Very Funny Jokes in Assamese - প্ৰেমিক আৰু প্ৰেমিকা

Funny Jokes in Assamese - Boyfriend and Girlfriend Jokes For Facebook/Whatsapp
(১)
Girlfriend ৰ Boyfriend লৈ ফোন -

Girlfriend - হেল্লো, সোণ
Boyfriend - অ' কোৱা জান, কিমান টকাৰ ৰিচাৰ্জ পঠিয়াম
Girlfriend - ধেইত্, মই কি প্ৰত্যেক বাৰে ৰিচাৰ্জৰ বাবে ফোন কৰি থকা বুলি ভাবিছা নেকি
Boyfriend - তেতিয়াহলে কিয় ফোন কৰিলা বাৰু কোৱাচোন
Girlfriend - মোৰ কাৰণে এটা 4G মোবাইল কিনাচোন , আগৰটোৱে কিবা disturb দি আছে অ' ☺☺☺☺
**********


(২)
ৰাতি Girlfriend ৰ Boyfriend লৈ ফোন -


Girlfriend - হেল্লো, মোৰ সোণটোৱে শুলে নেকি
Boyfriend - নাই শোৱা , কোৱাচোন কি হল
Girlfriend - নাই শোৱা যদি মোৰ সোণটোৱে কেনেকৈ reply কৰি আছা হু
Boyfriend - মই সোণ নহয় , সোণৰ বাপেক । পটাপট ফোন ৰাখা আৰু শোৱা, বোৱাৰী । কাইলৈ সোণৰ পৰীক্ষা আছে নহয় । যদি পৰীক্ষাত সি ফেল কৰে , তেন্তে তোমাৰ সোণক এনেকুৱা জেগাত মাৰিম সোণে শুৱ নোৱাৰিব, বুজিছা।☺☺☺
********
(৩)
Boyfriend আৰু Girlfriend ৰ কথোপকথন -

Boyfriend - তোমাক এটা কথা সোধোনে
Girlfriend - সোধা
Boyfriend - মই হাঁহিলে কেনেকুৱা দেখি , সঁচাকৈ কবা কিন্তু
Girlfriend - মানে তুমি বেয়া পাবা নেকি
Boyfriend - এ, নাপাওঁ , কোৱা কোৱা
Girlfriend -কৈছো তেন্তে, তুমি হাঁহিলে মানে এনেকুৱা লাগে যেন্, outdated Nokia 1100 model ফোন hang হৈ গৈছে ।☺☺☺☺☺☺

(অনুগ্ৰহ কৰি এই Post সকলোৱে Like আৰু Share কৰক)
See Next

Comments

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Assamese Quotes on Life - Assamese Facebook status for Life

Fun Fun - Funny Images - in Assamese

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Some Assamese Quotes On Life with Images and Shayari in Assamese