Love Jokes in Assamese - একপক্ষীয় প্ৰেম

Assamese Love Jokes-One Side Love-Funny Jokes- একপক্ষীয় প্ৰেম

ছোৱালী - তুমি কোন ?
লৰা- পৰিচয় বিহীন যাযাবৰ !





ছোৱালী - তুমি মোৰ পিছত কিয় পৰি আছা?
লৰা- এটি মিঠা সপোনতে, এটি মিঠা সপোনতে
তুমি !



ছোৱালী - তুমি আচলতে কি বিচৰা ?
লৰা - বুকু ভৰি আছে তোমালে মৰম, জানানে নেজানা তুমি । কেনেকৈ বুজাও তোমাক বুজাব নোৱাৰো , ক'ব লগা বহুতেই আছে ।

ছোৱালী - তুমি মোৰ বাবে কি কৰিব পাৰা?
লৰা- জোনবাইৰ দেশতে সাজিম ঘৰ এখনি !


এনেতে ছোৱালীজনীয়ে এটা চৰ সোধালত


লৰা- চাল্লা , এনেকৈয়ে জীয়াই থকা অভ্যাস কৰি লব লাগিব আৰু ।

0 comments: