jio data plans - jio new offer

Reliance Jio Data Plans - Jio New Offer 2018 সমূহ কি কি চাওক :-

jio new offer

Reliance Jio ৰ ফালৰ পৰা সুখবৰ !
হয়, ২০১৭ ত বহুতো interesting অফাৰ দিয়াৰ পিচত এতিয়া ২০১৮ ৰ আৰম্ভণিত Reliance Jio ই গ্ৰাহক সকললৈ লৈ আহিছে দুটি বিশেষ অফাৰ । এইটো একপ্ৰকাৰ Reliance Jio ৰ গ্ৰাহক সকললৈ নতুন বছৰৰ উপহাৰ । এই অফাৰ বোৰ জনাৰ পিছত সকলো Jio Customer উৎফুল্লিত হব ।


Reliance Jio ই ১ জানুৱাৰী ২০১৮ তাৰিখে "Happy New Year 2018" Offer নামেৰে 199 আৰু 299 ৰ দুটা plan আগবঢ়াইছে ।

ইয়াৰ ১৯৯ টকা plan ত গ্ৰাহক সকলে পাব - দৈনিক 1.2 Gb 4g Data, Free Voice Calling, Unlimited SMS ২৮ দিনৰ validity ৰ সৈতে । আৰু লগতে পাব Jio Apps ৰ free subscription

২৯৯ টকা plan ত গ্ৰাহক সকলে দৈনিক 2 Gb 4g Data পাব । Validity - ২৮ দিন ।

Reliance Jio ৰ পূৰ্বৰ ১৪৯, ৩৯৯, ৪৫৯ আৰু ৪৯৯ plan বোৰ আগৰ দৰে বাহাল থাকিব ।

( Please LIKE and SHARE )

পঢ়ি ভাল পাব :-

7463 X 9999 মাত্ৰ ৩ ছেকেণ্ডত পূৰণ


nrc legacy data search

assamese jokes

assamese jokes

assamese jokes

0 comments: