How to free up space in android - Assamese

How to free up space in android - Assamese

(android ফোনৰ খালী ঠাই উলিয়াই কেনেকৈ তথ্য সমূহ সুসজ্জিত কৰিব পাৰি)

আজিকালি technology ৰ যুগ। বেছিভাগ সময়ত আমাৰ official আৰু ঘৰুৱা কাম কাজ কৰিবলৈ mobile ৰ ইন্টাৰনেট ব্যৱহাৰ কৰোঁ । সেইবোৰ কৰিবলৈ আমাক বিভিন্ন ধৰণৰ apps ৰ দৰকাৰ হয়। কেতিয়াবা আকৌ কিছুমান apps install কৰিব খুজি দেখো mobile ত space নাই । গতিকে ততালিকে আমি এই কামটো কৰিবলৈ আৰু আমাৰ file আৰু data সমূহ সুসজ্জিত কৰিবলৈ তলৰ প্ৰক্ৰিয়াটো কৰি চাব পাৰে:-



Open your "Chrome" browser
☞ And type "file:///sdcard/"

Free uo space of android

আপোনাৰ মোবাইলত থকা সকলো পুৰণি আৰু নতুন তথ্য সমূহ ইয়াত দেখুৱাব । গোটেই প্ৰক্ৰিয়াটো কৰি আমি বুজিলো যে, How to free up space in android - android ফোনৰ খালী ঠাই উলিয়াই কেনেকৈ তথ্য সমূহ সুসজ্জিত কৰিব পাৰি ।

(অনুগ্ৰহ কৰি এই Post টো Like আৰু Share কৰিব , ধন্যবাদ )

Comments

Assamese Jokes And More -

Assamese Love Photo - 10 Assamese Love Quotes

Assamese Jokes Photo - 8 Assamese Whatsapp Image Joke

Assamese Sms In Love - Assamese Love Status

Whatsapp Status in Assamese Language - ৫৩ টা অসমীয়া whatsapp status

Assamese Love Quotes - প্ৰেমৰ উক্তি অসমীয়াত

8 Cute Quotes - Sweet Love Quotes- - in Assamese

Assamese Quotes on Life - Assamese Facebook status for Life

Fun Fun - Funny Images - in Assamese

Assamese Happy Birth Day Wishes । Birthday Sms in Assamese Language

Some Assamese Quotes On Life with Images and Shayari in Assamese