Love Jokes in Assamese - ধলু'ৰ Ex জনীৰ বিয়া

Love Jokes in Assamese - Funny Jokes- Marriage ceremony of Ex girlfriend of Dholu

"ধলু""ৰ #Ex. জনীৰ বিয়াত

নিমন্ত্ৰণ লাভ কৰাত

উদাস ,যদিও নিমন্ত্ৰণ ৰক্ষা কৰোঁ বুলি ধলু তাৰ প্ৰাক্তন প্ৰেমিকাৰ বিয়ালৈ ওলাল


বোলো বাপেকে , এটুপি গিলি লৈ গোলাপী হৈ যাওঁ    ৰ' , বিয়া কৰাবলগীয়া প্ৰেমিক জনৰো মুখামুখি হব লাগিব

কোন বা মক্কেল, চাল্লা



বিয়া ঘৰত এজন সুঠাম চেহেৰাৰ যুৱকক দৰাৰ নিচিনা একে পোচাকত দেখা পাই সুধিলে ,

আপুনিয়েই সেই ভাগ্যবান দৰাজন  নেকি যিজনে আজি এই ঘৰত বিয়া পাতিব ?

নহয় হে বন্ধু , মই ঠিকেই খেলি আছিলো হে কিন্তু  চেমি-ফাইনেলত হাৰি গলো নহয় আৰু সেয়ে  আজি মই দৰাৰ নিচিনা বেশত ফাইনেল খন উপভোগ কৰিবলৈহে আহিছোঁ । ☺☺☺☺☺

Assamese Love Jokes Funny - আই লাভ্ ইউ

ছোৱালী - I Love U
ল'ৰা - I Love U Too

ছোৱালী - তুমি মোক কিমান ভাল পোৱা ?
ল'ৰা- তুমি মোক যিমান ভাল পোৱা

ছোৱালী - চাল্লা , বদমাচ্, তুমিও তাৰমানে Timepass হে কৰি আছা ☺☺☺

Love jokes in assamese

Eng Text

Sowali-  I Love You

Lora - I Love You Too





Sowali - Tumi mok kiman bhalpoa?
Lora - Tumi mok jiman bhalpoa

Sowali - Salla, Bodmas,  tumio tarmane timepass he kori aasa.



Please LIKE and SHARE

NEXT কণটিলাৰ ওঁঠ 

0 comments: