animal jokes - funny jokes in assamese

5 Animal Jokes in Assamese


assamese comedy

(১)
🐘মই হাতী নহয়

এখন জংগলত এটা বনৰীয়া ম'হ দৌৰি দৌৰি গৈ আছিল 

এটা নিগনীয়ে দেখা পায় সুধিলে - কলৈ দৌৰি গৈ আছা বাইদেউ

ম'হ - এ নকবা ,ইয়ালৈ একমখা পুলিছ আহিছে হাতী ধৰিবলৈ

নিগনী - কিন্তু, তুমি কিয় পলাইচা?

ম'হ - এইখন ভাৰত হয় sister, ভুলতে যদি সিহতে মোক ধৰি লৈ যাবৰ হয়, তাৰ পিছত মোৰ ওপৰত কেছ চলিব আৰু ১২ বছৰ লাগিব এইটো প্ৰমান কৰিবলৈ যে "মই হাতী নহয়"

এই কথা শুনি নিগনীও ম'হৰ পিছে পিছে পলাই পত্ৰং দিলে

--------------
(২)
🐦পাৰ

গাড়ী এখনে এটা পাৰ চৰাইক খুন্দা মাৰি দিয়াত , পাৰটো বেহুচ

গাড়ীচালকজনে পাৰটো লৈ গৈ পিন্জৰা এটাত থৈ দিলে

কিছু সময় পিছত পাৰটোৰ হুচ আহিলত

পাৰ - আওও,কুৰৰৰ্, মোৰ জেল হৈ গল, গাড়ীৰ ড্ৰাইভাৰজন মৰিলে নেকি বাৰু ?

--------------
(৩)
গাধ

এক গাধ - আৰে, মোৰ মালিকে মোক বৈদ্দ পিটে ৰে

দ্বিতীয় গাধ - তই পলাই নেযাও কেলেই



প্ৰথম গাধ - আৰে, তথাপিও ইয়াত future bright আছে ৷ মালিকৰ ধুনীয়া ছোৱালী এজনী আছে মানে ৷ তাই যেতিয়া বদমাচি কৰে মালিকে তাইক কয়, "তোক গাধ এটালৈ বিয়া পাতি দিম ৰ' "

তাৰ আশাতে বাট চাই আছো আৰু !

--------------
(৪)
🐅বাঘৰ বিয়া

বাঘ এটাৰ বিয়াত জংগলৰ সকলো জন্তুয়ে ফূৰ্টি কৰি অাছিল  

পাৰ্টি শেষ হোৱাৰ পিছটো কুকুৰ এটাই পাগলৰ নিচিনা নাচিয়েই অাছিল

তাকে দেখি বাঘে কুকুৰটোক সুধিলে : অাৰে কি বন্ধু , ইমানকৈ নাচি নাচি পাগল হৈচা যে, বিয়াটো মোৰহে

কুকুৰ - অাৰে বন্ধু বিয়াৰ অাগতে মইও বাঘে অাছিলো !

--------------
(৫)
🐃ম'হ pregnant

সুপন্দিয়ে নিজৰ ম'হবোৰক pregnant কৰাবলৈ truck এখনত উঠাই এজন বন্ধুৰ ঘৰত থকা ষাঁড়ৰ ওচৰলৈ লৈ গল

কাম হোৱাৰ পিছত

সুপন্দি - বন্ধু মই কেনেকৈ গম পাম ম'হবোৰ pregnant হল নে নাই ?

বন্ধু - কালি ৰাতিপুৱা যদি ম'হবোৰ শুই থকা দেখা তেন্তে বুজিবা pregnant হৈছে আৰু যদি থিয় হৈ থাকে তেন্তে বুজিবা pregnant হোৱা নাই । তেতিয়া সিহতক আকৌ মোৰ ইয়ালৈ লৈ আহিবা, আকৌ চেষ্টা কৰিম

সেইদিনা কথাবোৰ বুজি লৈ সুপন্দিয়ে ম'হবোৰ লৈ ওভতি আহিল 

কিন্ত্ত পিছদিনাখন ম'হবোৰ থিয় হৈ থকা দেখা পাই , 

ম'হবোৰক আকৌ বন্ধু জনৰ ঘৰলৈ লৈ গল আৰু কাম খিনি কৰি ওভতি আহিল 

পিছদিনাখনো একো নোহোৱাত , আকৌ বন্ধু জনৰ তালৈ সিহতক লৈ গল

এনেকৈ কেইদিনমান যোৱাৰ পিছত ,

এদিন ৰাতিপুৱা,
সুপন্দিৰ ঘৈণীয়েক - হেৰা, শুনাচোন

সুপন্দি - কি হল, ম'হবোৰ pregnant নেকি মানে শুই আছে নেকি?

সুপন্দিৰ ঘৈণীয়েক- সেইটো নাজানো, কিন্ত্ত ম'হবোৰৰ কি হল জানো, truck খনত গোটেইবোৰে উঠি লৈ হৰ্ণ বজাই আছে 😀😀😀😀

( please LIKE and SHARE )

7463 X 9999 মাত্ৰ ৩ ছেকেণ্ডত পূৰণ


assamese jokes

assamese jokes

assamese jokes



Comments

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Assamese Quotes on Life - Assamese Facebook status for Life

Fun Fun - Funny Images - in Assamese

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Some Assamese Quotes On Life with Images and Shayari in Assamese