Assamese Comedy 2018 - Comedy Picture - In Assamese

অসমীয়াত কেইটিমান ৰগৰ - Assamese Comedy - Comedy Picture


Boy Jokes, Shopkeeper Jokes:-

লৰা - আংকল্, ডেটল চাবোন  আছে নেকি ?

দোকানী ( নাক খোচাৰি ) - ও, আছে আছে

লৰা - তেনেহলে হাতখন ভালদৰে ধুই এটা  ভেজিটেবল্ পেটিচ্ দিব 😄😄😄


Funny Jokes:-

সুপন্দিৰ ঘৰত আলহী 

সুপন্দি - অ' হেৰি নহয়, কওকচোন আপুনি গৰম লব নে ঠান্ডা?
আলহী - গৰম হলেই হব দিয়ক।
সুপন্দি - চাহ খাব নে কফি?
আলহী - চাহ হলেই হব দিয়ক।
সুপন্দি - গাখীৰ দিয়া খাবনে, লাল চাহ?
আলহী - গাখীৰ দিয়াই খাম দিয়ক। 
সুপন্দি - চেনী দিয়া খাবনে, চেনী নিদিয়া?
আলহী - চেনী দিয়া হলেই হব দিয়ক।
সুপন্দি - লগত বিস্কুট লব নে লুচি?
আলহী - বিস্কুটেই হব বাৰু ।
সুপন্দি - মিঠা বিস্কুট খাবনে, নিমখীয়া?
আলহী - নিমখীয়া হলেই হব দিয়ক।

সুপন্দি - চাহ আপুনি কাপত খাবনে গিলাছত?
আলহী - এটা কাম কৰক কাহী,বাটি,ঘটি,খন্তি,চামুচ কি আছে তাতেই লৈ আহক যাওঁক!😄😄😄

Jokes For Girls:-


assamese comedy



Animal Jokes, Cat Jokes, Rat Jokes:-


মেকুৰিয়ে নিগনী এটাক কলে , এহে তই ক'লা, মই বগা।
নিগনীয়ে শুনা পাই আইনাত নিজৰ শৰীৰটো চাই আহি।

নিগনী - অ' সচাই , তুমি ঠিকে কৈছা, মই তোমাৰ দৰে বগা হবলৈ কি কৰিব লাগিব?
মেকুৰী - মোৰ ওচৰলৈ আহ, মই তোৰ ক'লা ৰংটো কেনেকৈ উঠাব লাগে শিকাই দিম,
আৰু সেইমতে কৰিলে তই বগা হৈ পৰিবি।

নিগনীয়ে এই কথা শুনি মেকুৰীটোৰ ওচৰলৈ অহাৰ লগে লগে থাপ মাৰি ধৰি নিগনীটোক খাই পেলালে।

মেকুৰী - I hate teaching.😄😄😄




Fane Pic, Fun Fun:-


assamese comedy


Jokes For Students:-


ক, খ, গ, ঘ, ঙ
ভাত খাই উঠি ঘুম ।

চ, ছ, জ, ঝ, ঞ
পৰীক্ষাত মোৰ শূন্যয়ে শূন্য ।

ত, থ, দ, ধ, ন
নপঢ়িলে বৰকৈ ধুলাই খাও জান্ ।

ট, ঠ, ড, ঢ, ণ
ঈশ্বৰৰ শৰণহে শৰণ্ ।

অ, আ, ই, ঈ
মাই মোক ভাত দি ।

এ, ঐ, ও, ঔ
পিতিয়ে মোক বজালে ঔ।😄😄😄




Customer Jokes, Fane pic:-


comedy picture


------

( অনুগ্ৰহ কৰি LIKE আৰু SHARE কৰিব )

NEXT JOKES
৮ টা অসমীয়া ৰগৰ (পঢ়ক)

আৰু চাওঁক 👉👉👉

jio data plans

nrc legacy data search

assamese comedy

assamese comedy

assamese comedy

assamese comedy





0 comments: