10 rupee coin - ১০ টকীয়া মূদ্ৰাক লৈ চিন্তাৰ কাৰণ নাই

১০ টকীয়া মূদ্ৰাক (10 Rupee Coin) লৈ চিন্তাৰ কাৰণ নাই - ই এতিয়াৰ পৰা বৈধ


legal coin

আপোনাৰ সাচতীয়া ধনত ১০ টকীয়া মূদ্ৰা ( 10 rupee coin ) আছে নেকি?




আপোনাৰ লগত থকা ১০ টকীয়া মূদ্ৰাবোৰ ( 10 rupee coin )নকল নে আচল?

বজাৰত সচাকৈ নকল ১০ টকীয়া মূদ্ৰা( 10 rupee coin ) আছে নেকি?

ইয়াৰ লেন-দেনক লৈ বহু সময়ত ক্ৰেতা-বিক্ৰেতাৰ মাজত কথা কটাকটি পৰ্যন্ত হয়।

বহু ক্ষেত্ৰত কিছুমান বেংকেও এই ১০ টকীয়া মূদ্ৰা ( 10 rupee coin ) লবলৈ অস্বীকাৰ কৰাও দেখা যায়।

কিন্ত্ত আচলতে কথাটোনো কি ?

আজি বহুদিনৰ পৰা ১০ টকীয়া মূদ্ৰাক( 10 rupee coin ) লৈ ভাৰতৰ জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈ আছে।

ইয়াৰ কোনটো নকল কোনটো আচল, তাক লৈ জনসাধাৰণ বিপাঙত পৰিছে।

10 rupee coin


এতিয়া ভাৰতীয় ৰিজাৰ্ভ বেংকে ষ্পষ্ট কৰি দিছে যে, ইয়াক লৈ আৰু চিন্তা কৰিবলগীয়া নাই। বৰ্তমান ভাৰতত প্ৰচলিত হৈ থকা সকলো ১০ টকীয়া মূদ্ৰাই
( 10 rupee coin )বৈধ, এই কথা অলপতে ভাৰতীয় ৰিজাৰ্ভ বেংকে সদৰি কৰে । এতিয়ালৈ এই মূদ্ৰাৰ ১৪ টা প্ৰকাৰ ভাৰতত চলি আছে। আৰু সকলো ক্ৰেতা-বিক্ৰেতাই এই মূদ্ৰা নিচিন্তমনে আদান-প্ৰদান কৰিব পাৰিব ।



২০০৫, ২০০৮, ২০০৯ আৰু ২০১১ চনৰ প্ৰিণ্ট হোৱা সকলো ১০ টকীয়া মূদ্ৰাই ( 10 rupee coin )বৈধ বুলি ভাৰতীয় ৰিজাৰ্ভ বেংকে ষ্পষ্ট কৰি দিছে । ভাৰতীয় ৰিজাৰ্ভ বেংকে কোনো ধৰণৰ ১০ টকীয়া মূদ্ৰা ( 10 rupee coin ) বন্ধ কৰা নাই।

( অনুগ্ৰহ কৰি LIKE আৰু SHARE কৰিব )





চাওঁক 👉👉👉

jio data plans


7463 X 9999 মাত্ৰ ৩ ছেকেণ্ডত পূৰণ




nrc legacy data search


fun fun


fun fun








0 comments: