এতিয়া আৰু আপোনাৰ মোবাইলটো কোনেও চুব নোৱাৰিব - full charge alarm android

full charge alarm android - possible by a application - এতিয়া আৰু আপোনাৰ মোবাইলটো কোনেও চুব নোৱাৰিব ! কেনেকৈ চাওঁক


theft alarm


আপোনাৰ mobile টো চাৰ্জত থৈ দিলে কোনোবাই আপুনি গম নোপোৱাকৈ খুলি থৈ নেকি?




আপোনাৰ mobile টো চাৰ্জত থৈ দিয়াৰ পিছত চাৰ্জ হল নে নাই mobile টোৰ ওচৰলৈ নোযোৱাকৈ গম পাব বিচাৰিছে নেকি?

আপুনি এটা নিৰ্দিষ্ট percentage লৈ mobile টো চাৰ্জ কৰিব বিচাৰিছে নেকি?

অাজিকালি দৈনন্দিন ব্যস্ততাৰ মাজত mobile phone ৰ চাৰ্জৰ পৰিমান check কৰি থকা অসম্ভব । গতিকে কি এনে কৰিব পাৰো যিটোৰ যোগেদি আমি এই সমস্যাৰ পৰা উপশম পাম।

এই সকলোবোৰ প্ৰশ্নৰ সবিশেষ জানিবলৈ এই লিখনিটো ভালকৈ চাই থাকক । লগতে আৰু বহুতো সুবিধাৰ বিষয়ে জানিব পাৰিব ।

ইয়াৰ জৰিয়তে আপুনি আপোনাৰ mobile phone টো ১০০ % চাৰ্জ হোৱাৰ লগে লগে এটি alarm শুনিবলৈ পাব। ইয়াৰ জৰিয়তে আপোনাৰ mobile টো over charging ৰ পৰা ৰ ৰক্ষা পৰে। আপুনি যদি বিচাৰিছে আপোনাৰ mobile টো এটা নিৰ্দিষ্ট পৰিমান লৈকে (যেনে ৫০%, ৬০%, ৭০% ) চাৰ্জ হওক, তেন্তে সেইটোও আপুনি ইয়াৰ জৰিয়তে কৰিব পাৰিব ।

কোনোবাই আপোনাৰ mobile টো চাৰ্জত দি ৰখাৰ সময়ত যদি খোলে তেতিয়া আপুনি লগে লগে এটি alarm শুনিবলৈ পাব। আৰু ই বহু ক্ষেত্ৰত অত্যন্ত দৰকাৰী ।

ইয়াত আপুনি অপোনাৰ mobile ৰ battery health, battery voltage, battery power supply, battery temperature আদিৰ সবিশেষ তথ্য পাব । যিয়ে অপোনাৰ mobile ৰ battery টো protect কৰি ৰখাত সহায় কৰে।

গতিকে এই সকলোবোৰ কাম কৰিবলৈ আপুনি আপোনাৰ mobile টোত এটা apps সুমুৱাই লব লাগিব ।গতিকে উক্ত apps টো ব্যবহাৰ কৰি full charge alarm android ৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো কৰি লওক তলত দিয়া ধৰণে।

এই apps টোৰ নাম হৈছে -
"Battery Full and Theft Warning"

তলৰ "Download" বুটামত click কৰি এই application টো install কৰিব পাৰিব ।

এই apps টোৰ সুবিধা সমূহ হল -

Theft Alarm, Battery Full Alarm, Battery Statistics ,Battery Health, Battery Voltage, Alarm in silent mode, Battery Power Supply, Device Temperature.

আৰু লগতে




১) বাৰে বাৰে apps টো খুলিব লগা নহয় ।
২) চাৰ্জাৰ connect কৰাৰ লগে লগে স্বয়ংক্ৰিয় ভাবে আৰম্ভ হয়।
৩) Battery ফুল চাৰ্জ হোৱাৰ লগে লগে স্বয়ংক্ৰিয় ভাবে alarm বজিব ধৰে।
৪) Light Blink Alert.
৫) User Friendly Interface.

theft alarm


(মই আশা কৰো, full charge alarm android ৰ এই লিখনীটোৱে আপোনালোকক কিছু পৰিমানে হলেও সহায় কৰিব)


( অনুগ্ৰহ কৰি LIKE আৰু SHARE কৰিব )



আৰু চাওঁক 👉👉👉

jio data plans

nrc legacy data search

assamese comedy

assamese comedy

assamese comedy

assamese comedy


Comments

  1. Ok boss... nice ... this is something very useful information u provided in this website. There is no any sufficient information like this type of subject not available in assamese. So keep it up and make our Assamese Language rich with global.

    ReplyDelete

Post a Comment

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Assamese Quotes on Life - Assamese Facebook status for Life

Fun Fun - Funny Images - in Assamese

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Some Assamese Quotes On Life with Images and Shayari in Assamese