10 rupee coin - নকল নে আচল?

আপোনাৰ লগত থকা ১০ টকীয়া মূদ্ৰাবোৰ ( 10 rupee coin )নকল নে আচল?


legal indian coin



আচল ১০ টকীয়া মূদ্ৰা( 10 rupee coin )
মূদ্ৰাত "₹" চিন আছে।
নকল মূদ্ৰাত কেৱল "10" অংক আছে।





আচল ১০ টকীয়া মূদ্ৰাত( 10 rupee coin ) "১০ ডাল আচ্ (notches)" আছে।
নকল মূদ্ৰাত "১৫ ডাল আচ্ (notches)" আছে।

আচল ১০ টকীয়া মূদ্ৰাত( 10 rupee coin ) "भारत আৰু INDIA" বেলেগ বেলেগকৈ লিখা আছে।
নকল মূদ্ৰাত "भारत আৰু INDIA" একেলগে লিখা আছে।

আচল ১০ টকীয়া মূদ্ৰাত( 10 rupee coin )"सत्यमेव जयते" ষ্পষ্টকৈ লিখা আছে।
নকল মূদ্ৰাত "सत्यमेव जयते" ষ্পষ্টকৈ
নাথাকে, (কিছুমানত নাথাকে)।

আচল ১০ টকীয়া মূদ্ৰাত( 10 rupee coin ) চিকমিকনি কম থাকে।
নকল মূদ্ৰাত চিকমিকনি বেছি থাকে।

আচল ১০ টকীয়া মূদ্ৰাত( 10 rupee coin )দুটা ধাতুৰ মিশ্ৰণ সমানকৈ থাকে।
নকল মূদ্ৰাত দুটা ধাতুৰ মিশ্ৰণ কোনোবাটো কম কোনোবাটো বেছি থাকে।

আচল ১০ টকীয়া মূদ্ৰাত( 10 rupee coin )"10" অংকৰ এম্ব্ৰইদেৰিখিনি কমকৈ উঠি অহা থাকে।
নকল মূদ্ৰাত "10" অংকৰ এম্ব্ৰইদেৰিখিনি বেছিকৈ উঠি অহা থাকে।


আচল ১০ টকীয়া মূদ্ৰাৰ( 10 rupee coin )ওজন প্ৰায় ৭.২৫ গ্ৰাম ।
নকল মূদ্ৰাৰ ওজন জোখতকৈ কম।




এতিয়াৰ পৰা ১০ টকীয়া মূদ্ৰাৰ (10 rupee coin) ক্ষেত্ৰত বিশেষ চিন্তা কৰিবলগীয়া নাই । এই মূদ্ৰা চিনাক্ত কৰি লৈ লেন-দেন কৰি থাকিব পাৰিব।

( অনুগ্ৰহ কৰি LIKE আৰু SHARE কৰিব )



চাওঁক 👉👉👉

jio data plans


7463 X 9999 মাত্ৰ ৩ ছেকেণ্ডত পূৰণ




nrc legacy data search


fun fun


fun fun

Comments

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Quotes on Life - Assamese Facebook status for Life

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

Some Assamese Quotes On Life with Images and Shayari in Assamese

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Fun Fun - Funny Images - in Assamese