jokes for kids - in assamese

5 ultimate jokes for kids in assamese :-


Assamese jokes

ঘৰলৈ অহা আলহী এজনে গৃহস্থৰ সৰু লৰা এজনক দেখি সুধিলে -




বাবা , শুনাচোন ,দিয়াচোন পাৰা যদি কোৱা- গাখীৰ কিয় ওফন্দি উঠে , পানী কিয় বৈ গৈ থাকে আৰু তৰ্কাৰি কিয় জ্বলি যায় ?
অ' সেইটো , সেইটো Facebook ৰ কাৰণে আকৌ ☺☺☺

***********

Assamese jokes

পুতেক - মা, মই কি ভগৱানৰ নিচিনা দেখো নেকি ?
মা'ক - নহয় সোণ, তোমাকটো ঠিকেই এটা সৰু লৰাৰ নিচিনাই দেখি । কিয় সুধিলা?
পুতেক - নহয় মানে মা, মই কৰবালৈ গলেই সকলোৱে কয়, হে ভগৱান আকৌ আহিল ই ☺☺☺

**************

Assamese jokes

কচাই এজনে ছাগলী এটা কাটিবলৈ লৈ গৈ আছিল 
পুতেক - ছাগলীটোৱে কিয় ইমান জোৰে জোৰে চিঞৰি আছে দেউতা?
বাপেক - তাক কচাইজনে কাটিবলৈ লৈ গৈ আছে যে , সেইকাৰণে 



পুতেক - মই ভাবি আছোঁ স্কুললৈ গৈ আছে  ☺☺☺

***************

Assamese jokes

পুতেক - মা, তোমাৰ হিচাপত মোৰ মূল্য কিমান ?
মা'ক- সোণ, তুমিটো লাখত ..... কি ক্ৰোৰৰত এক
পুতেক - তেন্তে ৫ টকা এটা দিয়ানা কুৰকুৰে খাব লাগে ☺☺☺

****************

Assamese jokes


শকত ধৰণৰ  মানুহ এজনে সৰু লৰা এটাক এক চৰ্ সোধোৱাত-
সৰু লৰা - আপুনি মোক খং কৰি মাৰিলে নে ধেমালিতে মাৰিলে ?
শকত মানুহ - অ' খং কৰিয়েই মাৰিছো
সৰু লৰা - ঠিক আছে তেনেহলে, ধেমালি মই ভাল নাপাওঁ ☺☺☺

( অনুগ্ৰহ কৰি LIKE আৰু SHARE কৰিব )






Comments

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

Assamese Quotes on Life - Assamese Facebook status for Life

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Some Assamese Quotes On Life with Images and Shayari in Assamese

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Fun Fun - Funny Images - in Assamese