Animal Jokes - ১১ টা animal jokes পঢ়ি পঢ়ি পাগল হৈ যাব

11 Animal Jokes - Jokes for kids - in Assamese


jokes for kids

(১) 

সুপন্দিয়ে ৰাস্তাৰে চাইকেল চলাই গৈ আছিল

এনেতে এটা কাউৰীয়ে তাৰ মূৰত বিষ্ঠা ত্যাগ কৰিলে

তাৰ পিছত সি এখন ৰুমাল উলিয়াই বিষ্ঠাখিনি মচি কলে,

সুপন্দি - হে ভগবান ধন্যবাদ, গৰু - ম'হক যে উৰিব পৰা নকৰিলা !😁😁😁😁

--------------





(২)

ধলু - আচ্ছা , পলু ক'চোন কেংগেৰু এটাই সৌ বিল্ডিংটোতকৈ বেছি জাপ্ মাৰিব পাৰিব ?

পলু - ওঁ , তেনেই সাধাৰণ , পাৰিবতো, বিল্ডিংটোয়ে জপিয়াব পাৰিব নেকি ?😁😁😁😁😁

---------------

(৩)

দুটা কুকুৰে নিজৰ মাজতে কথা পাতি আছিল 

প্ৰথম কুকুৰ - বন্ধু, কালি মোৰ মালিকে ৰাতি ৩ টা বজাত এটা চোৰক ধৰিলে

দ্বিতীয় কুকুৰ - কিয়, তই কি কৰি আছিলি ?

প্ৰথম কুকুৰ - মই শুই আছিলো আকৌ, মইতো মানুহ নহয় যে, গোটেই ৰাতি WhatsApp  কৰি থাকিম !😁😁😁😁

----------------

(৪)

হোটেল এখনৰ মেনেজাৰে নতুন ৱেইটাৰ এজনক বুজাই আছিল

চোৱা, আমাৰ হোটেল A-one service ৰ বাবে জনাজাত। কোনোবা গ্ৰাহকে যদি তোমাক কয় যে, ৫ মিনিটত এটা কণী লৈ আহা । তেন্তে ৪ মিনিটত তেওঁ কণীটো পায় যাব লাগিব।

আৰু যদি কোনোবা গ্ৰাহকক ৩ মিনিটত কণী লাগে তেতিয়া তেওঁ ২ মিনিটত কণীটো পায় যাব লাগিব।

ৱেইটাৰ - চাৰ্, কোনোবা গ্ৰাহকে যদি কয়, ১ মিনিটত এটা কণী ভালদৰে সিজাই লৈ আহা , তেন্তে কি কৰিম চাৰ্ ?

মেনেজাৰ - লগে লগে এটা জীয়া মুৰ্গী আনি গ্ৰাহকৰ টেবুলত দি দিবা আৰু কবা, অকণমান wait কৰিব চাৰ্ !😁😁😁😁😁

-----------------

(৫)

এটা পোৱালী মহ অলপ ডাঙৰ হোৱাৰ পিছত প্ৰথম বাৰৰ বাবে উৰণ দিলে ।

গোটেই ৰাতি বাহিৰত থাকি ৰাতিপুৱা নিজৰ ঘৰলৈ আহিলত 

মহটোৰ বাপেকটোৱে সুধিলে, কেনেকুৱা লাগিল বাবা, জীৱনত প্ৰথম বাৰৰ বাবে উৰি ?

বঢ়িয়া লাগিল পপ্ , সকলো মানুহে মোক হাত চাপৰি বজাই বজাই স্বাগত কৰিলে !😁😁😁😁😁

----------------


jokes for kids


(৬)

দুটা পইতাচোৰা হস্পিতালত একেলগে ভৰ্তি হল-

প্ৰথম - আৰে বন্ধু , তোমাকো কোনোবাই মাৰিলে নেকি মোৰ দৰে ?

দ্বিতীয় - নহয় ৰে বন্ধু , এজনী ছোৱালীয়ে মোক দেখা পাই ভয়তে পাগলৰ নিচিনা চিঞৰিব ধৰিলে, কি হলনো বুলি একো তলকিব নোৱাৰি মইও জোৰেৰে চিঞৰাত "হাৰ্ট এটাক" আহি গল😁😁😁😁😁

----------------

(৭)

এজনী মাখিৰ মহ এটাৰ লগত বিয়া হল-

বিয়া হোৱাৰ পিছদিনা মাখিজনীয়ে কান্দি কান্দি ঘৰলৈ আহিল,

মাখিৰ ভনীয়েক -  কি হল বাইদেউ , কালি বিয়া গল আৰু আজি ঘৰলৈ আহিলাই তাকো কান্দি কান্দি ?

মাখি - ভন্টি , মই বিধবা হৈ গলো 

মাখিৰ ভনীয়েক - কালি বিয়া গল আৰু বিধবা, মানে কি হৈছেনো?

মাখি - মই কালি ৰাতি গুড নাইট জ্বলাই দিছিলো, অলপ পিছত তোৰ ভিনদেউ দেখোন মৰি থাকিল !😁😁😁😁😁

-----------------

(৮)

শিক্ষক - সুপন্দি, কালি যে কৈছিলো গৰুৰ ওপৰত ৰচনা লিখিবলৈ , লিখিছ

সুপন্দি - চাৰ্, গৰু টোৰ ওপৰত pencil ডাল লগাওতেই সি পলাল চাৰ্।😁😁😁😁😁

---------------





(৯)


এটা বান্দৰে বান্দৰণি এজনীক চুমা খাব ধৰোতে,

বান্দৰণি জনীয়ে অলপ ৰৈ ইফাল সিফাল
 চাব ধৰিলে

বান্দৰ - কি হল জান, ইফালে সিফালে কিনো এনেকৈ চাব ধৰিছা ?

বান্দৰণি - ৰবা, ভালকৈ চাই লও, কৰবাত Discovery Channel ৰ মানুহ থাকিব পাৰে, নহলে আৰু মোৰ MMS বনি যাব!

😁😁😁😁😁

----------------

(১০)

শিক্ষক - সুপন্দি ক'চোন সকলোতকৈ প্ৰাচীন জন্ত্ত কি?

সুপন্দি - Zebra চাৰ্ ।

শিক্ষক -  Zebra কিয় ?

সুপন্দি - সকলোবোৰ জীৱ জন্ত্তয়ে ৰঙীন  চাৰ্ , । Zebra black & white.
😁😁😁😁😁

-------------

(১১)

এজন মানুহক এটা ষাঁড়ে খুন্দিয়াই দিয়াত আহত হৈ ডাক্তৰৰ তালৈ দেখুৱাবলৈ গৈ -

ডাক্তৰক কলে,  মোক এটা ষাঁড়ে খুন্দিয়ালে ডাক্তৰ চাহাব।

ডাক্তৰ - মই একো বুজি পোৱা নাই আৰু এই ষাঁড় আকৌ় কি বস্ত্ত ,ইংলিছত কোৱা ।

মানুহজনে কলে - The Cow husband মাৰিং শিং , I am বেয়াকে উল্টিং.😁😁😁😁😁

---------------

( PLEASE LIKE and SHARE )





চাওঁক 👉👉👉

jio data plans


7463 X 9999 মাত্ৰ ৩ ছেকেণ্ডত পূৰণ




nrc legacy data search


fun fun


পঢ়ি ভাল পাব :-


assamese jokes


assamese jokes


assamese jokes


Comments

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Assamese Quotes on Life - Assamese Facebook status for Life

Fun Fun - Funny Images - in Assamese

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Some Assamese Quotes On Life with Images and Shayari in Assamese