Husband Wife Jokes in Assamese - কণটিলাৰ ওঁঠ

Assamese Facebook Jokes : Assamese Whatsapp Jokes : Husband Wife Jokes
কণটিলাৰ নিজৰ ওঁঠ দুটা পুৰি একেবাৰে ক'লা পৰি আছিল

তাকে দেখি তেওঁৰ এজন বন্ধুৱে তেওঁক সুধিলে
 - বোলো কি ঔ কণটিলা, তোৰ ওঁঠ যুৰি কি হ'ল একেবাৰে পুৰি কয়লা ডোখৰ যেন হৈছে যে?



কণটিলা- নকবাহে বন্ধু , মোৰ কথাচহকী পত্নীক ট্ৰেইন ষ্টেচনলৈ থবলৈ গৈছিলোঁ ।


বন্ধু - তাতে আকৌ ওঁঠ যুৰি ক'লা হৈ যাবলগীয়া কি হল?

কণটিলা- নহয় হে, মানে মোৰ শ্ৰীমতীয়ে কেইদিনমানৰ বাবে মাকৰ ঘৰলৈ যাব ,সেয়েহে তেওক ট্ৰেইনত উঠাই দিবলৈ গৈ একেবাৰে ফুৰ্টিতে একো কব নোৱাৰা হৈ ট্ৰেইন খনৰ engine টোতে চুমা খাই দিলোঁ ।☺☺☺☺☺

(Please LIKE and SHARE our post )
।। ধন্যবাদ ।।

NEXT JOKES

0 comments: