৰবাবে আচলতে NRC, Assam ( ৰাষ্ট্ৰীয় নাগৰিক পণ্জী, অসম ) খনত ৩.২৯ কৌটি মানুহে আৱেদন কৰিছিল ।

এতিয়া প্ৰধান কথাটো হল , আপোনাৰ এই NRC, Assam ( ৰাষ্ট্ৰীয় নাগৰিক পণ্জী, অসম ) প্ৰথম draft খনত আপোনাৰ নামটো আছে নে ? কেনেকৈ চাব ?

NRC, Assam ( ৰাষ্ট্ৰীয় নাগৰিক পণ্জী, অসম ) ত আপোনাৰ নামটো চাবলৈ ৪ টা প্ৰক্ৰিয়া আছে :-


প্ৰথম প্ৰক্ৰিয়া -

আপোনাৰ NRC, Assam ( ৰাষ্ট্ৰীয় নাগৰিক পণ্জী, অসম ) ৰ নথি - পত্ৰ লৈ ওচৰৰ NRC সেৱা কেন্দ্ৰ ( NRC Seva Kendras, NSK ) লৈ যাওঁক
সময় - ৰাতিপুৱা ১০ বজাৰ পৰা ৪ বজালৈ ( all woking days )
তাৰিখ - ২ জানুৱাৰী ২০১৮ ৰ পৰা ৩১ জানুৱাৰী ২০১৮ লৈ ।

দ্বিতীয় প্ৰক্ৰিয়া -

তলত দিয়া ৱেবচাইত বোৰৰ যিকোনো এটালৈ যাওঁক -

nrc legacy data search


তৃতীয় প্ৰক্ৰিয়া -

আপোনাৰ NRC, Assam ( ৰাষ্ট্ৰীয় নাগৰিক পণ্জী, অসম ) ৰ নথিত থকা ARN ( Application Receipt Number ) টো লিখি তলত দিয়া ধৰণে sms পঠিয়াব পাৰে-

ARN লিখি space দি আপোনাৰ ARN নম্বৰটো দিব অাৰু তলৰ যিকোনো এটা নম্বৰলৈ প্ৰেৰণ কৰিব -
9765556555
9108464438
9108464450

চতুৰ্থ প্ৰক্ৰিয়া-

২৪ x ৭ লাইন খোলা থকা toll free helpline নম্বৰ
15107 ( "অসম"ৰ বাবে )
আৰু

18003453762 ( "অসম"ৰ বাহিৰত থকা সকলৰ বাবে ) লৈ ফোন কৰিব পাৰে ।

( http://nrcassam.nic.in এই website টোলৈ গৈ আপোনাৰ বা আপোনাৰ পৰিয়ালৰ নাম সদ্য প্ৰকাশিত nrc খচৰা খনত আছে নে নাই এতিয়াওঁ
চাব পাৰিব )

nrc legacy data search - nrc assam

          ( Please SHARE this post )


চাওঁক 👉👉👉








Comments

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

Assamese Quotes on Life - Assamese Facebook status for Life

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Some Assamese Quotes On Life with Images and Shayari in Assamese

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Fun Fun - Funny Images - in Assamese