Husband wife jokes - Dhemali

Husband Wife Funny Jokes in Assamese For Facebook-Only Jokes-Just Dhemali
(Seriously Nolobo Akou)

(@Court)

পতি আৰু পত্নীৰ ডাইভোৰ্চ কেচ্ এটাৰ বিচাৰ প্ৰক্ৰিয়াত সিহতৰ সন্তানৰ দাবীৰ ওপৰত যুক্তি চলি আছিল -



পত্নী :- judge মহোদয়, মোৰ সন্তানৰ অধিকাৰ মইহে পাব লাগে

পতি:- নহয় মহোদয় মইহে পাব লাগে

পত্নী :- নহয় মইহে পাব লাগে


এনেতে "পতি" ৰ ফালৰ উকিলে যুক্তি দিলে :-  মহোদয় চাওঁক , আমি ATM ত কাৰ্ডখন ভৰাই প্ৰক্ৰিয়াটো সমাপণ কৰিলে ওলাই অহা টকাখিনি মোৰ হব নে মেচিন্ টোৰ হব ক'কচোন ?



See What Next

Comments

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Assamese Quotes on Life - Assamese Facebook status for Life

Fun Fun - Funny Images - in Assamese

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Some Assamese Quotes On Life with Images and Shayari in Assamese